ভোগকচু ভকেবুলাৰী : এক আলোচনা
নিকু দুৱৰা জাক ডেৰিডাই যেতিয়া পাঠ এটাৰ প্রতিষ্ঠিত ভাষাটোক ভাঙিব লাগে বুলি যুক্তি আগ বঢ়াইছিল, ঠিক সেই সময়তেই উত্তৰ-আধুনিকতাবাদে পাঠক আৰু লেখকৰ মাজৰ সম্পৰ্কটোকো ভাঙি পেলাইছিল। উত্তৰ-আধুনিকতাবাদী ব্যংগ (Irony), Deconstruction আদিয়ে সাহিত্যৰ পাঠ এটাক ক’ৰবাত নহয় ক’ৰবাত পাঠকৰ পৰা আঁতৰাই পাঠটোক এটা…