এক অনন্য ভ্ৰমণ কাহিনী
নৱনীতা ভট্টাচাৰ্য্য (তৃতীয় খণ্ড) ঘৰখনৰ আহল-বহল পৰিঙ্কাৰ পৰিৱেশটো দেখি মোৰ বৰ ভাল লাগিল৷ তাতকৈও ভাল লাগিল ইমানবোৰ ঘৰ দেখি৷ “একেটা চৌহদতে ইমানবোৰ ঘৰ থাকিলে মানুহক খেলিবলৈ আৰু বেলেগ লগ-সংগৰ প্ৰয়োজনেই নাই দেখোন৷ কেতিয়াবা যদি ইটো ঘৰত, কেতিয়াবা আনটো ঘৰত…