sdblogs2011

sdblogs2011

মকৰাজাল

আবেদুৰ ৰহমান   মোৰ শোৱনি কোঠাৰ বেৰত গা-ধোৱা ঘৰত আনকি বাৰাণ্ডাখনৰ খুঁটাবোৰতো মকৰাই জাল বান্ধিছে   পত্নীৰ খেচখেচনি এনেদৰে দিনৰ দিনটো বিছনাখনতে পৰি থকাতকৈ জালবোৰনো নুগুচায় কিয়? জালেই জাল তৰা সময়ত জালেই জাল তৰা দেশত পত্নীৰ কথাবোৰ শুনি হাঁহি উঠে…

এণ্টি কবিতা

 কোকিল শইকীয়া   পৰুৱা এটাৰ লগত কচুৱনি-কাষৰ দেৱাল এখনত ময়ো বগাই বগাই গৈ আছিলোঁ কোনোবাই গাখীৰ খোৱা কেঁচুৱা এটাৰ নেপকিন এখন দেৱাললৈ দলিয়াই দিলে মই টুলুপকৈ তললৈ সৰি পৰিলোঁ   কে কে কে চুৱা চুৱা চুৱা কেঁচুৱা   তাৰ ধাইৰ…

হয়তো আজিৰ পৰাই মোৰ ছুটী

 মূল বাংলা : চাব্ৰিনা ৰুবিন (বাংলাদেশ) অনুবাদ : উৎপল দত্ত (বাংলাদেশৰ কবি ডাঃ চাব্ৰিনা ৰুবিনে ইংৰাজী আৰু বাংলা উভয় ভাষাতে কবিতা ৰচনা কৰে। দেশ-বিদেশৰ বিভিন্ন সাহিত্যানুষ্ঠানত অংশগ্ৰহণ কৰা অভিজ্ঞতাৰে পুষ্ট চাব্ৰিনা ৰুবিনে ’নিষিদ্ধ নিৰ্বাসন’ গ্ৰন্থখনেৰে লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰে।) এতিয়া আৰু…

নিয়া (National Investigation Agency)ৰ বিষয়ে কিছু কথা

 অৰূপ কুমাৰ ফুকন আজি কিছুদিনৰ পৰা অসমত এই ‘নিয়া’ শব্দটোৱে প্ৰায় প্ৰতিজন সচেতন নাগৰিকৰে মনত নানা কৌতুহলৰ সৃষ্টি কৰিছে। বিশেষকৈ সদ্যসমাপ্ত বিধান সভাৰ নিৰ্বাচনৰ এজন প্ৰাৰ্থী প্ৰায় দুটাকৈ বছৰ এই আইনৰ বিভিন্ন ধাৰাত অভিযুক্ত হৈ কাৰাগাৰত থকা কথাটোৱেই আমাৰ ৰাজ্যখনৰ…

নিশাচৰ চৰাই ফেঁচাৰ বিষয়ে কিছু কথা

 Brown Hawk Owl / Brown Boobook বা দুখী ফেঁচা ৰূপজ্যোতি হাজৰিকা         আমাৰ দেশত বহু প্ৰকাৰৰ ফেঁচা দেখিবলৈ পোৱা যায়৷ ফেঁচা এক প্ৰকাৰৰ নিশাচৰ চৰাই৷ দিনৰ ভাগত ইহঁত গছৰ ডাল বা গছৰ ধোন্দত জিৰণী লৈ থাকে৷ এই চৰাই বিধ ৰাতিৰ পৰা…

শিশুৱে অঁকা ছবি

তলৰ ছবিকেইখন আঁকিছে মৰাণহাটৰ   চেইণ্ট জোচেফ হাই স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ   পাৰ্থসাৰথি হাজৰিকাই    পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

চ্যালুইনৰ পৰা লুইতলৈ

  ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পিছৰ পৰা) (ষোল) ছ্যু-কা-ফাৰ দল ৱাইছালিৰ ফালে যোৱাটো নিশ্চিত হ’ল। দলটো উত্তৰ-পশ্চিমৰ ফালে পাহাৰৰ নামনিলৈকে আগবঢ়াবৰ বাবে নয়-ছান-ফাই মানুহ-দুনুহৰ ব্যৱস্থা কৰি দিলে। যুঁজাৰু মানুহ আৰু বয়-বস্তু কঢ়িওৱা মানুহ, ৰুগীয়া আৰু দুর্বল যাত্রীক সহায় কৰিব পৰা মানুহ। ছ্যু-কা-ফাৰ লগত ভালেকেইজন…

নাই বৰষুণ তেনেই খৰাং

নিৰু দত্ত  তৰাং পানীত খল্‌খলায়          পুঠি মৰঠী খলিহনা বেংবোৰে ঠেং মেলি         সিহঁতক দিয়ে গৰিহণা।   ব’হাগ মাহৰ ন-পানী         এইবাৰ উজান নুঠিল   তলি ওলোৱা পুখুৰী          খালৈ মাছে নভৰিল।   থিয় সাঁতোৰ চিলনী সাঁতোৰ …

‘শিলকপৌ’ আৰু প্ৰাঞ্জল কুমাৰ খাউণ্ডৰ উজ্জ্বল কাব্যযাত্ৰা

ৰুদ্ৰ সিংহ মটক Poetry is a deal of joy and pain and wonder, with a dash of the dictionary. —খলিল জিব্ৰান৷ ‘শিলকপৌ’ (২০১৯) তৰুণ প্রজন্মৰ কবি প্রাঞ্জল কুমাৰ খাউণ্ডৰ সৃষ্টিশীল জীৱনৰ প্রথম কাব্যগ্ৰন্থ৷ সব্যসাচী প্রকাশৰ নিৱে‍দন এই পুথিখনৰ আটক ধুনীয়া বেটুপাতৰ…

কবিৰ নিৰাসক্তি আৰু নৈৰ্ব্যক্তিকতা : এটি প্ৰস্তাৱনা

ড° মৃদুল শৰ্মা কবিতাৰ আলোচনাত প্ৰায়ে কবিৰ আসক্তি, নিৰাসক্তি, বিনয়, অহংবোধ আদি শব্দই বুজোৱা মানৱীয় গুণ কিছুমানৰ উল্লেখ ঘটে৷ ইয়াৰ অন্তৰ্নিহিত কাৰণ স্পষ্ট: কবিয়ে যিহেতু মানুহৰ কথাকে লিখে আৰু তেওঁ লিখা ‘মানুহৰ কথাখিনি’ অভিজ্ঞতাৰ আধাৰত তেৱেঁই নিৰ্মাণ কৰি লয়, গতিকে…