চৰাই চিনো আহক – ১
হেমন্ত কুমাৰ গগৈ প্ৰকৃতিৰ ৰম্যভূমি অসম। এইখন অসমতেই বিভিন্ন প্ৰজাতিৰ ৰঙ বিৰঙৰ চৰাইৰ বাসস্থান। তাৰে কিছুমান স্থানীয় আৰু আন কিছুমান পৰিভ্ৰমী। সমীক্ষা মতে অসমত প্ৰায় ৯৫০ বিধ প্ৰজাতিৰ চৰাই পোৱা যায়। ভাৰতবৰ্ষত পোৱা সৰ্বমুঠ চৰাইৰ প্ৰজাতিৰ আধাতকৈ বেছি অসমত পোৱা…