Category চিনেমা

নব্বৈৰ দশকৰ অসমীয়া চিনেমা হলধৰ : এটি মূল্যায়ন

 প্ৰণৱ মেধী ১৯৭৬ চনত পদুম বৰুৱাৰ গঙা চিলনীৰ পাখি আৰু ১৯৭৭ত ড০ ভবেন্দ্ৰ নাথ শ‌ইকীয়াৰ সন্ধ্যাৰাগে অসমীয়া চিনেমাৰ বাস্তৱবাদী ধাৰাৰ সূচনা কৰে। জাহ্নু বৰুৱাৰ চিনেমাই পৰৱৰ্তী সময়ছোৱাত বাস্তৱবাদী বিষয়বস্তুৰে অসমীয়া চিনেমাৰ গৌৰৱ অম্লান কৰি ৰাখে। প্ৰতিজন সাৰ্থক পৰিচালকৰে শৈলী সুকীয়া, একক,…

উইপ্লাশ্ব

 নিজৰা ৰাজকুমাৰী   The Obsession to be perfect  – নিখুঁত হ’বলৈ, চূড়ান্ত দক্ষতা অৰ্জন কৰিবলৈ আপুনি কিমান পৰিশ্ৰম কৰে? পৰিশ্ৰমৰ সলনি আমি বলিয়ালি শব্দটোও ব্যৱহাৰ কৰিব পাৰোঁ, যদিহে আমি ডেমিয়েন চেজেলৰ উইপ্লাশ্ব নামৰ চিনেমাখন চাই আছোঁ বা চাই উঠিছোঁ৷ সংগীতৰ…

অসমীয়া চিনেমাৰ অভিনয়

প্ৰণৱ মেধী অভিনয়ৰ স্বাভাৱিকতা, অস্বাভাৱিকতা– এজন ৰুচিশীল অভিনেতাৰ কষ্টসাধ্য জ্ঞান নহয়। এয়া নিতান্তই জীৱনৰ পৰা অহা স্বতঃস্ফূৰ্ত অনুভৱ (sensation), ধাৰণা (Perception)। জীৱনক গভীৰভাৱে অনুধাৱন কৰিলেহে জীৱনৰ স্বাভাৱিক সত্যক অভিনয় কলাত প্ৰতিফলিত কৰিবলৈ এজন সৃষ্টিশীল অভিনেতা সক্ষম হয়। জীৱনৰ প্ৰতি উন্মুখ…

শ্ৰী ৰঘুপতি (২০২৩) : অসমীয়া চলচ্চিত্ৰৰ ভাগ্যোদয়

 প্ৰণৱ মেধী   শৈলেন কুমাৰ শৰ্মা প্ৰযোজিত, ৰবি শৰ্মাৰ কাহিনী আৰু সংলাপ, সুব্ৰত কাকতিৰ  চিত্ৰনাট্য, পৰিচালনা, সম্পাদনাৰ অসমীয়া চলচ্চিত্ৰ শ্ৰী ৰঘুপতি  অসমীয়া মনোৰঞ্জনধৰ্মী  চলচ্চিত্ৰ জগতত এক উল্লেখযোগ্য সংযোজন৷ চিনেমেটিক ট্ৰিটমেন্টৰ সঠিক প্ৰয়োগৰ সিংহভাগ স্পষ্টতা থকা চলচ্চিত্ৰখনৰ কাৰিকৰী কৌশলৰ প্ৰয়োগ বেহিচাপী,…

‘তৰা’ছ হাজবেণ্ড

 ৰিমলী বৰকটকী   চিনেমাখনৰ নামটি নিশ্চয়কৈ অসমীয়া ৰাইজৰ পৰিচিত৷ ভিলেজ ৰকষ্টাৰ, বুলবুল কেন ছিংখ্যাত প্ৰযোজক, পৰিচালক ৰীমা দাসৰ এই ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয় যোৱা বৰ্ষৰ TIFF (Toronto International Film Festival)-অত৷ TIFF-অৰ লগতেই পৰৱৰ্তী পৰ্যায়ত বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, কলকাতা আন্তঃৰাষ্ট্ৰীয়…

আমেৰিকা আৰু নৰৱেৰ চিনেমা

নিজৰা ৰাজকুমাৰী   এটা দ্বীপ, এজন তাৰকা ৰান্ধনি, তেওঁৰ ৰহস্যময় ৰেষ্টুৰেণ্ট, অতি দামী মেন্যু, এদল চহকী গ্ৰাহক আৰু সকলোৰে মৃত্যু – থূলমূলকৈ আমেৰিকান হ’ৰৰ চিনেমা দ্য মেন্যুৰ কাহিনী এয়া। দ্য মেন্যু টেলিভিশ্বন আৰু চিনেমাৰ পৰিচালক মাৰ্ক মাইলডৰ চতুৰ্থখন চিনেমা। ধৰক, অৱসৰ…

লী না-মি আৰু ফিনীৰ কথাৰে

নিজৰা ৰাজকুমাৰী                            এটা এৰিয়েল শ্বটত এজাক পথচাৰী। সকলোৰে হাতে-কাণে ম’বাইল ফোন। এৰিয়েল শ্বট বাবেই দৃশ্যটো আকৰ্ষণীয় হৈ উঠিছে। তদুপৰি বৰ্তমান সময়ত এয়াটো নিচেই স্বাভাৱিক দৃশ্য। কিন্তু সেয়া যে…

নাৰী হত্যাকাণ্ডৰ কথাৰে দুখন চিনেমা

 নিজৰা ৰাজকুমাৰী সদায় নাৰীয়েই কিয়? মূৰ তুলিব খোজা, অধিকাৰ বিচাৰিব খোজা নাৰীক দমন কৰাৰ প্ৰচেষ্টা জানো নতুন কথা। শক্তিশালী, আত্মনিৰ্ভৰশীল নাৰীক বিচাৰি বিচাৰি নৃশংসভাৱে হত্যা কৰাটোৱেই চখ দীৰ্ঘদেহী, সুঠাম আৰু মুখত চেনেহ-সততাৰ ৰংসনা যুৱকজনৰ। তেওঁৰ মতে নাৰী স্বাধীন, স্বনিৰ্ভৰশীল হোৱাটোৱেই…

চিনেমা—ভিন্ন স্বাদ, দেশ, মানুহ আৰু সমাজ

নিজৰা ৰাজকুমাৰী …One less… One less mouth to feed—এনিয়ে পৰিয়ালৰ দুৰ্দশাৰ দিনত গাঁৱৰ স্কুলখনৰ শিক্ষকজনৰ লগত পলাই যোৱাৰ আগে আগে চিঠিত লিখি থৈ গৈছিল। এখন মুখ কমি যোৱা মানেই পৰিয়ালৰ আন এজনে সামান্য বেছিকৈ খাবলৈ পাব। এনিৰ এই সিদ্ধান্তত অসহায়…