কল্প-কথা
ৰশ্মিৰীয়া গগৈ যোৱা এসপ্তাহে আমি ইয়াতেই বহি আছোঁ য’ত সমানে ছাঁ আৰু পোহৰ সমান ভূত আৰু ভৱিষ্যতৰ ওজন তুমি কৈছা – নক্ষত্ৰ মৰিলে আকৌ ওপজে কৃষ্ণ গহ্বৰৰ ক’লাতো থাকে নতুনৰ দুৱাৰ জোনাকীজাকক সপ্তাহ ধৰি বিচাৰি পোৱা নাই সুদীৰ্ঘ…
ৰশ্মিৰীয়া গগৈ যোৱা এসপ্তাহে আমি ইয়াতেই বহি আছোঁ য’ত সমানে ছাঁ আৰু পোহৰ সমান ভূত আৰু ভৱিষ্যতৰ ওজন তুমি কৈছা – নক্ষত্ৰ মৰিলে আকৌ ওপজে কৃষ্ণ গহ্বৰৰ ক’লাতো থাকে নতুনৰ দুৱাৰ জোনাকীজাকক সপ্তাহ ধৰি বিচাৰি পোৱা নাই সুদীৰ্ঘ…
অনুৰাগ শইকীয়া শান্তিৰ ভাও দি দি জী আছোঁ ভাষণেৰে শান্তি ছটিওৱা যুদ্ধবাজ মানুহৰ আঙুলিত নাচি আছোঁ লাওখোলাবোৰত বিষাক্ত সাপ খোঁটবোৰৰ পৰা কোনোৰকম বাচি আছোঁ জী আছোঁ কোনো বৃদ্ধই মৃত্যুৰ বুকুত মূৰ থৈও বজায় জীৱনৰ বীণ গুপ্তাঙ্গত আঘাত লৈ…
গীতিকা শইকীয়া “শ্বেৰণী” চিনেমাখনৰ আৰম্ভণি এখন বনাঞ্চলৰ দৃশ্যৰে হয় য’ত প্ৰকৃতিৰ চিৰসেউজীয়াৰ নয়নাভিৰাম সৌন্দৰ্যই দৰ্শকক মুগ্ধ কৰে। ৱাইড এংগল শ্বটৰ সেই সেউজীয়া লাহে লাহে ধুসৰ হৈ গৈ কাহিনী আৰম্ভ হ‘বলৈ ধৰে। অৱশ্যে চিনেমাখনত অৰণ্যৰ সৌন্দৰ্যক দেখুওৱাটোৱেই পৰিচালকৰ উদ্দেশ্য নহয়। মূলতে…
পঙ্কজ প্ৰতিম বৰদলৈ যোৱা প্ৰায় এক দশকৰো অধিক সময় ৰাষ্ট্ৰীয়–আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাৰ দেশ ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ এক প্ৰয়াসৰ বিষয়ে এক সৰৱ আলোচনা চলি আহিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যকালত, এই দিশটোৱে বিজেপি চৰকাৰৰ বিভিন্ন কাৰ্যসূচীতো গুৰুত্ব লাভ কৰিছে…
গায়ত্ৰী দেৱী বৰঠাকুৰ শ মানে শৰত শ মানে শৰালি শুকুলা আকাশত উৰে জাক পাতি শ মানে শুক্লপক্ষ শ মানে শতৰূপা আহিন মাহত দুৰ্গা দেৱীৰ কৰোঁ আৰাধনা প মানে পূজা প মানে প্ৰসাদ বেলুনবোৰ উৰিলেই দূৰ হয় মনৰ…
সংকল্পজিৎ শইকীয়া অৰণ্যৰ ৰজা সিংহৰ কথাত হাবিত পাতিছে পূজা, হাতী, বাঘ আদি সকলো জন্তুৰ মনত লাগিল মজা। বাঘৰ পুতেক বাঘেশ্বৰ বৰাই কিনিলে বল-বেট, সমনীয়াৰ লগত বাঘৰ পুতেকে খেলিব হেনো ক্ৰিকেট। হাতীৰাম গগৈৰ দুয়োটা পুতেক অতিকে শান্ত-শিষ্ট, বেলুন, পুতলা একো কিনা…
সঞ্জীৱ সভাপণ্ডিত নিমাতী ঘাটত দুখন ফেৰীৰ মাজত খুন্দা লাগিল৷ এখন কাতি হৈ পানীত সোমাই গ’ল৷ প্ৰথমতে বহুত মানুহৰ মৃত্যু হৈছে বুলি আশংকা কৰা হৈছিল যদিও মূৰকত দেখা গ’ল যে মাত্ৰ ৩…
অব্যক্ত নিৰ্বাণ ৰাজখোৱা এয়া কি! লাহে লাহে মোৰ এনে ভাব হৈছে যেন মই মৃতপ্ৰায় হৈ পৰিছোঁ৷ কিন্তু মোৰ দুখ লগা নাই কিয়? মই আকৌ সেই সেউজীয়া পথাৰবোৰত বহিবলৈ নাপাম, বৰফৰ পুতলা সাজিবলৈ নাপাম, নৈত বৰশী বাবলৈ নাপাম? অৱশ্যে…
অনুবাদ কবিতা : The Second Coming – W.B. Yeats অনুবাদ: ড০ পোনা মহন্ত (প্ৰখ্যাত আইৰিশ্ব্ কবি ৱিলিয়াম বাট্লাৰ য়েট্ছৰ (William Butler Yeats, 1865– 1939) The Second Coming নামৰ কবিতাটো আধুনিক পাশ্চাত্য সাহিত্যৰ উৎকৃষ্ট সৃষ্টিসমূহৰ অন্যতম বুলি সমালোচকসকলে ভাবে৷ বাইবেলৰ Revelation…
মূল : ৱিলিয়াম ষ্টেনলি ব্ৰেথৱেটঅনুবাদ : মৌচুম বৰুৱা পৃথিৱীৰ বুকু সাবটিশুই আছোঁ—কবৰৰ অন্ধকাৰত৷য’ত ঘৃণা নাই, চতুৰতা নাই, জ্ঞান নাইআৰু নাই সেই সকলোযি ম্লান কৰি দিয়ে মানুহৰ আত্মিক বন্ধুত্বক৷ সকলো কাম শেষ কৰি মই আঁতৰি গৈছিলোঁতৃপ্ত হৃদয়েৰে৷এতিয়া স্বপ্নহীন নিদ্ৰাৰ গভীৰতাতকিমান যে…