মেঘৰ ঢোলত মঘাইৰ হাতৰ চাপৰ
ৰুদ্ৰ সিংহ মটক গছে-ফুলে আশাৰ কুঁহিপাত কুলি-কেতকীৰ মৌ-মাত, বনগীত জাত জাত বিহুগীত জাত জাত সোণাৰুৰ কলিজাৰ থুপি থুপি হালধীয়া জুই এজাৰ নিজাৰ পৰা তেজত নুবুজা দুখৰ ক’লীয়া ডাৱৰ দুচপৰা নৈ গৰাত থেকা খাই উভতি আহে উগুল-থুগুল সখী…
ৰুদ্ৰ সিংহ মটক গছে-ফুলে আশাৰ কুঁহিপাত কুলি-কেতকীৰ মৌ-মাত, বনগীত জাত জাত বিহুগীত জাত জাত সোণাৰুৰ কলিজাৰ থুপি থুপি হালধীয়া জুই এজাৰ নিজাৰ পৰা তেজত নুবুজা দুখৰ ক’লীয়া ডাৱৰ দুচপৰা নৈ গৰাত থেকা খাই উভতি আহে উগুল-থুগুল সখী…
ৰুদ্ৰ সিংহ মটক একো নাজানো যদিও ক’বলৈ ক’লে মই ভালপোৱাৰ কথাই কম এবেলামান যদিও ভালপোৱাৰ বিষয়ে বিশেষ একোৱেই নাজানো, মাথো জানো ভালপোৱা খাদ্যবোৰ চাকি চাবলৈকে ভগৱন্তই জিভাখন দিছে ৰসাল মাঘী কুঁহিয়াৰ চোবাবলৈকে বত্ৰিশটাকৈ দাঁত অ ক’বলৈকে পাহৰিছিলো, ভালপোৱাৰ দৰে ভাল আন…
ৰুদ্ৰ সিংহ মটক বুকুৰ ভিতৰত ঘননীলা শোকৰ বৃহৎ কলচী এটা বৈ ফুৰা লাখ লাখ মানুহৰ শেষ নোহোৱা উচুপনিবোৰত তোমাক আমি দেখা পালোঁ , দেখা পালে নক্ষত্ৰমণ্ডলী আৰু মোৰ পৃথিৱীৰ কোটি কোটি মানুহে জুবিন ! আমি জানো যিসকল তোমাৰ…
ৰুদ্ৰ সিংহ মটক জুবিন জুবিন জুবিন ! ৰাইজৰ মাজত থাকিও ৰজাৰ দৰেই আছিলা তুমি সকলোৰে সুখ-দুখ হাঁহি-কান্দোনৰ ভাগ লৈছিলা আৰু কি আচৰিত, কেৰ্কেটুৱাই বাৰীৰ তামোলথোকা খোৱা, কলথোকাত বাদুলী পৰা কথাটোও উদাসীন গঞাৰ কাণে কাণে কৈছিলা তুমি …
ৰুদ্ৰ সিংহ মটক “The problem of art is to make objective that which has been subjective—to make life in terms of one man into an image of life expressed in terms of all men….” (R. A. Scott James) সূক্ষ্ম…
ৰুদ্ৰ সিংহ মটক কুঁহিপাতৰ কেনভাছত খোদিত আলফুল হাজাৰ আৱেগ আৰু এটা অশান্ত ধুমুহাৰ নাম বসন্ত ৰূপ-বৰ্ণ উদ্ভাসিত ৰঙা ফুল আৰু উদ্বেল জোনাকৰ হাতবাউল দেখি হৃদয়ত ৰু-ৰুৱাই জ্বলি উঠা আদিম একুৰা জুইৰ নাম বসন্ত। কেতেকীজনীৰ বুকুত শুই থকা নীলা…
ৰুদ্ৰ সিংহ মটক “To read a poem is to hear it with our eyes; to hear it is to see it with our ears.”(Octavio Paz) যৌৱন হেনো চিৰসেউজ সৃষ্টিৰ মৌ–বন৷ হয়, আগবয়সত সকলোয়ে সুন্দৰ সপোন দেখে৷ এই সপোনেই…
ৰুদ্ৰ সিংহ মটক মৌচুমী বড়া বৰুৱাৰ পেছা শিক্ষকতা। কিন্তু তেওঁৰ নিচা শব্দ আৰু সত্য। তেওঁৰ সাধনা হ’ল কবিতা আৰু মানৱতাৰ জয়গান। কৈশোৰ বা যৌৱনতে তেওঁ সাহিত্যৰ, কবিতাৰ প্ৰেমত পৰিছিল। এটা সময়ত এই প্ৰেমেই হৈ পৰে কাব্য সৃষ্টিৰ চিৰন্তন আৱেগ…
ৰুদ্ৰ সিংহ মটক “Poetry is the revelation of a feeling that the poet believes to be interior and personal which the reader recognizes as his own.” (Salvatore Quasimodo). কবিতা মূলতঃ জীৱনবীক্ষা—হৃদয়স্তনিত প্ৰজ্ঞা অথবা স্বজ্ঞা। মানুহ হ’ব খোজা অন্তৰতম…
ৰুদ্ৰ সিংহ মটক “ইনফিনিটি” পঢ়ি আছোঁ এই কেইদিন। হাতে পোৱাকৈ শিতানৰ কাষতে থৈছোঁ এই কবিতা পুথিখন। সাম্প্ৰতিক সময়ত আত্মপ্ৰকাশ কৰা এগৰাকী অখ্যাত অথচ প্ৰচুৰ প্ৰতিশ্ৰুতিসম্পন্ন কবি। তেওঁৰ নাম গীতাঞ্জলী ছানৰাইজ। ঘৰ সৰভোগৰ বৰনগৰত। নতুন কবিৰ কবিতা আমি বিশেষ…