বেহুৱা
চিৰঞ্জীৱ দত্ত পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
চিৰঞ্জীৱ দত্ত পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
গীতিমণি হাতীমূৰীয়া অহৰহ বুৰ গৈ আছোঁ কোলাহলতঅথচ আমি নীৰৱতাৰেই নিসংগ হাঁহি বিলোৱা মানুহবোৰো হঠাৎঈশ্বৰৰ স’তে গুচি যায়। ব্যস্ততাত খামুচি ধৰি মানুহবোৰে নিজকে বিচাৰি নাপায় … আমি আকাশলৈ চাব নাজানোশুনিবলৈ পাহৰি পেলাওঁ চৰাইৰ কাকলিচাবলৈ ফুলৰ পাহিপখিলাৰ মিতিৰালি কি জিনিবলৈ কি হাবিয়াস কৰোঁ আমি ! সুখী হ‘বলৈকে যে দুখৰ প্ৰয়োজনপোহৰক…
অনুলেখা বৰদলৈ পৃথিৱীৰ ধূমায়িত গৰ্ভতদোমোজাগ্ৰস্ত কোৱাভাতুৰীয়া মুখমুখতঅহৈতুকী হাঁহিৰ আস্ফালন মুখৰ ওপৰত অনেক মুখৰ এঙেৰুৱা প্ৰলেপ মন কৰিলেই যিসলাব পাৰে মুখৰ আভাস নিদ্ৰা আৰু জাগৰণৰ তফাৎ নোহোৱাএইখন কি ঠাইআন্ধাৰৰ মৰ-ৰাওচি কিনো দেখোঁ কিনো শুনোহেৰোৱা মাত একাঁজলি জীৱনৰ মৈদাত কচি কচিকালৰ আমঠুহুমুনিয়াহৰ ডেউকা নাচে প্ৰতিবেশীৰ নখৰ আঁচোৰশেলুৱৈ সময়ৰমৃত্যুসিক্ত…
ৰুদ্ৰ সিংহ মটক ভোকৰ অন্য নাম দুঃস্বপ্ন ভোকৰ অন্য নাম হুমুনিয়াহ হাহাকাৰভোকৰ অন্য নাম ৰঙা তেজৰ বেলিটো গোগ্রাসে গিলি হাঁহি থকাঅন্ধকাৰ কালবেলা ভোক হ’ব পাৰে তৃতীয় বিশ্বৰ নিৰ্মম ঘাতকভোক হ’ব পাৰে ক’ৰ’নাৰ দৰেই বাঢ়ি অহাভয়সন্ত্ৰাসবিধস্ত অৰ্থনীতিমৃত্যুৰ অচিন মহামাৰি ভোকত বনৰীয়া কচু খাই…
পম্পি বৰা বৈশ্য আগকথা …. “ঘূর্ণীয়মান বিশ্বৰ সময় অশান্ত যাযাবৰী মানৱৰ অস্থিৰ স্বপ্ন” সমগ্ৰ বিশ্ব বৰ্তমান অশান্ত। পৃথিৱীৰ অসুখ, প্ৰকৃতিও ৰুষ্ট। বিশ্বৰ প্ৰথমজন কৰ’না আক্ৰান্ত ৰোগী ২০১৯ চনৰ নৱেম্বৰ মাহত চীনদেশত চিনাক্ত হোৱাৰ পিছতেই লাহে লাহে এই ৰোগ এখনৰ পৰা আন এখন…
ড° দেৱজিৎ শইকীয়া শুকান হৈ আহে আমাৰ সাহপিত, পাঠশালাৰ গোট মাৰি থকা মনোযোগক আগচিমনু হাজৰিকা ছাৰৰ গপচ-গধুৰ কণ্ঠস্বৰ–“মনত ৰাখিবিহঁক,চালনীৰে চালি, কুলাৰে জাৰি মলখুকিটা বাছিউলিওৱাৰ পাছতহে তহঁতৰ প্ৰমোচন!” আমাৰ তলমুৱা বুকু-পাঠশালাৰ বহুনা-কোলাততেনেকৈয়ে খামি-পুতি বহে চালনীৰ বীৰত্ব-নিৰ্যাস৷ এদিন দেখিলোঁ—ছাঁ-চুটি পিৰালিৰ গাখীৰতী-বতাহতপিতাদেউৰ দাঁতৰ কামোৰ এখিনিৰ তল-সৰকামাইকী-গাঁঠি…
হিমাংশু ভাগৱতী ৫৪৩ + ২৪৫ = ০ভুল বুলি ভবা যোগটো অতি সৰলভাৱে শুদ্ধ মাজে-সময়ে হাতৰ নখত লগাই দিয়া চিয়াঁহীকণনীলা বুলিয়ে সৰলভাৱে ভবা যায়অথচ বহু দিনলৈ লাগি থকা দাগটো ক’লা সমদলত সৰলভাৱে যোগ দিয়াৰএটা ঋতুৰ পাছতহেকেমেলিয়নক অনুসৰণ কৰাৰ ভাগৰ আহে,এই সাধুটো বাৰে বাৰে…
ৰুদ্ৰ সিংহ মটক ভোকৰ অন্য নাম দুঃস্বপ্ন ভোকৰ অন্য নাম হুমুনিয়াহ হাহাকাৰ ভোকৰ অন্য নাম ৰঙা তেজৰ বেলিটো গোগ্রাসে গিলি হাঁহি থকা অন্ধকাৰ কালবেলা ভোক হ’ব পাৰে তৃতীয় বিশ্বৰ নিৰ্মম ঘাতক ভোক হ’ব পাৰে ক’ৰ’নাৰ দৰেই বাঢ়ি অহা…
ড০ পোনা মহন্ত অঁকৰা মৈত উঠিলোঁ তেতিয়াৰ দিনত আমাৰ ঘৰৰ সমুখত থকা আহল–বহল পথাৰখনত কিদৰে ভেঁটা দি মাছ ধৰিছিলোঁ, সেই কথা আগৰ লেখাত কৈ আহিছোঁ৷ এই পথাৰখনে মোক ল’ৰালি কালৰ আন অনেক ফূৰ্তি আৰু আনন্দৰ খোৰাক দিছিল৷ মোৰ শৈশৱৰ বিষয়ে ইতিমধ্যে…
ড° প্ৰাঞ্জল বুঢ়াগোহাঁই সন্তান এটি তুলি-তালি ডাঙৰ-দীঘল কৰাটো আমাৰ মানুহে এতিয়াও ভাতৰ লগত পানী খোৱাৰ দৰে মামুলি কাম বুলিয়েই ভাবি আছে। সন্তান এটিৰ যতন ল’বৰ বাবে যে কিছু কথা শিকি ল’ব লগা থাকিব পাৰে আমাৰ মানুহে ভাবিবলৈকে টান পায়। আন…