Category Manual Review Needed

চাংমাইশাল

তেঁতেলী আৰু সৰিয়হৰে ইলিচ মাছ ইলিচ মাছ বুলি ক’লেই  সাধাৰণতে সৰিয়হ-ইলিচ, ভাপা ইলিচ, ইলিচ মাছৰ পাতুৰি  আদি  ৰন্ধনশৈলীয়েই আমাৰ মনলৈ আহে। এইবাৰ আগ বঢ়াইছোঁ ইলিছ মাছৰ এক ব্যতিক্ৰমী ৰন্ধন— উপকৰণ ইলিচ মাছ ৬ টুকুৰা সৰিয়হ ২ চাহ–চামুচ তেঁতেলী ১/২ টেবুল–চামুচ কেঁচা জলকীয়া ৪টা নিমখ স্বাদ অনুসৰি চেনি ১ চাহ–চামুচ গোটা…

ঘোঁৰা

অলকা মহন্ত বৰুৱা  পিঠিত ডাৱৰৰ বোজা লৈ ঘোঁৰাবোৰ আহে শ্বেতকায় সময়ক বান্ধি থৈ নাচে…দুফালে গৰ্জনহীন কাগজৰ বাঘসুযোগসন্ধানী কেতিয়াবা ঘোঁৰাও হয় হিংস্ৰবেলি নপৰা দিনবোৰ গৰকি গুচি‍ যায় কদমত  ঘোঁৰা ডাৱৰে পোহ নামানে সময়ৰ পিঠিত উঠি শূন্যত আঁকি যায় জীৱন নক্সা লেকাম টনা ঘোঁৰা জুৱাত হাৰে মামৰ লগা ঘোঁৰা জীৱনত জিকে  আচল ঘোঁৰাক লেকাম…

সেউজপুৰৰ সাধু

 স্মৃতিৰেখা দেৱী অংকন: বৰ্ণিল মহন্ত  (যোৱা সংখ্যাৰ পাছৰ অংশ) জোন ওলাবলৈ পালে কি নাপালে, বাটলুৰ বাহিৰে বাকী কেউজন সভাসদ ইতিমধ্যে মহাৰাজ কেশৰীৰ বাসস্থানত আহি উপস্থিত হ’লহিয়েই৷ ‘তাৰ মানে বিষয়টোৰ গুৰুত্ব সকলোৱে বুজি পাইছে’– মহাৰাজে ভাবিলে৷ : আপোনাৰ চিন্তাৰ কাৰণটো মই…

মাটি আখৰা

     – সঞ্জীৱ সভাপণ্ডিত                                                                            মোৰ নামটো মাইকত উচ্চাৰিত হ’ল৷ লগে লগে সকলোৱে মোলৈ চালে৷ মই থিয় হ’লোঁ৷ কোনোবা এজন আগবাঢ়ি আহিল৷ মোৰ সমুখত মাইক্ৰফ’নটো ডাঙি ধৰিলে৷ মই পিছে তেওঁৰ ফালে নাচালোঁ৷ মই বহি থকা চকীখন হোঁহকাই পিছুৱালোঁ আৰু লাহে…

জোৱাৰ

 প্ৰতীক্ষা প্ৰিয়ম   বঙ্গোপসাগৰত জোৱাৰ। মোৰ সন্মুখত উত্তাল তৰংগ। ঢৌবোৰে বেগেৰে কাষ চাপি আহি কংক্ৰীটৰ বেৰা ভাঙো ভাঙো কৰে। পাৰত বহি থকা মানুহবোৰক তিয়াই থৈ বেগেৰে আঁতৰি যায়। পুনৰ আহে একে গতিৰে। পাৰৰ পৃথিৱীখনক গোটে গোটে গিলি পেলাব যেন। সাগৰৰ…

বুদুৰ কাহিনী

 দ্বিজেন কুমাৰ দাস   স্মৃতি চপাই উৰি যায় অতৃপ্ত আত্মাৰ এটি চৰাই ডাক্তৰে নজনালে   প্ৰাৰ্থনাইও নিদিলে উমান                        মেঘৰ এজোলা বিস্ময় মলঙা কপালত শুভ্ৰ শিল পাখি ভঙা পখিলা!   জানিলে বিচনাৰ কাষৰ টুলখনত পৰি থকা চামুচখনে   ইমান কঁপনি…

ৰঙা চিয়াঁহী

  (শ্লেভয় জিজেকৰ ৰগৰেৰে…)             দিগন্ত শইকীয়া বপুৰা সিয়ান বৰ আঁহতৰ তলত জিভা ধৰাই থাকোঁতে এদিন ওপৰৱালাৰ পৰিল নজৰ ধৰাই নিলে তাক বঁটাই নে গতাই বুজাই নাযায়৷   বিদায়ৰ চলেৰে সি কোনো কাণক কৈ গ’ল– চিঠি লিখিম চিয়াঁহী যদি নীলা…

মিকেলেঞ্জেল’

(উৎসৰ্গঃ নীলপৱন বৰুৱা)বিপুল কুমাৰ দিহিঙীয়া ঠিক দুপৰ নিশাৰ কথাযীশুক ক্ৰুচত দিয়াৰ পাছতজেৰুজালেমত পোহৰ। ৰঙা পোহৰওখ ওখ পাইন গছবোৰে মাজৰাতিনিচুকাৰ পাছত কাষতে পৰি থকাজঠৰ শিলাবোৰে ক’লে–কোনে কোনে অ’ তহঁতৰ টোপনি কাঢ়িলমাইকেলেঞ্জেলো।শিলাবোৰ এইবাৰ কঁপিল ঠক্ ঠককৈনিয়ৰৰ টোপালবোৰে ক’লে–তহঁতক জীৱ দিবকঁপ কিয়?আন্ধাৰত পোহৰৰ…

কথা পাতিম আহাঁ

পম্পি বৰা বৈশ্য অ’ ককা অ’ ককা কিনো কৰি আছা,আহাঁচোন কথা পাতো মোৰ কাষত বহাঁ,আজি স্কুলত বাইদেৱে কি শিকালে শুনা। বহাগত কুলিয়ে মাতে, খৰ আহে জেঠত,কঠীয়া সিঁচাৰ সময় পৰে আহাৰ-শাওন মাহত ।ভাদ মাহত নামঘৰত ভকত-বৈষ্ণৱ বহে,মহাপুৰুষ দুয়োজনাৰ মৃত্যু তিথি পৰে। আহিনত কঁহুৱা ফুলে, কাতিত কঙালী বিহু-ঘৰ পথাৰ সকলোতে আকাশ…

নেহাঁহিবি মোক সোঁচৰিব তোক

মঞ্জিত হাজৰিকা কঁঠাল গছত উঠি মলুৱাইপকা কঁঠাল খাই,গোটেই গাতে লাগিল এঠাএৰুৱাৰ উপায় নাই।। এৰুৱাব নোৱাৰি কঁঠাল এঠামলুৱা জXপিয়াই ফুৰে,তাকে দেখি কেৰ্কেটুৱাইধেক‌্ ধেকাই হাঁহে।। খঙত মলুৱাই কেৰ্কেটুৱাকখেদা মাৰি মাৰি যায়,বাঁহত উঠি কেৰ্কেটুৱাইনেগুৰ জোঁকাৰি চাই।। মলুৱাই বোলে নেৰিছোঁ তোকএসেকা নিদিয়াকৈ,এই বুলি বাঁহৰ…