বেংডোবাৰ ঘাট
জয়ন্ত মাধৱ বৰা ৷৷ এঘাৰ৷৷ মেলাৰ দ্বিতীয় দিনা দোকানখন অকলে চম্ভালাতো গণেশৰ বাবে টান হৈ পৰিল৷ তাৰ দোকানখনৰ ঠাইকণ ভাল৷ মন্দিৰৰ পৰা ওলাই আহিয়েই পোনে পোনে পায়৷ সেৱা-সৎকাৰ কৰি আহি সকলোৱে চাহ একাপ খাব বিচাৰে৷ কোনোবা সময়ত গ্ৰাহকে…
জয়ন্ত মাধৱ বৰা ৷৷ এঘাৰ৷৷ মেলাৰ দ্বিতীয় দিনা দোকানখন অকলে চম্ভালাতো গণেশৰ বাবে টান হৈ পৰিল৷ তাৰ দোকানখনৰ ঠাইকণ ভাল৷ মন্দিৰৰ পৰা ওলাই আহিয়েই পোনে পোনে পায়৷ সেৱা-সৎকাৰ কৰি আহি সকলোৱে চাহ একাপ খাব বিচাৰে৷ কোনোবা সময়ত গ্ৰাহকে…
জয়ন্ত মাধৱ বৰা ৷৷ দহ৷৷ ছোৱালীবোৰক চাকৰি দিম বুলি দালাল কিছুমানে ফুচুলাই নি বেলেগ ৰাজ্যত বিক্ৰী কৰি দিয়াক লৈযে ধুপধৰাত কেইদিনমান হুলস্থূল হৈ আছিল, এতিয়া সেইবোৰ তল পৰিল৷ এতিয়া ৰাস্তাৰ কাষৰ গছবোৰ কটাক লৈ হুলস্থূল লাগি আছে৷ গোৱালপাৰাৰ পৰা…
জয়ন্ত মাধৱ বৰা ৷ ৷ ন ৷ ৷ চন্দ্ৰৰ শটো আনিবলৈ অৱশেষত গণেশ আকৌ ৰংজুলিলৈ যাব লগা হ’ল৷ গাঁওবুঢ়াই তাক কথাটো জনালেহি–‘থানাৰ পাৰা ফোন কুৰছে৷ চন্দ্ৰ লাচটা আন্বা লাগে’৷ : গিছিলুংতো৷ গোটাই ৰাতি মেডিকেলতে বহি থাকিলুং৷ নিদিলে৷…
জয়ন্ত মাধৱ বৰা ৷৷আঠ৷৷ পুৱাই ভয়, আতংক আৰু উত্তেজনাত কঁপি উঠিল বেংডোবাৰ পাৰ৷ যেন আকৌ এবাৰ ভাঙি পৰিল নৈঋতত জ্বলি উঠা বেংডোবাৰ ওপৰৰ বেলি আৰু পানীত ওপঙি উঠিল মৃত্যুৰ নগ্নতা৷ কোনোবাই চিঞৰিলে– ‘বেংডোবাই আৰো নিল, বেংডোবাই আৰো নিল৷’ কি নিলে,…
জয়ন্ত মাধৱ বৰা ৷৷ সাত৷৷ ঠেলাখনত চন্দ্ৰৰ ঘৈণীয়েকৰ শটো লৈ গণেশ আৰু চন্দ্ৰ গাঁওখনত সোমোৱাৰ লগে লগে অৱধাৰিতভাৱেই উদ্ভ্ৰান্ত হৈ পৰিল পৰিপাৰ্শ্ব– যেন দুয়োটাই ডাইনীৰ অভিশাপ এসোপাহে গাঁওখনলৈ লৈ আহিছে৷ সকলোৱে আকৌ ডাইনীৰ কথা পাতিবলৈ ল’লে৷ বহুতে ভাবিলে, ডাইনীৰ…
জয়ন্ত মাধৱ বৰা ৷৷ ছয়৷৷ জীৱনৰ সকলো পথ বন্ধ হৈ পৰা বুলি ভাবি মানসিকভাৱে ভাগি পৰাৰ সময়তে জীৱনে নিজেই নতুন এটা পথ উলিয়াই লয়৷ চিৰন্তন সত্যৰ আঁৰত লুকাই থকা জীৱনৰ এইটো এটা গোপন ৰহস্য৷ নতুন পথেৰে বাট বোলোঁতে এৰি…
জয়ন্ত মাধৱ বৰা ৷৷ পাঁচ…
জয়ন্ত মাধৱ বৰা ৷৷ চাৰি৷৷ মনটো অস্থিৰ হৈ উঠিলেই গণেশ বেংডোবাৰ ঘাটলৈ আহে৷ সৰুতে অস্থিৰ হ’লে, ভয় লাগিলে সি মাকক সাৱটি ধৰিছিল৷ মাকে তাক দদান ৰজাৰ কাহিনী কৈছিল৷ সেনাপতি মাৰুক্ষেত্ৰীৰ কাহিনী শুনাইছিল৷ কৈছিল–‘তুইও মাৰুক্ষেত্ৰী নিচিনা হ’বা লাগ্ব’৷ সি জোৰ…
জয়ন্ত মাধৱ বৰা ৷৷ তিনি ৷৷ অলপ দিনৰ পিছতে সিহঁতে অভাৱ কি বুজি পোৱা হ’ল৷ ভোক কি বুজি পোৱা হ’ল৷ উপাই নাপাই সি স্কুল এৰি মণিৰ দোকানত লগুৱা হিচাপে সোমাল৷ ‘‘খাৱা-লোৱা নায়, মাহৰ মূৰত খানেকমান পুইচা দিম আৰো৷’’ মণিয়ে…
জয়ন্ত মাধৱ বৰা ৷৷ দুই ৷৷ জীৱনটোৱে যেতিয়া বিৰক্তি ওপজায়, গণেশ বেংডোবাৰ কাষলৈ আহে৷ বেংডোবাই তাক মাতি আনে৷ বেংডোবাৰ নীৰৱতাৰ বাটেদি তাৰ কাষ চাপি আহে তৰুলতা আৰু হীৰামনিৰ বিৱস সন্ধ্যাৰ বিষাদগাঁথা৷ সৰুতে সি বেংডোবাৰ পাৰতে খুব ধেমালি কৰিছিল৷ স্কুলৰ পৰা…