Anyayug Contributor ৰুদ্ৰ সিংহ মটক

ভোক অথবা এই অন্ধকাৰ কালবেলা

ৰুদ্ৰ সিংহ মটক   ভোকৰ অন্য নাম দুঃস্বপ্ন ভোকৰ অন্য নাম হুমুনিয়াহ হাহাকাৰ ভোকৰ অন্য নাম ৰঙা তেজৰ বেলিটো গোগ্রাসে গিলি হাঁহি থকা অন্ধকাৰ কালবেলা   ভোক হ’ব পাৰে তৃতীয় বিশ্বৰ নিৰ্মম ঘাতক ভোক হ’ব পাৰে ক’ৰ’নাৰ দৰেই বাঢ়ি অহা…

আমেৰিকান কবি থিঅ’দৰ হ্যুব্‌নেৰ ৰ’থ্‌কে : জীৱন এষণা আৰু কাব্যবীক্ষা

ৰুদ্ৰ সিংহ মটক বিশ্বখ্যাত আমেৰিকান  কবি থিঅ’দৰ হ্যুব্‌নেৰ ৰ’থ্‌কেৰ জন্ম (১৯০৮-১৯৬৩) মিচিগানৰ চাগিন’ত। তেওঁৰ পিতৃ অট্ট’ ৰ’থ্‌কে আৰু খুৰাকৰ আছিল এটা গ্রীন হাউছ। শিশু হিচাপে তেওঁ বেছি‍ভাগ সময় এই গ্রীন হাউছতে কটাইছিল৷ সেয়ে তেওঁ  প্রকৃতি আৰু নিসৰ্গক খুব কাষৰ পৰা…

কুমুদ ঘোষৰ কবিতা: অসমীয়া ভাষাৰ ঐশ্বৰ্য আৰু সম্ভাৱনাৰ সম্পৰীক্ষা

ৰুদ্ৰ সিংহ মটক Poetry should be simple, sensuous and passionate. — জন মিল্টন         কোনে জানো কৈছিল— জগতৰ জীৱন সাহিত্য, সাহিত্যৰ জীৱন কাব্য, কাব্যৰ জীৱন প্ৰেম। সাহিত্যৰ আদিমতম ৰূপ যে কাব্য বা  মহাকাব্য , তাত আমাৰ কোনো সন্দেহ নাই। কবিতা মূলতঃ…