গীতালি বৰাৰ ‘বৈষম্যবাদ’: এটি চমু আলোচনা
ড° বিৰিঞ্চি কুমাৰ দাস সাম্প্ৰতিক অসমীয়া সাহিত্য জগতৰ এগৰাকী আগশাৰীৰ গল্পকাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰা গীতালি বৰাৰ শেহতীয়া গল্প সংকলন ‘বৈষম্যবাদ’ সম্পৰ্কে ইতিমধ্যে বহু আলোচনা-বিলোচনা হোৱা দেখা গৈছে৷ কেতবোৰ স্বকীয় গুণেৰে এই সংকলনখনৰ গল্পসমূহে কিছু সচেতন পাঠকৰ মনোযোগ যে…