Anyayug Contributor ড° বিৰিঞ্চি কুমাৰ দাস

গীতালি বৰাৰ ‘অন্তৰতম’: এক অন্তৰ্মুখী যাত্ৰা

 ড° বিৰিঞ্চি কুমাৰ দাস   সাম্প্রতিক অসমীয়া সাহিত্য জগতৰ এগৰাকী প্ৰতিভাশালী গল্পকাৰ গীতালি বৰাই ‘বুদ্ধজায়া’ৰ পাছত লিখি উলিওৱা তেওঁৰ দ্বিতীয়খন উপন্যাস ‘অন্তৰতম’ৰ জৰিয়তে অসমীয়া উপন্যাস জগতত  কিছু নতুন সম্ভাৱনাৰ বাট মুকলি কৰি দিছে, যাৰ জৰিয়তে   এই উপন্যাসখনে  যোৱা কিছু বছৰত প্ৰকাশিত অসমীয়া উপন্যাসসমূহৰ মাজত এক গুৰুত্বপূৰ্ণ…

‘দ ৱেষ্টলেণ্ড’ৰ শতবৰ্ষ

ড° বিৰিঞ্চি কুমাৰ দাস ২০২২ বছৰটো কেৱল ইংৰাজী সাহিত্যৰেই নহয়, সমগ্ৰ বিশ্বসাহিত্যৰ বাবেই এটা উল্লেখনীয় বছৰ বুলি বিৱেচিত হ’বৰ যোগ্য মূলতঃ এইটো কাৰণতে যে এই বছৰটো হৈছে ইংৰাজী সাহিত্যত আধুনিকতাবাদী ধাৰাৰ ভেটি টনকিয়াল কৰাত বিশেষ ভূমিকা লোৱা দুটা গুৰুত্বপূৰ্ণ সাহিত্যকৰ্মৰ…

প্ৰসংগ : অনুবাদৰ সমস্যা আৰু সম্ভাৱনা

 ড° বিৰিঞ্চি কুমাৰ দাস অনুবাদৰ বিষয়ে কিবা লিখিবলৈ গৈ প্ৰথমেই এটা ঘটনা মোৰ মনলৈ আহিছে। বহু বছৰ আগতে এজন ছাত্ৰই গেব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেজৰ এটা গল্প অসমীয়ালৈ অনুবাদ কৰি তেওঁ পঢ়া মহাবিদ্যালয়খনৰ আলোচনীত দিলে। দিয়াৰ আগতে মোক তেওঁ অনুবাদ গল্পটো এবাৰ চাবলৈ দিছিল।…