বতৰৰ বতৰা
নৱনীতা ভট্টাচাৰ্য্য (২) কেইদিনমানৰ পৰা ৰিণিক এটা চিন্তাই বৰকৈ আমনি কৰি আছে৷ চিন্তাটো হ’ল আমাৰ পৰিৱেশ৷ সিদিনাখন স্কুলতো পৰিৱেশ সজাগতাৰ ওপৰত সভা এখন অনুষ্ঠিত কৰিছে৷ তাতে নিৰ্দিষ্ট বক্তাজনে যিখিনি কথা ক’লে, সেইখিনিয়ে তাইক বৰ চিন্তাত পেলালে৷ বিশেষকৈ বক্তাজনে শেষত…