জয়দ্ৰথৰ দর্পচূৰ্ণ
(৭) নৱনীতা ভট্টাচাৰ্য্য অজগৰৰ সাধুটো কৈ উঠি মাকে বনীক ক’লে, “সেইবাবে মানুহ কেতিয়াও অহংকাৰী হ’ব নালাগে৷ যিমানেই গুণ-গৰিমা, ধন-সোণ নাথাকক কিয় মানুহ সদায় বিনয়ী হ’ব লাগে৷ অহংকাৰে মানুহক লোভী কৰিও তোলে৷ কথাতে কয় নহয় – লোভেই পাপ আৰু পাপেই…