Anyayug Contributor কৌস্তুভমণি শইকীয়া দত্ত

প্ৰসাধন

কৌস্তুভমণি শইকীয়া দত্ত   কথাবোৰ দেখাত ৰংচঙীয়া হ’লেওআচলতে বিমূৰ্ত।মনটোৱেই সকলো—মনে ৰং সানিলে শৰীৰ হৈ পৰে কেনভাচ। আঙুলিয়ে কুণ্ডলি পকাই মেৰাই ধৰে পছোৱাকআৰু মই ওঁঠত সানো পলাশৰ ৰং। প্ৰসাধন মোৰ মুখা নহয়একান্তই আত্ম-বিস্তাৰ—যি আছিল মোৰ তাতে যোগ হয়আৰু অকণমান চকুতআৰু অকণমান ওঁঠতআৰু অকণমান…

কথকতা

কৌস্তুভমণি শইকীয়া দত্ত সঁচাই মিছাই কথা কোৱাকথকী চৰাই এজাকমোৰ চৌপাশে কলৰৱ কৰি উৰি ফুৰে।সিহঁতে বাহ সাজোঁতেও হাজাৰ গল্প কৰেঅমুকৰ বাহটো দুষ্প্ৰাপ্য এক ঘাঁহেৰে সজাতমুকৰ বাহটো ধুমুহাই ভাঙিব নোৱৰাকাৰোবাৰ বাহটো ভেমেচাকাৰোবাৰটো হেনো ৰঙীন পলিথিন আৰু কাগজৰ কৃত্ৰিমতাসনা।(কথাৰ প্ৰকোপত নেদেখাকৈয়ে মই সিহঁতৰ…