Category শিশু-কিশোৰ

মন মুকলি হ’ল

  স্মৃতিৰেখা দেৱী ‘পম্পী, এই বাচনকেইটা বায়েৰে নোচোৱে। তই নি বাহিৰতে ধুই-পখালিহে ভিতৰত থ’বিগৈ।’ ঘৰৰ সহায়িকা ছোৱালীজনীক আইতাকে কোৱা কথাষাৰ শুনি ৰিকুৰ বৰ খং উঠিল। সি ডাঙৰ হৈছে।আইতাকৰ এনে কথাবোৰে অষ্টম শ্ৰেণীত পঢ়া ৰিকুক খুব দুখ দিয়ে। মানুহৰ আগত, বিশেষকৈ…

হীৰাগুড়ি পাহাৰৰ দেৱতা

(ধাৰাবাহিক শিশু-উপন্যাস) বিদিশা দত্ত   ‌ (১) (এই কাহিনীটো সেই সময়ৰ, যি সময়ত ভেকুলীবোৰৰ পিঠি মিহি আৰু চিকচিকীয়া আছিল)   ভালেমান দিনৰ পৰা কলহৰ কাণে বৰষুণ ঢালি আছে। আজি বতৰটো অকণমান মুকলি কৰিছে। সোণালী ৰ’দ অকণ বিৰিঙিছে। হাবিখনৰ সকলো জীৱ-জন্তুৱে…

অকণিয়ে অঁকা ছবি

 ‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ  আগবঢ়াইছোঁ  মাজুলীৰ অমৰ ঘোষ হ’লি আইলেণ্ড স্কুলৰ ছাত্ৰী আৰাধ্যা শুভলক্ষ্মীয়ে অঁকা ছবি  

এল ডৰাড’

 অব্যক্ত নিৰ্বাণ ৰাজখোৱা (প্ৰাক্‌কথন : পুৰাকথা অনুসৰি দক্ষিণ আমেৰিকাস্থিত এল ডৰাড’ নামৰ এখন সোণৰ চহৰ আছে৷ অজস্ৰ মানুহ এল দৰাদ’ৰ সন্ধানত অভিযানত নামিছে৷ ময়ো তাৰ মাজৰে এজন৷ নাম মোৰ ছাৰ থমাছ ব্ৰাউন৷ সমগ্ৰ ইংলেণ্ডজুৰি এজন সফল অভিযানকাৰী হিচাপে মোৰ সুনাম৷ মই  ৰাণী…

এটি অনন্য ভ্ৰমণ কাহিনী

নৱনীতা ভট্টাচাৰ্য্য  প্ৰথম খণ্ড   অনুসন্ধিৎসু মনৰ প্ৰয়োজন পূৰণ কৰাৰ এটা প্ৰধান উপায় হৈছে ভ্ৰমণ। য’তেই ফুৰিবলৈ নোযোৱাঁ কিয়, কিবা নহয় কিবা নতুন জ্ঞান আহৰণ কৰাৰ সুযোগ পাবাই। সেইবাবে ময়ো ফুৰি ভাল পাওঁ।  প্ৰতিবাৰৰ নিচিনাকৈ এইবাৰো আমি ফুৰিবলৈ গৈছিলোঁ। পিছে…

আধুনিক শিক্ষাত নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা আৰু ভৱিষ্যত কাৰ্যপন্থা

 পঙ্কজ প্ৰতিম বৰদলৈ   আধুনিক শিক্ষাৰ প্ৰয়োজনীয়তা দোহৰাৰ প্ৰয়োজন নিশ্চয়কৈ নাই৷ বৰ্তমান সময়ত সমগ্ৰ শিক্ষাৰ জৰিয়তে শিশু এটিৰ সৰ্বাংগীন বিকাশৰ কথা চিন্তা কৰা হৈছে৷ শিক্ষাৰ এনে এটা প্ৰক্ৰিয়া যাৰ মাজেৰে শিক্ষণ কাৰ্যটো সম্পূৰ্ণ কৰা হয়৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোত শিশুৰ জ্ঞান…

আহঁতগুৰিৰ নতুন চিনাকি

 নৱনীতা ভট্টাচাৰ্য্য   আজি কিছুদিনৰ পৰা আহঁতগুৰিৰ এৰা গছকেইজোপা একেবাৰে গপতে ওফন্দিয়ে আছে৷ সিহঁতৰ ফিতাহি মৰা কথা কিনো শুনিবা৷ এদিনটো এজোপা এৰাগছে কৈয়ে পেলালে, “বোলে, আহঁতগুৰিত আমাৰ দৰে বৃক্ষ পাবলৈ নাই!” কথাষাৰ কাৰো হজম নহ’ল, কিন্তু কি কৰিব, আহঁতগুৰিৰ আহঁতগছজোপা…

বচা বকুল

 ৰমানন্দন বৰা উনৈছ   ল’ৰাৰ নাম পৰশুৰাম৷ গুপ্তনাম৷ পৰশুৰাম ভগৱানৰ অৱতাৰ৷ কিন্তু মাতৃহন্তা৷ বেণু-পাহিতাই সমাজত নাৰায়ণ গোঁসাইক একো সুধিব নোৱাৰিলে৷ একো ক’ব নোৱাৰিলে৷ কিন্তু মনত খু-দুৱনি থাকিল৷ সিহঁতৰ কথা শুনি বৰা কম্পাউণ্ডাৰ ডাক্টৰে হোহোৱাই হাঁহিলে৷ চোতালৰ মূৰত গজি থকা হাবিখিনিত…

অসম সাহিত্য সভাৰ প্রথম সভাপতি-পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো

 (৩) নৱনীতা ভট্টাচাৰ্য্য আজি ভাষণটোৰ তৃতীয় তথা শেষৰ অংশটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ৷ ভাষণটোৰ শেষৰছোৱাত তেওঁ অসমীয়া ভাষাৰ উন্নতিৰ বাবে কি কৰা উচিত সেই বিষয়ে আলোচনা কৰিছিল৷ তেওঁ প্ৰথমতে অসমীয়া ভাষাৰ উন্নতিৰ হকে কাম কৰা সেই সময়ত প্ৰচলিত আলোচনী আৰু…

অকণিয়ে অঁকা ছবি

‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ  আগবঢ়াইছোঁ  অসম জাতীয় বিদ্যালয়, নুনমাটি, গুৱাহাটী-ৰ ২য় শ্ৰেণীৰ ছাত্ৰ সমৃদ্ধ ৰাগ শইকীয়া   আৰু  মহৰ্ষি বিদ্যা মন্দিৰ স্কুল, গুৱাহাটী-ৰ ১ম শ্ৰেণীৰ ছাত্ৰী কৃষ্ণা অঙ্গনা বৈশ্যই অঁকা ছবি অংকন: সমৃদ্ধ ৰাগ শইকীয়া :  অংকন: কৃষ্ণা অঙ্গনা বৈশ্য,…