Category Manual Review Needed

পানী হিলৈ

 গোৱিন কুমাৰ খাউণ্ড অৱশেষত শৰৎ শৰ্মাই  সৰগী বন্ধ কৰাৰ সিদ্ধান্ত লʼলে। জৰিগুৰিৰ মানুহৰ প্ৰতিবাদত সেওমানি সৰগী বন্ধ কৰিবলৈ ওলোৱা নাই ওলাইছে নিজৰ ল‘ৰাটোক ৰক্ষা কৰিবলৈহে। বহুতেই পৰামৰ্শ দিছিল এইবুলি,  সৰগী বন্ধ কৰিলেহে আপুনি আগৰ দৰে মানুহৰ মৰম-চেনেহ পাব। শৰ্মাই কিন্তু…

পানী হিলৈ

 গোৱিন কুমাৰ খাউণ্ড অসুস্থ হিমানীৰ কাষত মিলিটেৰী মন মাৰি বহি আছে। অসহায় দুচকুৰে টপটপকৈ চকুলো ওলাই আছে মিলিটেৰীৰ। হৃদয়ভৰা সুৰ এটাই আপাদমস্তক জোকাৰি আছে মানুহটোক। যোৱা সপ্তাহত ঘটি যোৱা ঘটনাটোৱেও নীলৰ মৃত্যু শোক পাতলাব পৰা নাই। বহিৰাগতক খেদাৰ বাবেই অসম…

বেংডোবাৰ ঘাট

 জয়ন্ত মাধৱ বৰা                                                              ৷৷ এঘাৰ৷৷   মেলাৰ দ্বিতীয় দিনা দোকানখন অকলে চম্ভালাতো গণেশৰ বাবে টান হৈ পৰিল৷ তাৰ দোকানখনৰ ঠাইকণ ভাল৷ মন্দিৰৰ পৰা ওলাই আহিয়েই পোনে পোনে পায়৷ সেৱা-সৎকাৰ কৰি আহি সকলোৱে চাহ একাপ খাব বিচাৰে৷ কোনোবা সময়ত গ্ৰাহকে…

মাক-কথা

 (Unfolded Stories of a Mother) ৰত্নোত্তমা দাস বিক্ৰম (যোৱা সংখ্যাৰ পাছৰপৰা) অৱশেষত চেবাস্তিয়েন আৰু থিঅ’ আহিল৷ সুদীর্ঘ সাত বছৰৰ মূৰত মই আৰু মোৰ ফৰাচী বন্ধুটিক আকৌ লগ পালোঁ৷ উল্লেখ কৰিছোঁ যে সেয়া আছিল এপ্রিল মাহ৷ এপ্রিল মাহত দিল্লীত গৰম ভালকৈয়ে…

বাহুবলী ভীম

  নৱনীতা ভট্টাচাৰ্য্য (৫) ভীম-হনুমানৰ মিলন প্রতিশ্রুতি অনুসৰি মাকে সিদিনাখন বনীৰ আগত ভীম আৰু হনুমানৰ মিলনৰ কাহিনীটো ক’বলৈ আৰম্ভ কৰিলে- তেতিয়া পাণ্ডৱসকল পাশাখেলত হাৰি বনবাস খাতি আছিল৷ তেওঁলোকে নানা ঠাই ঘূৰি ফুৰি তেতিয়া বদৰিকাশ্ৰমত প্ৰৱেশ কৰিছিল৷ সেইসময়তে এদিন বতাহে উৰুৱাই অনা…

পানী হিলৈ

  গোৱিন কুমাৰ খাউণ্ড (যোৱা সংখ্যাৰ পৰা) মৃগাংকৰ মুখৰ পৰা ভেলেককৈ মদৰ গোন্ধটো গৈ মিলিটেৰীৰ নাকত লাগিল। মিলিটেৰীয়ে মুখখন বিকটাই দিলে। অসংযতভাৱে মৃগাংক ভিতৰ সোমাই গ‘ল। চাকিটো হাতত লৈ পিছে পিছে সোমাই গ‘ল মিলিটেৰী।  ‘তাতে শুই দে।‘ চাকিটো থৈ মিলিটেৰীয়ে…

আকাশীগংগা

অমৃত গোস্বামী   মধ্য অসমৰ মানুহে পিকনিক বা বনভোজ খোৱা ঠাই– ‘আকাশী গংগা।’ এইটো মোৰ আগৰেপৰা জনা কথা। আকৌ, কেই বছৰমানৰ আগতে বৰদোৱা বা বটদ্ৰৱা থান দৰ্শন কৰিবলৈ  যাওঁতে স্থানীয় লোক এজনে মোক থানৰ ভিতৰত থকা বৃহৎ পুখুৰী এটা দেখুৱাই কৈছিল– “এয়া…

বেংডোবাৰ ঘাট

জয়ন্ত মাধৱ বৰা ৷৷আঠ৷৷ পুৱাই ভয়, আতংক আৰু উত্তেজনাত কঁপি উঠিল বেংডোবাৰ পাৰ৷ যেন আকৌ এবাৰ ভাঙি পৰিল নৈঋতত জ্বলি উঠা বেংডোবাৰ ওপৰৰ বেলি আৰু পানীত ওপঙি উঠিল মৃত্যুৰ নগ্নতা৷ কোনোবাই চিঞৰিলে– ‘বেংডোবাই আৰো নিল, বেংডোবাই আৰো নিল৷’ কি নিলে,…