পানী হিলৈ
গোৱিন কুমাৰ খাউণ্ড (দহ) ৰাতিপুৱাই চাইকেলখন লৈ ওলাই গ‘ল মিলিটেৰী। চাইকেল চলাবলৈও যেন গাত শকতি নাই। ভীষণ অকলশৰীয়া অকলশৰীয়া লাগিছে। কাকো দেখুৱাই কান্দিব পৰা নাই অথচ দেহৰ ভিতৰত যেন অসংখ্য মানুহে কান্দিছে। চিঞৰত সৰি পৰা যেন লাগিছে নষ্ট সময়।বাৰে…