Tag সংস্কৃতি

হাঁহৰ কথা

আৰণ্যক শইকীয়া   “ প্রফুল্ল ক’ত?” ৰাজুৰ প্ৰশ্নত ৰামে বাৰীখনলৈ আঙুলিয়াই দিছে৷ হাঁহৰ গঁড়ালৰ ওচৰত প্রফুল্লক দেখা গৈছে – জুমি-জুমি চাই আছে গঁড়ালৰ ভিতৰলৈ; দিন-দুপৰৰ তীব্ৰ ৰ’দত চকু-কপাল কোঁচ খাই গৈছে যদিও সি কিবা এটা বিচাৰি ফুৰিছে বুলি ধৰিব পাৰি,…

ধেৱাই ধোৱা ধৰণী

 অজিত ছিংনাৰ এঘাৰ সাতোৰজা, পাচোঁৰজা আৰু ৰজাবোৰৰ বিষয়াসকলৰ সভা টোপাকুছিত হৈ গ’ল৷ সভা এখনেই নহয়, দুখন বহিছিল৷ সভাত  যোগ দিছিল ৰহীয়াল বৰুৱা আৰু জাগীয়লীয়া গোহাঁয়েও৷ চহৰী, গোভা আৰু উত্তৰখোলাৰ ৰজাই এই সভালৈ আহিব পৰা নাছিল, কিন্তু কটকী পঠিয়াইছিল৷ সভাত যোগ…

মহাবৃত্ত

 মৃদুল শৰ্মা ২৫ অৰ্জুন ৷  জ্ঞানাৰ্জনৰ দিন ধৰি মই ভৱিষ্যতৰ চিন্তাতে মগ্ন হৈ আহিছোঁ৷ মাজে মাজে অতীতৰ একোটা ঘটনাস্ৰোতে মোৰ ভৱিষ্যন্মুখী স্বপ্নক অধিক শক্তিশালী কৰি আহিছে৷ অতীতৰ ঘটনাস্ৰোত কেৱল এটাই– পিতৃ পাণ্ডুৱে বাৰু স্বেচ্ছায় হস্তিনাপুৰৰ সিংহাসন ত্যাগ কৰিছিলনে? যদি সেয়ে…

বৰ্হেছৰ ড্ৰিমটাইগাৰ্ছ : সপোনৰ বাঘ, স্মৃতি আৰু পৰিচয়ৰ কথকতা

 অসীম কুমাৰ হাজৰিকা          ‘গ্ৰেট বুকছ অৱ দ্য ৱেষ্টাৰ্ন ৱৰ্ল্ড’ৰ সম্পাদক মৰ্টিমাৰ জে. এডলাৰে ‘ড্ৰিমটাইগাৰ্ছ’ক বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যিক কীৰ্তি হিচাপে ঘোষণা কৰিছে৷ গ্ৰন্থখনৰ স্ৰষ্টা বৰ্হেছৰ মতে ই তেওঁৰ একান্তই ব্যক্তিগত ৰচনা৷ ড্ৰিমটাইগাৰ্ছ মূলতঃ কবিতা আৰু গদ্যৰ এক অভিনৱ…

লিলিৰ এদিন : এটা দুখৰ বেলাড

 হৰ্ষবৰ্ধন   অলপতে শেহতীয়াকৈ প্ৰকাশিত পাপৰি বৰ্মনৰ পৰুৱা পোহনীয়া শীৰ্ষক গল্প সংকলনখন পঢ়িলোঁ৷ আটাইকেইটা গল্পই অশান্তজৰ্জৰ অসমৰ আৰ্থসামাজিক আৰ্থৰাজনৈতিক দিশসমূহৰ এখন ছবি আমাৰ সমুখত তুলি ধৰে৷ অসম আন্দোলন, আলফা, জাতীয়তাবাদৰ ঢৌ, বড়ো আন্দোলন আদি বহু কথাই গল্পবোৰে সামৰি লৈছে৷ বিষয়ৰ,…

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী   কোনোমতে নিজকে সম্বৰণ কৰি ইপ্পিয়ে কি কয় শুনিবলৈ বাট চাই ৰ’ল বাটলু৷ প্ৰাণৰ সেউজপুৰখন– সেউজপুৰীয়াসকল মোৰ কাৰণে কি এওঁলোকেও বুজি পাইছে! ভাবিলে বাটলুৱে৷ ইপ্পিয়ে ইচ্চা কৰিয়েই কথা কোৱাত পলম কৰি বাটলুৰ উচপিচনিখিনি মৰম লগাকৈ চাই ৰ’ল৷ কিছু…

এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰ(Air Traffic Controller )

 ড° বুলজিৎ বুঢ়াগোহাঁই   বিমান যাত্ৰাৰ সুৰক্ষা আৰু কাৰ্যক্ষমতা বজাই ৰখাত এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ তেওঁলোকৰ দায়িত্ব সংঘৰ্ষ ৰোধ কৰাৰ বাহিৰেও তেওঁলোকে বিলম্ব হ্ৰাস কৰে আৰু বিমানবন্দৰৰ কাৰ্য্যকলাপসমূহ সুচাৰুৰূপে চলাটো নিশ্চিত কৰে৷   এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰসকলৰ প্ৰধান…

বতৰৰ বতৰা

 নৱনীতা ভট্টাচাৰ্য্য (২)   কেইদিনমানৰ পৰা ৰিণিক এটা চিন্তাই বৰকৈ আমনি কৰি আছে৷ চিন্তাটো হ’ল আমাৰ পৰিৱেশ৷ সিদিনাখন স্কুলতো পৰিৱেশ সজাগতাৰ ওপৰত সভা এখন অনুষ্ঠিত কৰিছে৷ তাতে নিৰ্দিষ্ট বক্তাজনে যিখিনি কথা ক’লে, সেইখিনিয়ে তাইক বৰ চিন্তাত পেলালে৷ বিশেষকৈ বক্তাজনে শেষত…

শঙ্কৰ টকীজ

 অমৃত গোস্বামী    লালু আৰু ভুলু দুয়োজনেই অনাথ, দুয়োজনেই দিব্যঙ্গ। নগৰ‌ এখনৰ একেটা বস্তিতে বাস কৰা দুয়োজনৰ মাজত আছিল অকৃত্ৰিম বন্ধুত্ব; ইজনে সিজনক এৰি থাকিব নোৱাৰে। লালু খোৰা, হ’লেও তেওঁ বৰ ভাল বাঁহী বজাব পাৰে। অন্ধ ভুলুৰ কণ্ঠ অতি শুৱলা,…

গান্ধী আৰু স্বাস্থ্য

 পঙ্কজ প্ৰতিম বৰদলৈ   আধুনিক ভাৰতৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশত সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰা ব্যক্তিজনেই হৈছে মহাত্মা গান্ধী৷ যদিও গান্ধীজীৰ স্বাস্থ্য সচেতনতাৰ বিষয়ে যথেষ্ট লিখা-মেলা ইতিমধ্যে হৈছে, তৎসত্ত্বেও গান্ধীজীৰ ব্যক্তিত্বত থকা এইটো দিশৰ ব্যাপক অৱদানে তেওঁৰ বিষয়ে আগ্ৰহীজনক নিত্য নতুন চিন্তাৰ…