শৰতৰ গান
ৰচনা পাঠক নীলিম আকাশে আজি শুকুলা মেঘেৰে সাজি গাই আছে শৰতৰ গান, ডাৱৰে ঢাকিছে বেলি লুকাভাকু খেলি খেলি যেন এয়া ধেমালিৰ বান৷ …
ৰচনা পাঠক নীলিম আকাশে আজি শুকুলা মেঘেৰে সাজি গাই আছে শৰতৰ গান, ডাৱৰে ঢাকিছে বেলি লুকাভাকু খেলি খেলি যেন এয়া ধেমালিৰ বান৷ …
ৰচনা পাঠক অনাবিল বৰবৰা ল’ৰাটিৰ নাম, কম্পিউটাৰ গে’ম খেলে, নাই আন কাম৷ পঢ়াৰ কথা ক’লে তাৰ পেটটো বিষায়, আৰু লৰালৰি কৰি কেনিবা লুকায়৷ তেনে সময়তে উঠে মাকৰ খং, ‘কিয় হ’বি ল’ৰা তই ইমান অভং?’ বুলি কৈ মাকে লয় হাতত এচাৰি,…
ৰচনা পাঠক (৩০) বাদশ্বাহৰ এটা মৰমৰ ভাটৌ চৰাই আছিল৷ এবাৰ মহাৰাণীৰ নৰিয়া হওঁতে কোনোবাই তেওঁক কিবা এটা খুব মৰমৰ বস্তু দান দিবলৈ পৰামৰ্শ দিছিল৷ তেতিয়া তেওঁ নিজৰ কাৰেঙৰ সেৱক এজনক মাতি আনি সেই চৰাইটো দি দিছিল৷ চৰাইটোক মৰমেৰে প্ৰতিপালন কৰিবলৈ…
ৰচনা পাঠক বীৰবলৰ ডেকা কালৰ কথা৷ এদিন দৰবাৰত বহি থাকোঁতে শ্বাহেনশ্বাহে প্ৰশ্ন সুধিলে, অসাধ্য সাধন কৰি দেখুৱাব পৰা সভাসদ মোৰ এই দৰবাৰত আছেনে? সমজুৱাসকলৰ মাজত প্ৰতিযোগিতা আৰম্ভ হ’ল৷ কোনোৱে ঘৰৰ মুধচত উঠি জঁপিয়াই পৰি হাত-ভৰি ভাঙিলে, কোনোবাই গৰম পানীত বুৰ মাৰি…
ৰচনা পাঠক (১৪) শ্বাহেনশ্বাহ আকবৰে এদিন বীৰবলক সুধিলে, : বীৰবল, মোক এটা কথা বুজাই দিয়াঁচোন৷ বীৰবলে সমিধান দিলে, : সোধক জাহাপনা৷ : বীৰবল, এই যে দিনত পোহৰ আৰু ৰাতি আন্ধাৰ হয়, কিয় হয় ক’ব পাৰিবানে? : জাহাপনা, এইটো প্ৰশ্নৰ উত্তৰ মূৰ্খ বা পাগল এটায়ো…
ৰচনা পাঠক (৭) মাজে মাজে বীৰবলৰ একোষাৰ কথাই শ্বাহেনশ্বাহ জালালুদ্দিন আকবৰক লাজত পেলাই দিয়ে৷ তেনে অৱস্থাতো পিছে আকবৰে হাঁহি হাঁহিয়েই লাজ-অপমান সামৰি থয়৷ তেনেকুৱা ঘটনা এটাই ঘটিল৷ আকবৰৰ বৰপুত্ৰৰ নাম আছিল ছেলিম (পাছত তেওঁ দিল্লীৰ শ্বাহেনশ্বাহ হৈ জাহাঙ্গীৰ নামেৰে প্ৰখ্যাত…
ৰচনা পাঠক (২) সময়ৰ লগে লগে মহেশৰ বুদ্ধি আৰু জ্ঞানৰ ওচৰত শ্বাহেনশ্বাহৰ দৰবাৰৰ বাকীসকল সভাসদ মোলান পৰি গ’ল৷ মহেশ পূৰ্বতকৈও বেছি সাহসী হৈ উঠিল৷ একে সময়তে মানুহৰ সততা আৰু শঠতাৰ মাজৰ পাৰ্থক্যও মহেশে বেছিকৈ বুজিব পৰা হৈ আহিল৷ সভাসদসকলেই নহয়,…
ৰচনা পাঠক পুৰণি ভাৰতৰ সংস্কৃত ভাষাত লিখা নাটকবোৰত এটা বিশেষ চৰিত্ৰ দেখা যায়৷ বিদূষক বুলি খ্যাত এই চৰিত্ৰটোৰ আন কোনো নাম নাই৷ চৰিত্ৰটোৰ কাম কেৱল ৰজাৰ মন ভাল লগোৱা৷ সাধাৰণতে খুহুটীয়া কথা কৈ ৰাজন্যবৰ্গৰ মন যোগোৱা এই বিদূষক চৰিত্ৰটোৰ…
ৰচনা পাঠক কাহানিও কাকো তই তেহেলে যা নোবোলা বৰনৈৰ বুকুত হঠাতে কাৰ কাৰ মাত পানীয়ে গিলিলে কেইজনী নিমাতী মাকৰ চকুপানী নেদেখিলে কোনেও কাৰ কাৰ উকি উৰি গ’ল ইথাৰত কোন বীৰৰ কিৰিলিত জমি উঠিল মৃত্যুৰ উৎসৱ লোহাৰ জাহাজো ভাগে। এইখনতো পঁচা…
ৰচনা পাঠক মইনাৰ ভাল নাম অনুপম গন্ধীয়া, মনপুতি পঢ়ে-শুনে ৰাতিপুৱা-সন্ধিয়া৷ সিদিনা হঠাতে বিনা কাৰণতে মইনা লাগিল থৰ, একোকে নাখায় পঢ়া-শুনা নাই গাত তমোময় জ্বৰ৷ ডাক্তৰ আহিল পেট পিটিকিল নাড়ীৰ গতিও চালে, মাক-পিতাকক দৰব-জাতিৰ…