মিমি আৰু ৰিনিৰ কথা
জ্যোতিশিখা দত্ত মিমি আৰু ৰিনি দুয়ো বাই-ভনী নিতৌ দুয়ো খায় একোটাকৈ কণী৷ কণী খাই বল পাই পঢ়া-শুনা কৰে পাঠসমূহ আওঁৰাই গুৰুৱে কোৱাৰ দৰে৷ এক দুই তিনি চাৰি গণিতৰ পাঠ একে দুয়ে তিনি আৰু পাঁচে দুয়ে সাত৷ …
জ্যোতিশিখা দত্ত মিমি আৰু ৰিনি দুয়ো বাই-ভনী নিতৌ দুয়ো খায় একোটাকৈ কণী৷ কণী খাই বল পাই পঢ়া-শুনা কৰে পাঠসমূহ আওঁৰাই গুৰুৱে কোৱাৰ দৰে৷ এক দুই তিনি চাৰি গণিতৰ পাঠ একে দুয়ে তিনি আৰু পাঁচে দুয়ে সাত৷ …
পদ্মজা বৰুৱা মহন ‘সোণটো৷ সোণটো’ মাকৰ মাতত টোপনিৰ পৰা সাৰ পালে ফ্ৰাচেঙে৷ পৰীক্ষা শেষ হৈছে বুলি আজি দেৰিলৈকে শুব বুলি ভাবিছিল সি৷ মাকে তুলিয়ে দিলে৷ এঙামুৰি এটা দি সি সুধিলে- ‘কি হ’ল মা !’ ‘দেউতাক আজিও কামলৈ মাতিছে৷ নগ’লে নহ’বই…
স্মৃতিৰেখা দেৱী আজি মহাৰাজ কেশৰীকে ধৰি সকলো প্ৰাণীৰে অতিকে মৰমৰ সেউজপুৰখন চালে চকুৰোৱাকৈ সজাই-পৰাই তোলা হৈছে৷ যিফালেই চকু যায় সেইফালেই কেৱল ৰং, আনন্দ আৰু উলাহ; অকল ফুল আৰু ফুলৰ সাজোন-কাচোন৷ ৰাজ্যখনৰ প্ৰতিজন প্ৰাণীয়েই হাতে হাতে ফুল-পাত আৰু যি যেনেকৈ…
অৰুণ গগৈ ফাগুন আহিল পলাশ ফুলিল উৰিল বাটৰ ধূলি গছৰ ডালত শালিকী চৰায়ে মাৰিছে কিৰিলি। পছোৱা বলিল পাতো সৰিল গছবোৰ লঠঙা হ’ল নীলা আকাশৰ ক’লীয়া মেঘ কেনিবা আঁতৰি গ’ল। …
নৱনীতা ভট্টাচাৰ্য্য আজি কিছুদিন ধৰি ৰিণিয়ে মাকৰ পৰা বতৰৰ বিষয়ে নানান কথা শুনি আহিছে৷ তথাপিও তাইৰ প্ৰশ্ন শেষ হোৱা নাই৷ ৰিণিৰ কৌতুহল দেখি মাকৰো বৰ ভাল লাগিল৷ এই সময়খিনি হৈছে জ্ঞান বোটলাৰ সময়৷ সেইবাবে মাকেও তাইৰ প্ৰশ্নবোৰৰ উত্তৰ দি…
স্মৃতিৰেখা দেৱী পোন্ধৰ দিনমানেই হ’ল, গ্ৰীনাৰ লোকসকল সেউজপুৰৰপৰা গ’লগৈ৷ তেওঁলোক একেবাৰে গুচি যোৱা দিনটো সেউজপুৰীয়াসকলৰ বাবে বৰ দুখৰ দিন আছিল৷ আৱেগক বৰকৈ প্ৰশ্ৰয় দিব নোখোজা গ্ৰীনাৰ জ্ঞানী তথা মৰমিয়াল প্ৰাণীকেইজনেও সেইদিনা চকুপানী টুকিছিল৷ সেই দিনটোলৈ মনত পৰিলে মহামন্ত্ৰী বৃকোদৰৰ বুকুখন…
নৱনীতা ভট্টাচাৰ্য্য মাকৰ মুখত বতৰৰ বিষয়ে ইমানবোৰ কথা শুনাৰ পিছতো ৰিণিৰ মনৰ কৌতুহল মাৰ নগ’ল, বৰঞ্চ তাইৰ মনত আকৌ নতুন নতুন প্ৰশ্নৰ উদয় হ’ল৷ সিদিনাখনো তাই মাকক আহি সুধিলে, “মা! বতৰ কিয় সলনি হৈ থাকে?” ৰিণিৰ প্ৰশ্ন শুনি মাকে…
আকাশ দীপ্ত ঠাকুৰ মাইনীয়ে প্লেটফৰ্মৰ ওপৰৰ ফালে ৰঙা হৈ জিলিকি থকা ফলকখনলৈ চাই আছিল৷ সময় কিমান হৈছে তাতে নিৰ্দেশ কৰা থাকে৷ পুৱা ঠিক ছয় বাজি একচল্লিছ মিনিট হোৱাৰ লগে লগে ক’ৰবাৰপৰা কিবা এটা ঘোষণা কৰাৰ দৰে শব্দ শুনিবলৈ…
স্মৃতিৰেখা দেৱী চাওঁতে চাওঁতে গ্ৰীনা নামৰ জগতখনৰপৰা অহা লোকসকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু প্ৰতিপালনত সেউজপুৰ ৰাজ্যৰ বহুখিনি খালী হৈ থকা ঠাই গছ-লতাৰে ভৰি উঠিল৷ দেখাত প্ৰায় পৃথিৱীৰ মানুহৰ দৰেই, কিন্তু সম্ভৱতঃ মানুহতকৈ বেছি মৰমিয়াল এই লোকসকলৰ উপস্থিতিয়ে সেউজপুৰখনক যেন কিছু সলনি…
নৱনীতা ভট্টাচাৰ্য্য খণ্ড-৫ শীতকালৰ দিনবোৰ যে ইমান চুটি, ৰিণিৰ একেবাৰে ভাল নালাগে৷ স্কুলৰ পৰা আহি ভাত-পানী খাই জিৰাই-শতাই লোৱা মানে সূৰ্য বুৰ যাবৰে হয় আৰু তাৰ লগে লগে শীত নামি আহে৷ খেলিবলৈ সময়েই নাপায়৷ ইফালে সাজ লাগে কি নালাগে,…