টিটিৰ শামুকীয়া গতি
নৱনীতা ভট্টাচাৰ্য্য বছৰটোৰ বেছিভাগ সময় শীতে আগুৰি থকা ঠাইখনৰ পৰা আহি এই উৎকট গৰমত টিটিৰ কি অৱস্থা হৈছে তোমালোকে হয়তো ধৰিব পাৰিছা৷ তথাপি অন্যান্য বনৰ সকলো জীৱ-জন্তুৰ সহায়ত আজি সি বহুত সুস্থ হৈ উঠিছে৷ বনৰ সকলো প্ৰাণীৰ সহায়তে সি আজি…