জুই ৰঙৰ বেনাৰসী শাড়ী
মূল : সমীৰ ৰক্ষিত (বাংলা)অসমীয়া অনুবাদ : কুমুদ ঘোষ জয়া একেবাৰে একোৱেই নজনা বা নুবুজা ছোৱালী নহয় যে লাজত মৰহি যাব৷ স্থিৰ, নিশ্চল তাইৰ দেহভংগী৷ হাতত জুই ৰঙৰ বেনাৰসীখন লৈ থিয় হৈয়েই জগতে মিচিক-মাচাককৈ হাঁহিলে; প্ৰকাশ্যে নহয়, মনতে ক’লে, ‘‘তোমাক আজি মই…