ব্যঞ্জন বৰ্ণৰ বৰ-আখৰা
নিৰু দত্ত ক ই ভাল পাই কল খাবলৈ খ য়ে পালেই দিয়ে খেদা গ য়ে গবামাৰি ধৰে ঘ য়ে দিয়ে ঘনাই ঘোচা । ঙ থাকে পাগুৰি মাৰি চ থাকে উচপ খাই ছ ৰ…
নিৰু দত্ত ক ই ভাল পাই কল খাবলৈ খ য়ে পালেই দিয়ে খেদা গ য়ে গবামাৰি ধৰে ঘ য়ে দিয়ে ঘনাই ঘোচা । ঙ থাকে পাগুৰি মাৰি চ থাকে উচপ খাই ছ ৰ…
বিদিশা দত্ত (৫) বেলিৰ পোহৰে হাবিখন স্পৰ্শ কৰিছে। হাবিৰ ভালেখিনি জন্তু, চৰাই আৰু পতংগ পাহাৰলৈ বুলি আগবাঢ়িছে। চিম্পিয়েও এইবাৰ দেৱতাৰ সভালৈ নিমন্ত্ৰণ লাভ কৰিছে। ভুচু চিম্পিৰ বোকোচাত উঠি গৈছে। সেই বুদ্ধি দিলে কাকৈয়ে। ভুচুৱে জঁপিয়াই জঁপিয়াই ইমানখন দূৰ…
নৱনীতা ভট্টাচাৰ্য্য পঞ্চম খণ্ড জলপান খাই আইতা আৰু মই বাৰীলৈ ওলাই গ’লোঁ। বাৰীখনত শাৰী শাৰীকৈ বহুতো গছ আছে৷ আম, কঠাল, নাৰিকল, জলফাই, আমলখি, শিলিখা ক’ত যে গছ! কিন্তু মই মন কৰিলোঁ যে বাৰীখনত তামোলগছৰ সংখ্যাই অধিক। কিছুমান তামোলগছত আকৌ পাণগছৰ…
বিদিশা দত্ত (৪) ৰাতিপুৱাৰ সময়। নৈৰ পানীত অকণি অকণি মাছবোৰে খেলি আছে। পাৰতে হৰিণা কেইটামানে ৰ’দ লৈ বহি আছে। নৈৰ ওচৰৰ শিমলুজোপাৰ তলত গোবৰ অলপ পৰি আছিল। আজিকালি গুবুৰ বাসস্থান সেয়াই। আগৰ গোবৰখিনি শুকাই গ’ল। তাত গুবুৰ খাদ্য শেষ হ’ল।…
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ মাজুলীৰ অমৰ ঘোষ হ’লি আইলেণ্ড স্কুলৰ ছাত্ৰী আৰাধ্যা শুভলক্ষ্মীয়ে অঁকা ছবি
বিদিশা দত্ত (৩) দিনবোৰ পাৰ হৈ গৈ আছে। সভাখনৰ দিন-বাৰ দেৱতাই ঘোষণা কৰেহে লাগে। ইফালে ৰংচঙীয়া পাখিটো ভুচু নে গুবুৰ ভাগত পৰিব, কাকৈয়ে এতিয়ালৈকে ঠিকেই কৰিব পৰা নাই। “এনেকৈ থাকিলে নহ’ব। কিবা এটা হেস্ত নেস্ত কৰিবই লাগিব।”- কাকৈয়ে ভাবিলে। তেনেতে…
নৱনীতা ভট্টাচাৰ্য্য চতুৰ্থ খণ্ড আইতাৰ পিছে পিছে গৈ মই খোৱা মেজৰ ওচৰ পালো৷ ইতিমধ্যে সকলো সাজু। দৈ-চিৰা, পিঠা-লাডু ইত্যাদিবোৰ ধুনীয়াকৈ সজাই থোৱা আছে৷ ইমানবোৰ আয়োজন দেখি মোৰ বিহুলৈ মনত পৰিল, সেইবাবে হয়তো ক’ব নোৱাৰাকৈয়ে মোৰ মুখেৰে ওলাই আহিল, “আজি…
নৱনীতা ভট্টাচাৰ্য্য (তৃতীয় খণ্ড) ঘৰখনৰ আহল-বহল পৰিঙ্কাৰ পৰিৱেশটো দেখি মোৰ বৰ ভাল লাগিল৷ তাতকৈও ভাল লাগিল ইমানবোৰ ঘৰ দেখি৷ “একেটা চৌহদতে ইমানবোৰ ঘৰ থাকিলে মানুহক খেলিবলৈ আৰু বেলেগ লগ-সংগৰ প্ৰয়োজনেই নাই দেখোন৷ কেতিয়াবা যদি ইটো ঘৰত, কেতিয়াবা আনটো ঘৰত…
(ধাৰাবাহিক শিশু-উপন্যাস) বিদিশা দত্ত (২) পুৱাৰ বেলিয়ে হাবিখনক সম্পূৰ্ণকৈ পোহৰাই তুলিবলৈ পোৱাৰ আগতেই ভুচুৱে সাৰ পালে। গাঁতৰ ওচৰতে পোক দুটামান বগাই ফুৰিছিল। গাঁতৰ পৰা ওলাই পোককেইটা দেখি তাৰ মনটো ভাল লাগি গ’ল। ৰাতিপুৱাৰ জলপানৰ যোগাৰ এনেকৈয়ে হৈ গ’ল। চৰাইবোৰে বিভিন্ন…
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ মাজুলীৰ অমৰ ঘোষ হ’লি আইলেণ্ড স্কুলৰ ছাত্ৰী আৰাধ্যা শুভলক্ষ্মীয়ে অঁকা ছবি