ৰন্ধন-কলা

তৰু চেতিয়া ফুকন

শৰ সমাগত।
অথচ আগৰ দৰে মানুহৰ মনত পূজা বুলি কোনো উৎসাহ
-উদ্দীপনা নাই। কাৰণ,
কৰনাৰ সংহাৰী ৰূপে আমাক
দৈহিক
, মানসিক আৰু অৰ্থনৈতিকভাৱে জুৰুলা কৰি পেলাইছে
আমি নাৰী হোৱা লগতে এগৰাকী মাতৃ বৰ্তমানৰ পৰিস্থি‍তি বুজি পূজা বুলি
সন্তানক বাহিৰৰ খাদ্য খাবলৈ দিয়াতকৈ ঘৰতে স্বা
স্থ্যকৰ আৰু
  কম উপকৰণেৰে‍‍ প্ৰস্তুত কৰিব পৰা
মিঠাই তৈয়াৰ
কৰি খুৱাওঁ আহক

বাটাৰফ্লাই পি মিল্ক পুডিং

উপকৰণ
গাখীৰ ২ কাপ
চেনি আধা কাপ
জিলেটিন  ১চাহ চামুচ
ৰ্নফ্ল ১ চামুচ
অপৰাজিতা ফুল ২০ পাহমান
(সিজাই ৰস বনোৱা পানী ১/৪ কাপ)
ঘিউ ২ চামুচ

প্ৰণালী: পেনত ঘিউ দি পানী আৰু চেনি দিয়ককম জুইত চেনি গলাই  লওকএতিয়া নাৰিকল গুড়ি আৰু পাউদাৰ গাখীৰ দি পেনৰ পৰা
এৰালৈকে ৫
/৬ মিনিট ভাজি গে অফ কৰি
লৰাই থাকক
হাতেৰে চুব পৰা হলে লাড়ু কৰক বা নিজৰ মতে আকাৰ-আকৃতি‍ দিয়ক ওপৰত নাৰিকলৰ গুড়িৰ লগত কম পৰিমাণৰ পাউদাৰ গাখীৰ
মিলাই লাড়ুকেইটা লেটিয়াই দিয়ক
অতি সুস্বাদু হয়ঘৰুৱা অনুষ্ঠানবিলাকত
জুই ব্যৱহাৰ নকৰাকৈও অকল
মিল্ক্‌মেইড  আৰু সামান্য ঘিউ সানি
এইবিধ মিঠাই মিনিটতে তৈয়াৰ কৰিব পাৰি।

কালাকান্দ

উপকৰণ
ৰেডিমেড পনীৰ ৩০০
ডাঠ গাখীৰ ২ টেবুল-চামুচ
মিল্ক মেইড বা আমূল মিঠাই মেইট  ২০০
ইলাচি গুড়ি (সুগন্ধ বাবে) এচিকুট (ঐচ্ছিক)

প্ৰণালী: পনীৰখিনি হাতেৰে ভাঙি লমিক্সি‍ৰ জাৰত ভাঙি লোৱা পনীৰ, গাখীৰ দি পিহি পেষ্ট তৈয়াৰ
কৰক
কম জুইত নন্‌ষ্টিক পেন এখন পাতি তাতে পনীৰ পেষ্ট্‌খিনি‍ দি ১ মিনিটমান ভাজক এতিয়া মিল্ক্‌মে‍ইড বা আমূল মিঠাই মেই দি একেলেথাৰিয়ে
লৰাই থাকিব
লাহে লাহে‍ ঘন হৈ আহি যেতিয়া হেতাৰে গোট খুৱালে পেনৰ পৰা সহজে এৰি আহিব,
তেতিয়া
 গে অফ কৰি ইলাচি বা আন যিকোনো সুগন্ধি দি ভালদৰে মিলাই দিবতাৰ পাছত এখন প্লেটত অলপ ঘিউ
মোহাৰি মিশ্ৰণটো নিজৰ জোখত মেলি দিয়ক আৰু ওপৰৰ ফালে মিহিকৈ অলপ মিলাই দিব
ঠাণ্ডা হোৱাৰ পাছত খাজ খাবৰ বাবে‍ ১ ঘণ্টামান সময় ফ্ৰীজত‍ ৰাখিব পাৰে নাইবা কোঠাৰ সাধাৰণ উষ্ণতাতে‍ দুঘণ্টামান ৰাখি‍ পাছত কাটি পৰিৱে‍শন কৰিব পাৰে‍কালাকান্দ ভিন্ন পদ্ধতিত সহজতে ঘৰতে
তৈয়াৰ কৰিব পাৰি

নাট মিঠাই

    

উপকৰণ
শুকান নাৰিকল ১ কাপ
চেনি ৩ চামুচ
পানী  ১ টেবুল চামুচ
পাউদাৰ গাখীৰ ১ চামুচ
ঘিউ ১/২ চামুচ
হালধীয়া ফুড কালাৰ ২ টোপাল (ঐচ্ছিক)


প্ৰণালী
: পেনত ঘিউ দি পানী আৰু চেনি দিয়ককম জুইত চেনি গলাই  লওকএতিয়া নাৰিকল গুড়ি আৰু পাউদাৰ গাখীৰ দি পেনৰ পৰা
এৰালৈকে ৫
/৬ মিনিট ভাজি গে অফ কৰি
লৰাই থাকক
হাতেৰে চুব পৰা হলে লাড়ু কৰক বা নিজৰ মতে আকাৰ-আকৃতি‍ দিয়ক ওপৰত নাৰিকলৰ গুড়িৰ লগত কম পৰিমাণৰ পাউদাৰ গাখীৰ
মিলাই লাড়ুকেইটা লেটিয়াই দিয়ক
অতি সুস্বাদু হয়ঘৰুৱা অনুষ্ঠানবিলাকত
জুই ব্যৱহাৰ নকৰাকৈও অকল
মিল্ক্‌মেইড  আৰু সামান্য ঘিউ সানি
এইবিধ মিঠাই মিনিটতে তৈয়াৰ কৰিব পাৰি।

তৰু চেতিয়া ফুকন
সেউজপুৰ, ডিব্ৰুগড়-৭৮৬০০১
ভ্ৰাম্যভাষ–৭০০২১৭৭৩৪৩