মহাবৃত্ত
মৃদুল শৰ্মা ২৩ দুৰ্যোধন৷ প্ৰথমে আৰম্ভ হোৱা ক্ৰীড়া প্ৰতিযোগিতা আনন্দদায়কভাৱে দ্যুতক্ৰীড়াই হৈছিল৷ মোৰ লক্ষ্য আছিল পাণ্ডৱৰ হাতৰপৰা ইন্দ্ৰপ্ৰস্থ হস্তগত কৰা৷ সকলো সা-সম্পত্তিসহ ইন্দ্ৰপ্ৰস্থ নগৰো হেৰুওৱাৰ পাছত মামা শকুনিয়ে বাৰে বাৰে যুধিষ্ঠিৰক ক্ৰীড়া ত্যাগ কৰিবলৈ কৈছিল৷ অৱশ্যেই মামাৰ কথাৰ সুৰত কিছু…