এটা কাণিমুনি সপোনৰ প্ৰস্তাৱনা
অংগনা ভট্টাচাৰ্য্য স্কুলখনৰ মূল বিল্ডিংটোৰ কাষতেই এজোপা কৃষ্ণচূড়া৷ স্কুলৰ জিৰণি বেলা কৃষ্ণচূড়াৰ তলসৰা ফুলবোৰ বুটলিবলৈ ছোৱালীবোৰৰ উথপথপ লাগে৷ তেজ ৰঙা ফুলবোৰ বুটলি গণনা কৰে সিহঁতে— কোনে কিমানটাকৈ বুটলিলে, কাৰ আজি ভাল দিন, কাৰ কোঁচলৈ আজি বেছিকৈ ফুল আহিল৷ কৃষ্ণচূড়াৰ…