Anyayug Contributor জয়ন্ত মাধৱ বৰা

মৃত্যুপক্ষ

জয়ন্ত মাধৱ বৰা  খবৰটো প্ৰথমতে প্ৰচাৰ হ’ল গধূলিৰ টিভিৰ বাতৰিত। আটাইকেউটা চেনেলে প্ৰথমতে ব্ৰেকিং নিউজ দিলে। বাতৰি এটা দেখুৱাই থাকোঁতে তলত যে চিনেমাৰ ৰীলৰ দৰে আখৰবোৰ গৈ থাকে, তেনেকুৱাকৈ। তাৰ পাছতে বাতৰিটো বিস্তাৰিত ৰূপত প্ৰচাৰ কৰিবলৈ ধৰিলে। বাতৰিটো ছোৱালীজনীয়ে কৈ…