মলেঁয়া
দাদুল দেৱকৃষ্ণ বৰুৱা (৫) দেওবাৰটোলৈ ৰৈ থাকে ষ্টেপান। এইটো দিনত তেওঁ মলেঁয়াক বেছি সময় দিব পাৰে। মলেঁয়াৰ সতে তেওঁ গোটেই দিনটো কটাব পাৰে বুলি ক’লেও ভুল কোৱা নহয়। মলেঁয়া আগতকৈ বহুখিনি সুস্থ হৈ উঠিছে। ষ্টেপানে…
দাদুল দেৱকৃষ্ণ বৰুৱা (৫) দেওবাৰটোলৈ ৰৈ থাকে ষ্টেপান। এইটো দিনত তেওঁ মলেঁয়াক বেছি সময় দিব পাৰে। মলেঁয়াৰ সতে তেওঁ গোটেই দিনটো কটাব পাৰে বুলি ক’লেও ভুল কোৱা নহয়। মলেঁয়া আগতকৈ বহুখিনি সুস্থ হৈ উঠিছে। ষ্টেপানে…
ৰমানন্দন বৰা (যোৱা সংখ্যাৰ পিছৰ পৰা) বাইছ এদিন দুদিনকৈ এসপ্তাহ বাগৰিল৷ নতুন চাপৰিৰ পৰা মানুহবোৰে আঁতৰি যোৱাৰ কোনো লক্ষণ নেদেখুৱালে৷ প্ৰথম দুদিন সিহঁতে কাম কৰা নাছিল৷ তাৰ পাছৰ পৰা কাম কৰিবলৈও আৰম্ভ কৰিলে৷ বকুল চাপৰিত দিনে দিনে উত্তেজনা বাঢ়িবলৈ…
নৃতাত্ত্বিক দিশৰ পৰা ভিয়েটনামীসকল আৰু নাম-ভিয়েট তপন কুমাৰ শৰ্মা মিনক ভালকৈ চাই আচৰিত হ’লোঁ। চৰবতৰ গিলাচটো হাতত লৈ মিনৰ লগত কথা আৰম্ভ কৰিলোঁ। সমুখৰ পুখুৰীটোত আমেৰিকাৰ বোমাৰো বিমানৰ ধ্বংশাৱশেষ। মিনে চচমাযোৰ চকুৰ পৰা কপালেদি নি মূৰত ‘হেয়াৰ বেণ্ড’ৰ দৰে নি থৈছে।…
ড° বিৰিঞ্চি কুমাৰ দাস দমিতাৰ দস্তাবেজ, উত্তৰকাল, কাঁহিবুনৰ মালিতা, ত্ৰিভূজ, বতাহৰ ছৱি আদি উপন্যাসেৰে সমসাময়িক সামাজিক প্ৰেক্ষাপটৰ প্ৰতি এটা সচেতন দৃষ্টিভংগী প্ৰকাশ কৰা ৰূদ্ৰাণী শৰ্মাৰ ছয়খন উপন্যাসিকা সম্বলিত শেহতীয়াকৈ প্ৰকাশিত এখন গ্ৰন্থ হৈছে ‘শকুন্তলা কৌশিক আৰু চিলনীৰ জীয়েকৰ সাধু আৰু…
দাদুল দেৱকৃষ্ণ বৰুৱা (৪) মলেঁয়া জাতত হোৱাইট ষ্টৰ্ক বা বগা ষ্টৰ্ক। ষ্টৰ্ক পৰিয়ালৰ চৰাইবোৰ বেছ ডাঙৰ হয়। মলেঁয়াও ডাঙৰ হ’ব। বিজ্ঞানীসকলে মলেঁয়াহঁতৰ পৰিয়ালটোৰ বৈজ্ঞানিক নাম দিছে Ciconia ciconia। এইটো পৰিয়ালৰ চৰাইবোৰৰ পাখি ঘাইকৈ বগা যদিও ডেউকাৰ পাখিৰ বৰণ…
তপন কুমাৰ শৰ্মা ভিয়েটনামী ছোৱালীেয় বৰ দক্ষতাৰে সুছন্দ গতিত মটৰ বাইক চলায়। ‘নাম।’ মিনৰ নিৰ্দেশত গাটো কাটি কৰি পিছ ভৰি দাঙি নামিবলৈ ধৰিলোঁ, তেনে অৱস্থাতে তাই সুধিলে- ‘ভিয়েটনাম জেইল চাবিনে?’ আমাৰ সম্মুখত সোঁহাতৰ ঘৰটোত দেখিলোঁ, তাতে লিখা আছে- ‘মাইছন…
তপন কুমাৰ শৰ্মা ‘আপোনাক কি সহায় লাগে?’ স্কুটাৰৰ আৰোহীয়ে আথেবেথে সুধিলে। অজান চহৰ, অচিনাকি বাট–পথ, অবুজ ভাষা, অপৰিচিতা নাৰী। … ৫ জুলাই, পুৱা ৯.৩০ মান বাজিছে। ৰঙানদীৰ পাৰৰ ঐতিহাসিক চহৰখনৰ মাজেদি আগ বাঢ়িছোঁ, পদব্ৰজে। ইতিহাসে গৰকা চহৰ। তুলনাৰ বাবে— আমি পাণবজাৰৰ শ্বেইখ ব্ৰাদাৰ্ছ সমুখৰ পথেদি আগুৱাই ফ্ৰিছফাইৰ…
ৰমানন্দন বৰা পাহিতাৰ ল’ৰা হোৱাৰ বতৰাটো দশৰথৰ টিকাত থকা বছা গাঁৱৰ মানুহখিনিৰ মাজতো এছাটি কোমল বতাহৰ দৰে বিয়পি পৰিল৷ পাহিতাৰ মাকৰ মনটো দুখৰ ডাৱৰে ওন্দোলাই আনিলে৷ আনে নেদেখাকৈ এসোঁতা কান্দিলে৷ বছা গাঁৱত পানী কমিছে, যদিও মানুহবোৰ তালৈ যাব পৰা হোৱা নাই৷…
ৰমানন্দন বৰা ষোল্ল পাহিতাৰ ভাল হোৱাৰ দিন চমু চাপি আহিছে৷ বেণুৰ চিন্তাও সিমানে বাঢ়ি আহিছে৷ এটা নতুন জীৱন পৃথিৱীলৈ আহোঁতে যি যন্ত্ৰণা সেইটো নতুন কোমল জীৱটিয়ে সহিব পাৰিবনে, জন্মদাত্ৰী মাতৃয়ে সহিব পাৰিবনে? যদি কিবা অঘটন হয়? আশংকাত তাৰ মনটো আন্ধাৰ…
ৰমানন্দন বৰা পোন্ধৰ হো-হো শব্দ কৰি নৈৰ পানী বৈ আছে৷ বাৰীখনৰ গছ-লতা, পাতত পানীৰ সোঁতৰ শেষ নোহোৱা শব্দটো শুনি শুনি আমনি লাগিছে৷ তথাপি একো কৰিব নোৱাৰে ক’লাই মহাজনে৷ নিজকে বৰ অসহায় শক্তিহীন যেন লাগিল৷ গোটেই ৰাতিটো তেওঁৰ চকুৱে চকুৱে…