বিকৰ্ণ bikarna-poem-May-2022
জয়ন্ত দত্ত A man is not a hero to his wife and valet চুপ থাক বিকৰ্ণ* তই কিহৰ কিটো… কেমেৰাৰ চেটেপ চেটেপ টিটকাৰিৰ তলেদি ঘটনাক ৰহণ সানি সানি পৰিবেশন কৰোৱা হাতবোৰৰ তলেদি লোলুপ চকুবোৰৰ মাজেৰে জিভাৰ পৰা…
জয়ন্ত দত্ত A man is not a hero to his wife and valet চুপ থাক বিকৰ্ণ* তই কিহৰ কিটো… কেমেৰাৰ চেটেপ চেটেপ টিটকাৰিৰ তলেদি ঘটনাক ৰহণ সানি সানি পৰিবেশন কৰোৱা হাতবোৰৰ তলেদি লোলুপ চকুবোৰৰ মাজেৰে জিভাৰ পৰা…
মিণ্টুল হাজৰিকা টি ছাৰ্টত বেলিফুলৰ বাগান ওপৰত হালধি ছটিওৱা আকাশ কি যে জকমক জকমক ফুলবোৰ চকুলোত হাবুডুবু হৈ লেৰেলা লেৰেলি… স্বপ্ন-ঘৰৰ মজিয়াত শস্যবিহীন পথাৰৰ হেমন্ত শিপাৰ গভীৰতাত শুকাই গ’ল জিভাৰ তলেৰে বৈ যোৱা নৈ ওঁঠৰ…
গীত বৈভৱী ১ নিশাৰ এই গহনত বৰ্ষাঘন আকাশ এখন কিদৰে ফাটি পৰিল মোৰ তন্দ্ৰাত মই বুজিব নাই চেতনাৰ চোতাল জুৰি বাদল আৰু বিজুলীৰ উন্মাদ নৃত্য বাঢ়িছে বান যেন অস্থিৰতাৰ অপলক উশাহ মই কি উটি গুচি যাম অকাল…
দ্বীপৰাজ ৰঙাবোৰ ৰঙা। তেজৰঙা চাকিৰঙা ৰঙাসাপ অবাস্তৱিক ভোকোন্দা গেৰিলা দাউকৈ চাকিশলা জ্বলোৱা। চুমা খোৱা এটাকৈ মৰাশবোৰৰ কপালত তোমালোক জ্ঞাতিৰঙা। ৰঙচুৱা কপাল চোতাল ৰঙচুৱা বুকু এঙেৰুৱা। মনবোৰ তেজতকৈ ৰঙা হ’লে যুদ্ধৰ বাটলৈ এপৰ .. হাতত চকৰীফেঁটী। এটা এলিয়টী…
হৰেকৃষ্ণ ডেকা “Just when you think you know something, you have to look at in another way. Even though it may seem silly or wrong, you must try.” From the movie Dead Poet’s Society কালি গধূলি পথাৰৰ গছকেইজোপাৰ ডালবোৰ…
ৰণ্জিত গগৈ কোনোটোৱে ক’তো একেদৰে একে হৈ থকা নাই খতিখনহীনভাৱে বলিয়েই আছে চিনাকী বতাহজাক অচিনাকি হৈ পুৰণিকলীয়া মানুহবোৰ এজন এজনকৈ ধূলি আৰু ধোঁৱাৰ স’তে হঠাৎ নোহোৱা হোৱাৰ পৰাই বুকুখনৰ ক’ৰবাত কেনেকৈ শূন্যতাই বহলাই বহি ল’লে বুজাব নোৱাৰোঁ৷ …
নীলাক্ষী চলিহা গগৈ ‘আহিছে কোনোবা’, ফুচফুচাই ক’লে নিভাই। ‘গগৈদা হ’ব’, কাণ উনাই ক’লোঁ মই। ‘নহয়৷’ ‘কোননো আছে আৰু…??’ আমাৰ ঘৰটো দুমহলীয়া। আমি থকা ওপৰ মহলালৈ কোনোবা উঠি আহিছে যেন লাগিল। প্লাষ্টাৰ নকৰা, খহটা পকাৰ চিৰিটোৰে হাৱাই ছেণ্ডেলৰ চেটেপ্ চেটেপ্…
নিৰোদ গোহাঁই ধানৰ মুঠি এৰি ক’লৈনো যাওঁ এই আঘোণমহীয়া হওঁতে আবেলিৰ এই বেলিটোৱে কৈ থাকে গৈ থকা দিনবোৰৰ কথা – ৰৈ নিদিবি ৰৈ নিদিবি কেতিয়াবা পথাৰখন ৰণভূমি যেনেই লাগে মুঠিবোৰ যেতিয়া পৰি থাকে মৃত ৰণুৱাৰ দৰে ভাবোঁ, একেটা চিপতে…
গীতিমণি গোস্বামী (বৰঠাকুৰ) মোবাইলৰ স্ক্ৰীনখনৰ মাত্ৰ দুশাৰী৷ মই আজি দিনটোত এই শাৰীকেইটাতে সোমাই আছোঁ৷ অগণিত বাৰ পঢ়িছোঁ৷ হাঁহিছোঁ, কান্দিছোঁ, ভাবিছোঁ৷ ভাবিছোঁ, কান্দিছোঁ, হাঁহিছোঁ৷ কথা ক’ব খোজা মোৰ মুখখন মেল খাই ৰৈ আছে৷ মেলা মুখখনেদি মোৰ ভিতৰলৈ পৃথিৱীৰ অনেক তুচ্ছ…
অনুভৱ তুলসী ১. শিমলু কল ফাটি তুলা উৰাৰ সেই তূৰীয় লগন কবিয়েহে ধৰিব পাৰিব। কবিতা বিষণ্ণতাৰ জেউতি, জালি কাটি আহে কবিৰ হৃদয়লৈ। এটা ধানপাতৰ পৰা আন এটালৈ ফৰিঙৰ জাঁপ। স্মৃতিত পোত গৈ থকা উঁইচিৰিঙাৰ সুহুৰি আজিকালি সঘনে ব্যৱহৃত হোৱা উচ্চ…