পানী হিলৈ
গোৱিন কুমাৰ খাউণ্ড ( পাঁচ) পুৱাৰে পৰা জৰিগুৰিত উখল-মাখল পৰিৱেশ। কাৰণটো আন একো নহয়, এখন মদৰ দোকান। কথাটো হিমানীয়ে পুৱাই কৈছিল যদিও মিলিটেৰীৰ সমুলি গাত লগা নাছিল। মনে মনে ভাবিছিল কিছুমান কথাৰ পৰা আঁতৰি থকাই ভাল। অনাহক কথাই মানুহৰ জীৱনটো…

গোৱিন কুমাৰ খাউণ্ড ৰাজপথত ভৰিৰ আঙুলি বিচাৰি খোজহীন মানুহৰ অলেখ শব্দ৷ সেই শব্দই আজি আৰু কাকো আমনি নকৰে৷ মচোৱা সাপৰ দৰে পৰি থকা পকী পথৰ ওপৰেদি অৱসাদগ্ৰস্ত মানুহবোৰ অহা-যোৱা কৰি আছে৷ দুই-এজন মানুহ গাড়ী-মটৰে খুন্দিয়াই থৈ যোৱা ভয় বুকুত লৈয়ে…
গোৱিন কুমাৰ খাউণ্ড (তিনি) শিল্পী দিৱস পাৰ হৈ গ‘ল। বৰ বৰ হৰফেৰে কাকতত বাতৰি ওলাল। ফটো ওলাল। মিলেটেৰী আৰু হিমানী পিছে কোনো নগ‘ল সভালৈ। অৱশ্যে নিমন্ত্ৰণী পত্ৰত দুয়োৰে নাম ওলাইছিল। সভাত বোলে মানুহো বহুত হৈছিল। খোৱা-বোৱা সকলো উভৈনদী। বেছিভাগেই ‘অৰুণোদয়‘…