অনুবাদ কবিতা
অনুবাদ : ড° ৰঞ্জিত দত্ত মই নাজানো কিয় মূল : মৰিছ্ ৰজেনফিল্ড,পোলেণ্ড চকু দুটা মেলি আকাশৰ বিপৰীত দিশে চালোঁ উচুপি আছে ডাৱৰবোৰে সেয়েহে ময়ো উচুপিলোঁ, চকুদুটা তুলি আকৌ চাই ৰলোঁ ওপৰলৈ ৰাঙলী সূৰুযটোৱে হাঁহিছে সেয়েহে ময়ো হাঁহিলোঁ। কিয়নো মই উচুপি কান্দিলোঁ কিয়নো…