Anyayug Contributor ৰচনা পাঠক

ইণ্টাৰভিউ

ৰচনা পাঠক ইণ্টাৰভিউ! ইণ্টাৰভিউ!প্ৰাৰ্থীসকলৰ দীঘল ‘কিউ’পদবীটো হ’ল এটা ‘নাইট চকীদাৰ’ প্ৰাৰ্থীজন হ’ব লাগে বেচ ‘দিলদাৰ’৷ গদাধৰে ভাবি আছে, ‘‘পাই যাম মই,দুই-তিনি মাহতে বাইক এখন লৈ       দিনৰ দিনটো মই ফুৰিম চলাই,       ৰামবদন হোটেলত পাও ভাজি খাই৷’’এনেতে পৰিল ডাক— গদাধৰ ডেকা!কোনে মাতে বুলি চায় চকু কৰি…

বন্ধৰ পদ্য

ৰচনা পাঠক কেনে মজা, আজি কোনে পায় কোৱাঁচোন, লক্‌ডাউন, স্কুল নাই, তাতে দিছে বৰষুণ; বৰ ভাল হ’ব জানা, সঁচা মিছা ভবা মানা – শুই শুই চাবলৈ মিঠা মিঠা ধুনীয়া সপোন। নাথাকিব তাত জানা কিতাপৰ বোজা, মিছ্ আৰু টিছাৰ চব তাত হোজা; মা-দেউতায়ো খোলে আমাৰ…