মহাকবি কালিদাসৰ ৰঘুবংশম্
অনুবাদ – কৌস্তুভমণি শইকীয়া দত্ত (পঞ্চম অধ্যায়) বিশ্বজিৎ যজ্ঞৰ দান দক্ষিণাত হ’ল শূন্য ৰাজকোষ সেই সময়তে শিক্ষা কৰিলে সমাপ্ত বৰতন্তু মুনিৰ শিষ্য কৌৎস গুৰুদক্ষিণা দিবলৈ গুৰুক ৰঘুৰ ওচৰলৈ আহিল বিচাৰি সাহায্য । তমধ্বৰে বিশ্বজিতি ক্ষিতীশং নিঃশেষবিশ্রাণিতকোশজাতম্ |…