ধেৱাই ধোৱা ধৰণী
অজিত ছিংনাৰ লাহে লাহে বেলিটো পূব আকাশত দুবেগেতমান উঠিল৷ তেমেকাহঁতৰ পথাৰত আজি নৰাছিঙা৷ নৰাছিঙা অনুষ্ঠানটো কৰিবৰ বাবে তেমেকাহঁতে প্ৰায় আধাবিঘা শালিখেতি ৰাখি থৈছিল৷ নৰাছিঙা অনুষ্ঠানতে এখন ঘৰে বছৰটোৰ ধান দোৱা কাম শেষ কৰে৷ আজি তেমেকাহঁতৰ ঘৰৰ ধান দোৱা কাম…