Category উপন্যাস/ধাৰাবাহিক

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা  (১১) যোৱা তিনিদিন ষ্টেপানৰ গা বেয়া। জ্বৰত ভুগি আছে। ঘৰতে থকা দুই-এবিধ দৰব খাই নিজক সুস্থ কৰাৰ চেষ্টা চলাইছে। প্ৰথম দুদিনতকৈ তৃতীয় দিনটোত গা টঙাইছে ষ্টেপানে। গালৈ অলপ বল আহিছে যদিও মুখলৈ ৰুচি ঘূৰি অহা নাই। খাবৰ…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (১০) : ভালদৰে বহি ল।— মলেঁয়ালৈ চাই ষ্টেপানে ক’লে। মলেঁয়া তাইৰ বাবে স্থায়ী হৈ পৰা গাড়ীৰ ছীটটোত থিয় দি ৰ’ল। তাইৰ চেহেৰাত ভাবৰ কোনো পৰিৱৰ্তন দেখা নগ’ল। গাড়ীত উঠি কৰ’বালৈ ওলালেই ষ্টেপানে সদায় এনেকৈ কয় মলেঁয়াক। তায়ো…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (৯)         পেৰুনিকা ফুলা বতৰতে ষ্টেপানে কাম কৰা স্কুলঘৰৰ ৰং কৰা কাম যিহেতু সমাপ্ত হৈছিল, স্কুলত সকলো আজৰি হৈ আছিল; সেয়ে স্কুলৰপৰা শিক্ষামূলক ভ্ৰমণ এটাত যোৱাৰ কথা ওলাইছিল। পিছে ক’লৈ যাব? কোনোবা এজনে কৈ উঠিছিল— লঞ্জস্কো…

মিনহঁতৰ দেশ ইন্দোচীনত— ৬

 তপন কুমাৰ শৰ্মা   “আপোনাৰ নামটো?”- টেক্সিত বহি লৈ চালকক হোটেলৰ নাম আৰু ঠিকনা থকা ম’বাইলৰ ফটোখন দেখুৱালোঁ। সন্মতিসুচক ভংগীত গাড়ীৰ বেগ বঢ়াই দিয়াৰ পাছতে নামটো সুধিলোঁ। “ডুঅং”- উত্তৰটো পালোঁ। “আপুনি চীনা লোক নেকি?”- জানিব খুজিলোঁ। “নহয়…” পথৰ সমুখলৈ চকু…

বচা বকুল

 ৰমানন্দন বৰা ছাব্বিছ দহ দিন পাৰ নৌ হওঁতেই ঘটনাটো ঘটিল৷ দাউ দাউকৈ জ্বলি উঠিল নতুন চাপৰিৰ জুপুৰিকেইটা৷ সন্ধিয়া লাগি ভাগিছিল৷ তেনেকুৱাতে বকুল চাপৰিৰ মানুহৰ হুলস্থুল লাগিল৷ জুই… জুই… সঁচাকৈয়ে একুৰা ভয়ঙ্কৰ জুয়ে পোহৰ কৰি তুলিছে নতুন চাপৰিৰ আকাশ৷ আটাইবোৰ মানুহে…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (৭)             দাঢ়ি খুৰাবলৈ লৈছিল ষ্টেপানে। বাৰাণ্ডাত চাপৰ টুল এখনত বহি ষ্টেপানে দাঢ়ি খুৰায়। মুখত ছেভিং ক্ৰীম অলপ সানি ব্ৰাছডালেৰে ঘঁহি লোৱাৰ পাছত ৰেজৰডালেৰে খুব লাহে লাহে আৰু সাৱধানে দাঢ়ি খুৰায় তেওঁ। তেওঁ দুদিনৰ অন্তৰে…

নিৰ্বাণ

(ফেন্টাচী উপন্যাসিকা) যশোৱন্ত নিপুণ                      দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত বোধিসত্ত্ব টেৰণে অফিচৰ সম্মুখৰ পাৰ্কখনলৈ আহি প্ৰাচীন আঁহতজোপাৰ তলৰ বেঞ্চখনত আউজি বহি পৰিল ৷ দুহাতত মূৰটো থৈ ক’তো অকণিও মেঘ নোহোৱা নিৰ্মল নীলা আকাশখনলৈ তেওঁ চাই পঠিয়ালে ৷ দূৰ…

বচা বকুল

ৰমানন্দন বৰা (যোৱা সংখ্যাৰ পিছৰ পৰা)  চৌবিছ   চৰকাৰক কৈ, খাজনা দি কোনোবাই ক’ৰবাত খেতি কৰিছে৷ এনেয়ে আবাদী পৰি থকা মাটি চহাই মৈয়াই লৈছে, তাত বেণুৰ আপত্তি কৰিব লগা কি আছে? উৎপাদন বাঢ়িব, চৰকাৰে খাজনা পাব৷ কৰক! খেতি কৰক! –…

মিনহঁতৰ দেশ ইন্দোচীনত- ৫

(ভ্ৰমণ কাহিনী) তপন কুমাৰ শৰ্মা   “মই দুখীয়া।”- মিনে ইংৰাজীতে কৈছিল।  “আই এম পুৱৰ।” মিনে কোৱা সেই বাক্যটো মোৰ কাণত আজিও বাজি আছে। দোষী দোষী ভাব এটাও মনলৈ আহি থাকে। ভাবি আছোঁ– ভিয়েটনামৰ অৰ্থনীতি কেনেকুৱা! কোৱা প্ৰয়োজন যে কালি পুৱা…

মিনহঁতৰ দেশ ইন্দোচীনত

 তপন কুমাৰ শৰ্মা (৪)   এসময়ত এখন দেশত… ২১ বছৰীয়া যুৱক ভান-বা নামৰ যুৱক আছিল। তেওঁ ছাইগন বন্দৰত থকা ফৰাচী জাহাজ এখনৰ ৰান্ধনিশালৰ লগুৱা হিচাপে খাটিবলৈ আৱেদন কৰিলে। জাহাজখনৰ নাম এডমিৰেল-ডে-লাটউচ-ট্ৰেভিলে। জাহাজখনে ১৯১১ চনৰ ৫ জুনত যাত্ৰা আৰম্ভ কৰিলে, এমাহৰ…