ওমলা পদ্য
অৰুণ গগৈ ভেকুলী গৈছিল ভাওনা চাবলৈ বাটতে ওলালে সাপ সাপ দেখি জাপ দিলে মস্ত এটা ঢাপ ৷ বান্দৰী পেহীয়ে সুন্দৰী হৈ পিন্ধি ল’লে চাদৰ ডিঙিটো পিন্ধিল মণি এধাৰি জিলিকি আছে বাখৰ। ৰংদৈ জেঠাইয়ে মংগলদৈত বিক্ৰী কৰিলে খালৈ…
অৰুণ গগৈ ভেকুলী গৈছিল ভাওনা চাবলৈ বাটতে ওলালে সাপ সাপ দেখি জাপ দিলে মস্ত এটা ঢাপ ৷ বান্দৰী পেহীয়ে সুন্দৰী হৈ পিন্ধি ল’লে চাদৰ ডিঙিটো পিন্ধিল মণি এধাৰি জিলিকি আছে বাখৰ। ৰংদৈ জেঠাইয়ে মংগলদৈত বিক্ৰী কৰিলে খালৈ…
অংকুৰিতা ফুকন ‘স’য়ে বোলে কাণ সুৰসুৰালে বৰষুণ সৰে বাট-পথ বোকা হ’লে মানুহ পিছলি পৰে… ‘ম’য়ে বোলে মঘাই হালোৱাৰ বোকালৈ বৰ ঘিণ পিছে পথাৰত নামিলেহে পথৰুৱাৰ চিন… ‘য়’য়ে বোলে য়াকৰ শৰীৰ নোমেৰে আৱৰা প্ৰকৃতিৰ মহিমা কেৱে বুজিব নোৱাৰা… ‘স’…
মূল : কেশৱ শংকৰ পিল্লাইৰ “স্নে’ক-বাইট” অনুবাদ : বিদিশা দত্ত এদিন ঘৰৰ চোতালত মই সৰু সাপ এটা দেখা পালোঁ। সাপটো লাহে লাহে বগাই আহি আছিল। মোক দেখা মাত্ৰকে সি তৎক্ষণাৎ ওচৰতে পৰি থকা নাৰিকলৰ কোৰোকা এটাৰ ভিতৰত সোমালগৈ। মই লাহেকৈ…
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ দিল্লী পাব্লিক স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ কুন্দনিভ দত্তই অঁকা ছবি
ৰমানন্দন বৰা এঘাৰ পুৱাতে খবৰটো বকুল চাপৰিত ৰজন্জনাই গ’ল৷ বোপাৰাম বিষয়াৰ চোতালত মানুহে জুম বান্ধিলে৷ নিশাটো কাৰো চকুত চকু নালাগিল৷ পাহিতাই প্ৰথমে চিঞৰি কান্দিছিল যদিও, পাছলৈ চকুপানী টোকা নাই৷ মানুহটো যে ঘূৰি আহিছে, সেইটোৱেই ডাঙৰ কথা৷ গাত লগা ঘা…
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ তিনিচুকীয়া ইংলিছ একাডেমিৰ কে জিৰ ছাত্ৰ সৌজন্য কাশ্যপ বৰদলৈই অঁকা ছবি পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT
ৰচনা পাঠক বীৰবলৰ ডেকা কালৰ কথা৷ এদিন দৰবাৰত বহি থাকোঁতে শ্বাহেনশ্বাহে প্ৰশ্ন সুধিলে, অসাধ্য সাধন কৰি দেখুৱাব পৰা সভাসদ মোৰ এই দৰবাৰত আছেনে? সমজুৱাসকলৰ মাজত প্ৰতিযোগিতা আৰম্ভ হ’ল৷ কোনোৱে ঘৰৰ মুধচত উঠি জঁপিয়াই পৰি হাত-ভৰি ভাঙিলে, কোনোবাই গৰম পানীত বুৰ মাৰি…
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ সমৃদ্ধ ৰাগ শইকীয়াই অঁকা ছবি পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT
ড° পুলক সভাপণ্ডিত সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানীজনৰ নাম কি? তোমালোকক যদি কোনোবাই এই প্ৰশ্নটো কৰে, তোমালোকে বাৰু কাৰ নাম ক’বা? নিশ্চয় আইজাক নিউটনৰ৷ আৰু মোকো যদি সেই একেটা প্ৰশ্নকেই কৰে, তেন্তে ময়ো নিউটনৰ কথাই ক’ম। যিয়ে যি বুলিয়ে নকওক কিয়, নিউটন নথকা হ’লে বিজ্ঞান আজিৰ এই অৱস্থান…
প্ৰশস্তি নিৰু দত্ত গুণ্ গুণকৈ আহিল ফাগুন বন-বিৰিখেও ধৰিলে নাচোন । নাচোনত সৰিল পাত ৰঙা-হালধীয়া ডালত ওলাব কুঁহি কোমল সেউজীয়া । ফাগুনত ফুলে নানা বৰণীয়া ফুল ফুলে ফুলে উৰি পখিলা হয় মচগুল । ৰঙা মদাৰৰ পাহি নখত পিন্ধিম ফুলৰ ৰেণুৰে…