Tag শিক্ষা

অসম সাহিত্য সভাৰ প্রথম সভাপতি- পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো

 নৱনীতা ভট্টাচাৰ্য্য (৩)   আজি পদ্মনাথ গোহাঞি বৰুৱাৰ ভাষণটোৰ দ্বিতীয় খণ্ডটো ক’বলৈ ওলাইছোঁ৷ এই খণ্ডটোত গোহাঞিবৰুৱাদেৱে অসমীয়া ভাষাৰ ইতিহাস সম্পৰ্কেও যি আলোচনা কৰিছিল সেই বিষয়ে অলপ ক’বলৈ ওলাইছোঁ৷ তেওঁ অসমীয়া ভাষাৰ উৎপত্তিৰ বিষয়ে চমু আভাস দিয়াৰ পাছত অসমীয়া ভাষাৰ প্ৰগতিৰ…

অসম আন্দোলন, ইয়াৰ গতি-প্ৰকৃতি, অসমৰ সমাজ জীৱনত ইয়াৰ প্ৰভাৱ আৰু তৎকালীন ছাত্ৰ সংগঠনৰ ভূমিকা

সঞ্জীৱ সভাপণ্ডিত অসম আন্দোলন মানে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অবৈধ বিদেশী নাগৰিকৰ বহিষ্কৰণৰ বাবে সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ যৌথ নেতৃত্বত অসমত হোৱা জনজাগৰণ তথা আন্দোলনক বুজোৱা হয়৷ সদৌ অসম গণ সংগ্ৰাম পৰিষদত সদৌ অসম…

পৰিৱৰ্তনৰ স্বৰূপ : সংঘাত আৰু সংশয়

    এই বিশাল জগত প্ৰপঞ্চ পৰিৱৰ্তনশীল৷ এতেকে সকলো জাগতিক জীৱনো পৰিৱৰ্তনশীল৷ গতিশীলতাৰ কাৰণেই জগতখন জগত– গচ্চতি ইতি জগতঃ৷      সকলো জাগতিক অস্তিত্বৰে সম্মুখত অনেক সমস্যা অনবৰতে ক্ৰিয়াশীল হৈ থাকে৷ প্ৰকৃততে জীৱই নিজৰ সমস্যাবোৰৰ সমাধান কৰি গৈ থকাৰ মানেই বোধকৰোঁ জীয়াই…

মন্দাকিনী

কৰিশ্মা জে. কে. বৈষ্ণৱী কুঁৱলীৰ আচ্ছাদনত বুৰ যোৱা একা-বেঁকা বাটেৰে গন্তব্যস্থানৰ বহু কাষ পালোঁহি। এই যাত্ৰাৰ শেষলৈ আৰু মাথোঁ কিছু মাইল বাকী। এই যে আমি য’ত শেষ বুলি ভাবোঁ, তাত আচলতে আৰম্ভহে হয়- এনে এক ধাৰণা আছিল মোৰ। শৰতৰ প্ৰাকক্ষণ।…

ড° ৰুবুল মাউতৰ সৈতে অন্যযুগৰ এটি সাক্ষাৎকাৰ

 সাক্ষাৎকাৰ যুগুত : দেৱজিৎ ভৰালী  ড° ৰুবুল মাউত, সুকীয়াকৈ তেখেতক পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই৷ ড° ৰুবুল মাউত অসমৰ এগৰাকী কেৱল সুসন্তানেই নহয়, নৱপ্ৰজন্মৰ বাবে এক প্ৰেৰণাৰ নাম৷ দৰিদ্ৰতা আৰু অনেক প্ৰতিকূলতাক নেওচি জীৱনৰ ঈপ্সিত লক্ষ্যত উপনীত হ’বলৈ সক্ষম…

জোনালী

 অত্ৰেয়ী গোস্বামী   মাইকী মানুহৰ গাৰ বৰ ধুনীয়া ৰং এটা বুজাবলৈ সাধাৰণতে দুটা উপমা ব্যৱহাৰ কৰা হয়৷ মাগুৰ বৰণীয়া আৰু গাখীৰত সেন্দূৰ মিহলোৱা৷ পিছৰ বিধে পাতলকৈ গুলপীয়া ৰঙৰ আভাস এটা দিয়ে৷ তাইৰ ছালখন সেইটো ৰঙৰ৷ কাম কৰোতে গালদুখন টিক্‌টিক্‌কৈ ৰঙা…

নোবেল পুৰস্কাৰ

 অভিজিত শৰ্মা বৰুৱা   প্রতি বছৰে অক্টোবৰ মাহ আহি পোৱাৰ লগে লগে সেইটো বছৰৰ নোবেল বঁটাৰ প্রাপকৰ নাম ঘোষণা কৰা আৰম্ভ হৈ যায়। নোবেল পুৰস্কাৰৰ ঘোষণাই কম-বেছি পৰিমাণে বিতর্কৰো সৃষ্টি কৰেই। এইবাৰ পিছে তেনে কোনো গুৰুত্বপূর্ণ বিতর্ক সৃষ্টি হোৱা নাই। নোবেল পুৰস্কাৰৰ আন শাখাবোৰতকৈ শান্তি আৰু সাহিত্য শাখাতে…

পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ

নিৰু দত্ত         আমাৰ সৰুকালত পঢ়া-শুনাত পাল মাৰিলে আমাক মা-দেউতাই যিজন পুৰুষৰ উদাহৰণ দিছিল একাগ্ৰতাৰে অধ্যয়ন কৰা বুলি, সেইজন প্ৰাতঃস্মৰণীয় ব্যক্তি পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্মদিন ২০ জুলাইত। শ্ৰদ্ধাৰে সুঁৱৰিছো ১৮৯৮ চনত যোৰহাটৰ “সাতঘৰীয়া” আহোম ফৈদৰ পৰিয়ালত…

স্বাধীন চাৰিগাঁৱৰ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱা

 হেমন্ত গগৈ “শৰীৰং ক্ষণবিদ্ধংসি কল্পান্তস্থায়ীনো গুণাঃ” – শৰীৰৰ ক্ষন্তেকতে বিনাশ ঘটে কিন্তু গুণবোৰ কল্পান্ত পৰ্যন্ত স্থায়ী হয়; গুণবোৰ চিৰস্থায়ী, চিৰ শাশ্বত৷   হিমালয়ৰ পৰা কন্যাকুমাৰীলৈকে সমগ্ৰ ভাৰতবৰ্ষ জুৰি স্বৰাজ আন্দোলনৰ দামামা বাজিছিল৷ দাসত্বৰ শিকলি খুলি দেশৰ হৃত গৌৰৱ উদ্ধাৰৰ অভিযান…

পেৰামেডিকেল পাঠ্যক্রম (Para-Medical Courses)

 ড° বুলজিৎ বুঢ়াগোহাঁই     বৰ্তমান ভাৰতবৰ্ষত পেৰামেডিকেল এটা আকৰ্ষণীয় পাঠ্যক্রম। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতে অসমতো চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বৃদ্ধি হোৱাৰ ফলত পেৰামেডিকেল পাঠ্যক্রমৰ গুৰুত্ব বাঢ়িবলৈ‍ ধৰিছে। চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হ’ম, ক্লিনিক, ডায়েগ্‌নষ্টিক চেণ্টাৰ, লেবৰেটৰি‍ আদিৰ…