Category গ্ৰন্থ আলোচনা

দাহালথুংগ্ৰি: এখন মননশীল উপন্যাস

 ড° পোনা মহন্ত   ‘দাহালথুংগ্ৰি’ – অসমৰ অন্যতম ভূমিপুত্ৰ বড়োসকলৰ মাজত অতীজৰে পৰা চলি অহা এক বিশেষ লোকনৃত্য৷ খেৰাই পূজাত জনগোষ্ঠীটোৰ প্ৰধান উপাস্য বাথৌ দেৱতাৰ সন্তুষ্টিৰ অৰ্থে দেৱতাগৰাকীৰ থাপনাৰ চাৰিওফালে ঢাল-তৰোৱাল লৈ এই নৃত্য পৰিৱেশন কৰা হয়৷ যিহেতু আক্ৰমণ বা…

নন্দিতা দেৱীৰ ‘বঙল বহু দূৰ’ : এটি আলোচনা

 ভাস্কৰ ভূঞা নন্দিতা দেৱীৰ প্ৰথমখন উপন্যাসেই ঔপন্যাসিকগৰাকীক অসমীয়া সাহিত্যত সবলভাৱে প্ৰতিষ্ঠা কৰালে৷ এগৰাকী কাহিনী কথক হিচাপে লেখিকাৰ এয়া বৃহৎ কৃতকাৰ্যতা৷ ‘বঙল বহু দূৰ’ উপন্যাসখন প্ৰথম প্ৰকাশ পাইছিল ২০১৯ বৰ্ষত৷ গ্ৰন্থখনে ২০২১ বৰ্ষৰ শেষৰ ফালে ‘অসম প্ৰকাশন পৰিষদ’ৰ বঁটা লাভ কৰে৷…

নীলমণি ফুকনৰ শিল্প-কলা সমালোচনা : এক পৰ্যালোচনা

পঙ্কজ প্ৰতিম বৰদলৈ   শিল্পকলাৰ ৰসাস্বাদন এক প্ৰকাৰৰ আত্মিক অনুভূতি। চৌপাশৰ বাহ্যিক পৃথিৱীখনক এক অন্তৰ্দৃষ্টিৰে হৃদয়ংগম কৰি চোৱাৰ ক্ষমতা থাকিলেহে, তেনে জুমুঠিৰে তৈয়াৰ হোৱা কোনো এক শিল্পকলাৰ গূঢ় তত্ত্ব বা ৰহস্যক অনুধাৱন কৰিব পৰা যায়। শিল্পী এজনে যি কাল্পনিক সংখ্যা…

নীলমণি ফুকনৰ শিল্প-সমালোচনাৰ বিষয়ে যৎকিঞ্চিত

দেৱকৃষ্ণ বৰুৱা “Painting is a form of poetry made to be seen.”              কবি নীলমণি ফুকনৰ শিল্প-সমালোচনাৰ বিষয়ে লিখিবলৈ লৈ বাৰে বাৰে লিঅ’ নাৰ্ড’দা ভিঞ্চিয়ে কৈ থৈ যোৱা সৰ্বকালৰ বাবে সত্য এই কথাষাৰেই মনলৈ আহি আছে৷ হয়তো এইবাবেই…

অৰূপা পটঙ্গীয়া কলিতাৰ ইতিহাস চেতনা আৰু ‘টোকোৰা বাহৰ সোণৰ বেজী’

 ড° বিৰিঞ্চি কুমাৰ দাস   বিশিষ্ট কথা-সাহিত্যিক অৰূপা পটঙ্গীয়া কলিতাৰ উপন্যাস আৰু গল্পসমূহৰ বিশেষভাবে প্ৰণিধানযোগ্য এটা দিশ হৈছে এইবোৰৰ মাজেৰে প্ৰকাশিত তেওঁৰ ইতিহাস চেতনা, যাৰ বাবে তেওঁৰ দেখাত ‘ঐতিহাসিক উপন্যাস’ বা ‘ঐতিহাসিক গল্প’ৰ আওতাৰ মাজত নধৰা উপন্যাস বা গল্পৰ মাজতো…

চ্যালুইনৰ পৰা লুইতলৈ chaluinar-pora-luitaloi-april-2022

  ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পিছৰ পৰা) (বিশ)   বৰচ’ৰাত নিতৌ মেল বহে ৷ এনে এটা দিনৰে কথা : আজি আকৌ কেইটামান অভিযোগৰ বিচাৰ আছে। নাম-ৰূকতে বন্দী কৰি অনা এটা মানুহ আৰু এজনী তিৰোতাৰ দুটা সুকীয়া সুকীয়া বিচাৰ, তাৰ শাসনকৰ্তা খুন্‌-টঙে…

অসমীয়া বুৰঞ্জী সাহিত্যৰ কিছুমান আৰোপিত বিভ্ৰাট

 দীপক শইকীয়া ধৰা হওক আপুনি (ইয়াৰ পিছত আপোনাক “পাঠক” বুলি সম্বোধন কৰা হ’ব) এটা তত্ত্ব আগ বঢ়ালে, “দুই আৰু দুই যোগ কৰিলে চাৰি হয়”। ইয়াৰ পাছত পৰম্পৰাগতভাৱে মুখে মুখে এই তত্ত্বৰ আলোচনা চলি থাকিল। ‘ক’ নামৰ এজন পণ্ডিতে লিপিৱদ্ধই কৰি পেলালে যে…

অনুভৱ তুলসীৰ ‘অলপ বেছি’ : এটি আলোচনা

ড° দীপমণি দাস কবি অনুভৱ তুলসী সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্য জগতত  এজন প্ৰতিষ্ঠিত কবি। আগষ্ট সংখ্যাৰ,২০২০ইং চনৰ  প্ৰকাশ আলোচনীত প্ৰকাশিত তেওঁৰ ‘অলপ বেছি’  শীৰ্ষক কবিতাটো পঢ়ি পাঠক হিচাপে আমাৰ মনলৈ অহা  নান্দনিক তুলসীৰ লগত কলপটুবাৰ মুক্তি প্ৰতিক্ৰিয়াবোৰৰ লিপিবদ্ধকৰণ  কৰাৰ সৰল…

গীতালি বৰাৰ ‘অন্তৰতম’: এক অন্তৰ্মুখী যাত্ৰা

 ড° বিৰিঞ্চি কুমাৰ দাস   সাম্প্রতিক অসমীয়া সাহিত্য জগতৰ এগৰাকী প্ৰতিভাশালী গল্পকাৰ গীতালি বৰাই ‘বুদ্ধজায়া’ৰ পাছত লিখি উলিওৱা তেওঁৰ দ্বিতীয়খন উপন্যাস ‘অন্তৰতম’ৰ জৰিয়তে অসমীয়া উপন্যাস জগতত  কিছু নতুন সম্ভাৱনাৰ বাট মুকলি কৰি দিছে, যাৰ জৰিয়তে   এই উপন্যাসখনে  যোৱা কিছু বছৰত প্ৰকাশিত অসমীয়া উপন্যাসসমূহৰ মাজত এক গুৰুত্বপূৰ্ণ…

বিজ্ঞান সকলোৰে বাবে হয়নে?

ড° ভাৰত বৰুৱা আজিৰ যুগত বিজ্ঞান শব্দটো শুনিলে হয়তো কেইখনমান বিশেষ ছবি চকুৰ আগত ভাহি আহে। যেনে ধৰক কোনো এজন বিজ্ঞানীয়ে ধক্ ধকীয়া বগা লেবকোট পিন্ধি অনুবীক্ষণ-যন্ত্ৰৰে পৰীক্ষা কৰি আছে, এজন জ্যোৰ্তিবিদে দূৰবীক্ষণেৰে মহাকাশৰ ৰহস্য বিচাৰিছে, কৃত্ৰিম উপগ্ৰহে পৃথিৱীৰ পৰিভ্ৰমণ কৰিছে…