Category গল্প

জ’নাথন ডাইদ

 নীলোৎপল বৰুৱা   :জ’নাথন ডাইদ, জ’নাথন হেজ ডাইদ বা জ’নাথন হেড ডাইদ- তিনিওটাই শুদ্ধ৷ অৰ্থ জ’নাথন মৰিল৷ মাত্ৰ প্ৰেক্ষাপট বেলেগ বেলেগ৷ মৰি গৈছে জ’নাথন৷   ব’ৰ্ডত তিনিওটা বাক্য লিখি কেটোৰ কৃষ্ণবৰ্ণৰ বাতাচ তিৰ্কীয়ে কিছু সময়‌ দৰক দিলে৷ বাক্যটোত তেওঁ চাবজেক্ট…

দ্য অভাৰকোট

 মূল: ৰাস্কিন বণ্ড অনুবাদ: পংকজ কুমাৰ নেওগ   পৰিষ্কাৰ হিমশীতল বতৰ আছিল। হিমালয়ৰ শিখৰত জোনটো উদয় হোৱাৰ লগে লগে দেখা পালোঁ যে পাহাৰী অঞ্চলটোৰ বাট-পথবোৰত তেতিয়াও বৰফ গোট মাৰি আছে। নিজৰ বিছনাখনতে এখন গল্পৰ কিতাপ আৰু এটা গৰমপানীৰ বটল লৈ…

ৰে’ড লিপষ্টিক

 পাপৰি গোস্বামী    প্ৰিয় পাঠক, শিৰোনামা দেখি হয়তো আপোনালোকে ভাবিছে গল্পৰ কাহিনীটো আধুনিক ধৰণৰ৷ অথবা কাহিনীৰ আধাৰত মূল চৰিত্ৰসমূহ  ‘গ্লেমাৰাছ’ অৰ্থাৎ আকৰ্ষণীয় হ’ব৷ পিছে, আৰম্ভণিতে জনাই থওঁ যে গল্পটোৰ পটভূমি  বিংশ শতিকাৰ নব্বৈৰ দশকৰ এখন সৰু চহৰ ৷  চহৰখনৰ পৰা  তেতিয়াও…

এখন নন-ডিজিটেল পৃথিৱীৰ সাধু

 কল্যাণী দত্ত     “হ’ল বুলিয়েই এনেকে মানুহ থাকিব পাৰিনে হেৰৌ! কাৰো মাত বোল নাই, কাৰো ক’লৈকো আহ-যাহ নাই৷ আমি কিবা নিবোকা গ্ৰহৰ প্ৰাণী নে মানুহ এটা নেদেখাকৈ অতদিন থাকিব পাৰিবলে!”  ৰাতিপুৱাৰে পৰা চকু জাপ নোখোৱালৈকে এইকেইদিন এইখনেই ৰচনা হৈছে…

কমলা বৰগোহাঁইৰ গল্প : সংবেদনশীলতা আৰু মননশীলতা প্ৰতিনিধি (গল্পচৰ্চা)

ড॰ অসীম চুতীয়া   কমলা বৰগোহাঁই আধুনিক অসমীয়া গল্পসাহিত্যৰ অন্যতম শক্তিশালী গল্পকাৰ৷ তেওঁ সেইসকল লেখকৰ ভিতৰত অন্যতম যিয়ে সমাজৰ বাহ্যিক ঘটনাক মাথোঁ কাহিনীৰ আধাৰ হিচাপে ব্যৱহাৰ কৰি মানুহৰ অন্তৰ্জগত, মানসিক সংকট আৰু নৈতিক দ্বন্দ্বৰ গভীৰ অনুসন্ধান কৰে৷ কমলা বৰগোহাঁইৰ সাহিত্যিক…

শীলভদ্ৰৰ চুটিগল্পত প্ৰান্তীয়তা আৰু আঞ্চলিকতাবাদ

 ড০ ভাস্কৰ ভূঞা          নামনি অসমৰ বিশেষকৈ ধুবুৰী, গোৱালপাৰা আদি জিলাসমূহৰ প্ৰান্তীয় অঞ্চলৰ জন-জীৱনৰ সামাজিক, ভাষিক, সাংস্কৃতিক পটভূমিক কেন্দ্ৰ কৰি এগৰাকী পৰ্যবেক্ষকৰ দৃষ্টিভংগীৰে জীৱনৰ মধ্য বয়স (৪০বছৰ বয়স)ত সাহিত্য ৰচনা কৰিবলৈ আৰম্ভ কৰা ৰেৱতীমোহন দত্ত চৌধুৰী বা ‘শীলভদ্ৰ’ৰ সাহিত্যৰাজিৰ…

ছেংগীজ খাঁ

 নীলোৎপল বৰুৱা অংকন: বৰ্ণিল মহন্ত   ছেংগীজ খাঁৰ কুকুৰটোৰ নামো ছেংগীজ খাঁ৷ তেলচিকটি লাগি মসৃণ হৈ যোৱা অলপ বেঁকা লাখুটিডালৰ নামো ছেংগীজ খাঁ৷ (সেইডাল এডাল গমাৰি ডাল, সময় আৰু জলবায়ুয়ে তাৰ ৰূপ-ৰং-ৰস-গন্ধ-বৰ্ণ বদলাইছে৷ সম্প্ৰতি সি মেহগনি কাঠৰ ৰং লৈছে৷ দেখোঁতাজনত…

পাথৈৰা

 মুনমী দত্ত হাজৰিকা এদিন শীতৰ সন্ধ্যা  জুহালৰ কাষত খীতুকাই বহি থাকে৷  ভাগৰে হেঁচি ধৰা শৰীৰটোতো  ওঁঠৰ জোৰ নকমে৷  নাতিল’ৰাৰ সৈতে কথাৰ থুনপাক ভৰে৷   নাতিল’ৰাই খীতুকাইৰ ডিঙিতে ওলমি সোধে- : “ঠেঙো নাই পাখিও নাই আকাশলৈ উৰি যায়?” খীতুকায়ে সোলামুখেৰে হাঁহি…

তীৰ্থস্থান

 যশোৱন্ত নিপুণ   সন্ধিয়াৰ আগেয়ে তাৰ গান গোৱা শেষ হ’ল৷ উপেনদাই ঠিক সময়তে মঞ্চত উঠিলে আৰু ঠিক সময়তে গান গোৱা শেষ কৰিলে৷ অনুষ্ঠানৰ প্ৰধান আকৰ্ষণ আছিল সি৷ য’লৈকে যায় তাতে সি  তাৰ ওচৰৰ সকলোকে নিষ্প্ৰভ কৰা সূৰ্যটোৰ দৰে হৈ পৰে৷…

দুম্‌পাগ লইঙৰ চকুৰ পতাৰ কাৰপুমপুলি, নাচি থকা বংকোৱাল

 (ভাতৃপ্ৰতিম  ইভান লইঙৰ হাতত)   ৰত্না ভৰালী তালুকদাৰ অংকন: বৰ্ণিল মহন্ত   য়াম্প’  য়াঃঙাঙ’   ৰ  য়াঃঙাঙ’ ৰগন’  ন’ গুপ্‌প’ গুবাং  য়েকুপ’   আজি আজি কৰি, কালি কালি কৰি দিনবোৰ টুটি আহিছে ৷ যেনেকৈ কুকুৰাই উমনি দি দি শুকাই- খীণাই যায়,…