Category গ্ৰন্থ আলোচনা

গ্ৰন্থবাৰ্তা

ঘাঁহফুলৰ মাজেদি    এই সময়ৰ এক শক্তিশালী কবিকণ্ঠ কিশোৰ মনজিৎ বৰাৰ পঞ্চম কাব্যগ্ৰন্থ ‘ঘাঁহফুলৰ মাজেদি’ অলপতে প্ৰকাশ পাইছে৷ কবিগৰাকীৰ কাব্য পৰিক্ৰমা সন্দৰ্ভত স্বনামধন্য কবি-সমালোচক হৰেকৃষ্ণ ডেকাই কৈছে’- “একৈশ শতিকাৰ অসমীয়া কবিতাত কিশোৰ মনজিৎ বৰা এক শক্তিশালী কবিকণ্ঠ৷ তেওঁ অত্যাধুনিক সমাজ…

গ্ৰন্থবাৰ্তা

 শৈশৱতে কৈশোৰতে   ড০ পোনা মহন্তৰ শৈশৱতে কৈশোৰতে ‘উলাহেৰে উভতি চাওঁ’ শিৰোনামেৰে ‘অন্যযুগ’ত ইতিপূৰ্বে প্ৰকাশিত তেখেতৰ ঘটনাবহুল তথা বৰ্ণিল  শৈশৱ-কৈশোৰৰ বৰ্ণনাৰে উপন্যাসোপম লেখালানি কিছু সংবৰ্ধিত হৈ এইবাৰ গ্ৰন্থৰূপেৰে ‘শৈশৱতে কৈশোৰতে’ নাম লৈ পঢ়ুৱৈৰ মাজলৈ আহিছে৷ গ্ৰন্থখনি কেৱল তেখেতৰ শৈশৱ-কৈশোৰৰ বৰ্ণনাই…

ধেৱাই ধোৱা ধৰণী

 আজিত ছিংনাৰ তেৰ বাৰিষা পাৰ হৈ গ’ল৷ সকলোৰে হাল উঠিল৷ এতিয়া  গাঁওবুঢ়া-মেনাবোৰৰ লগতে আন সচেতন ৰাইজ সাজু হৈছে পেলাই থোৱা কামটো কৰিবলৈ৷ টোপাকুছিৰ ৰজাই ওচৰত থকা পাঁচোৰজাক মাতি আনি গোটেই পৰিকল্পনাটো বিশদভাৱে আলোচনা কৰিছে৷ আৰু আলোচনাৰ সিদ্ধান্তবোৰ সাতোৰজালৈ পঠিয়াইছে৷ হেনাপতি…

কেনেদৰে সদায় মুকলি মনেৰে থাকিব পাৰি

 কিশোৰ দাস কোঁৱৰ  আমাৰ জীৱন পৰিক্ৰমাত সুখী হ’বলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হ’ল – ‘ব্যক্তি স্বাধীনতা’ আৰু এই ব্যক্তি স্বাধীনতাইহে এজন ব্যক্তিক এগৰাকী মুকলি মনৰ অধিকাৰী কৰি তুলিব পাৰে আৰু বিভিন্ন নেতিবাচক চিন্তাৰ পৰা আঁতৰি জীৱনটোক ইতিবাচক কৰি তুলিব পাৰে৷  এজন…

ময়ূৰ বৰাৰ পাহৰা মাণিক বিচাৰি : এটি পৰ্যালোচনা

 অসীম কুমাৰ হাজৰিকা     সাম্প্ৰতিক অসমৰ এজন চিন্তাশীল লেখক ময়ূৰ বৰা। বৰাৰ কলমত প্ৰতিফলিত চিন্তাৰাশিয়ে নতুন পুৰুষক জাতিটোৰ প্ৰতি ঋদ্ধ হ’বলৈ অনুপ্ৰাণিত কৰে। এক অৰ্থত ক’বলৈ গ’লে নতুন পুৰুষৰ ক্ষেত্ৰত এজন সচেতন অভিভাৱকৰ ভূমিকা পালন কৰিবলৈ প্ৰয়াস কৰিছে ময়ূৰ…

‘কুঁচিয়ানামা’ : কিছু নতুন, কিছু ব্যতিক্ৰম আৰু কিছু কৌতূহল

কিশোৰ দাস কোঁৱৰ      ৰোমান কবি টেৰেনছে মানুহৰ জীৱন সম্পৰ্কীয় দৃষ্টিভংগীৰ প্ৰসংগত এষাৰ অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছিল, ‘মানুহে কৰিব পৰা বা কোনো মানুহে চিন্তা কৰিব পৰা কোনো বস্তুৱেই মোৰ অনাত্মীয় নহয়৷ মানুহৰ জীৱনত যিমান যি ঘটিছে মই তাৰ এক…

সমকামিতাক তুলি ধৰা এখন উপন্যাস

 কিশোৰ দাস কোঁৱৰ   প্ৰস্তুতিকালৰে পৰা বৰ্তমান সময়লৈকে অসমীয়া উপন্যাসে বিভিন্ন সাহিত্যৰূপ (Genre)-ৰ মাজেৰে বিষয়-বৈচিত্ৰ্যৰ ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা চলাই আহিছে৷ ফলস্বৰূপে সমাজত সংঘটিত বিভিন্ন ঘটনা-সংঘটনাই ইয়াত স্থান লাভ কৰিছে৷ প্ৰাৰম্ভিক কালৰে পৰা চিন্তা-চৰ্চা কৰি অহা বিভিন্ন বিষয়সমূহে একবিংশ শতিকাত নানান মাধ্যমেৰে…

ভাস্কৰজ্যোতি নাথৰ সমালোচনাত্মক গ্ৰন্থ ‘পাঠ আৰু বীক্ষণ’ : পঠন আৰু পৰ্যালোচনা

অসীম কুমাৰ হাজৰিকা অসমীয়া সাহিত্য জগতত এক স্বকীয় অগতানুগতিক, আপোচহীন স্থিতিৰে ভাস্কৰজ্যোতি নাথ জিলিকি উঠিছে। নাথৰ সমালোচনাত্মক গ্ৰন্থ “পাঠ আৰু বীক্ষণ” নির্মোহ সমালোচনাৰে সমৃদ্ধ এখন উল্লেখযোগ্য গ্ৰন্থ।  বিশ্ব সাহিত্যৰ কালজয়ী সাহিত্য কৰ্মৰ ওপৰত অধ্যয়ন পুষ্ট অৱলোকন আৰু  বিংশ শতিকাৰ সাহিত্য তত্ত্বৰ তাত্ত্বিক বিশ্লেষণ ’পাঠ…

ভীষ্ম সাহনীৰ নাটক “হানুচ” : এটি আলোচনা

দীপাঞ্জলি দেৱী   হিন্দী সাহিত্যৰ মাধ্যমেৰে আধুনিক ভাৰতীয় সাহিত্যক বিশেষভাৱে সমৃদ্ধ কৰা লেখকসকলৰ ভিতৰত ভীষ্ম সাহনী অন্যতম  আৰু অনন্য। ১৯১৫ চনৰ ৮ আগষ্টত বৰ্তমানৰ পাকিস্তানৰ ৰাৱলপিণ্ডিত জন্মগ্রহণ কৰা ভীষ্ম সাহনী আছিল একাধাৰে ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, সাংবাদিক, অনুবাদক, শিশু সাহিত্যিক  আৰু…