Anyayug Contributor ৰাজীৱ বৰা

অনুভৱ তুলসীৰ কবিতাত মৃত্যু-চেতনা

ৰাজীৱ বৰা     জাপানী মৃত্যু কবিতাৰ ইংৰাজী সংকলনৰ আগকথাত সংকলক-অনুবাদক য়েল হফমেনে লিখিছে– Death may indeed by nothing itself, yet the consciousness of death is in most cultures very much a part of life. This is perhaps nowhere more true…

ভেকচিন

 ৰাজীৱ বৰা   আমাৰ মৰণ তেতিয়াই নিশ্চিত হ’ল যেতিয়া আমাক বচাবলৈ তেওঁলোক উঠিপৰি লাগিল   এতিয়া মই নাজানো মই বাচি আছোঁনে মোৰ ভিতৰত বাচি আছে মৃত্যু   কাৰণ মোৰ শৰীৰটোৱে মোৰ সংগ নলয় নিৰ্দেশ নেমানে   বন্ধুবোৰ এজন-দুজনকৈ গুচি গৈছে…

সূত্ৰ

ৰাজীৱ বৰা   সন্তুষ্টি এতিয়া বৰষুণৰ পানী? সুখৰ সংজ্ঞা সলাব পৰাকৈ আমি জ্ঞানী৷   চোৱাঁ, কিমান সহজ প্ৰেম-অপ্ৰেম ভালপোৱা সহবাস৷ ঢাকনি নাই, বান্ধনি নাই, প্ৰকৃতিৰ দান যৌন উন্মাদনা সহজ পাপ ঘৃণা জিঘাংসা…   ভাল পাবলৈ সহজ বতাৰ্ই ৰখা টান৷ সংসাৰ…

মিছা

ৰাজীৱ বৰা মিছা মিঠা, তৃপ্তিদায়ক৷ কুঁহিয়াৰৰ ডাবৰিৰ মাজৰ বগা অংশটোৰ আঁহবোৰ এৰুৱাই সৰুকৈ মুঠাই বান্ধিলে মিছা মাছটোৰ আকৃতি লয়৷ তঙালেৰে মেৰিয়াই বন্ধা, খামুচীয়া সেই মুঠাটোৰ গাত মিছা মাছৰ ঠেঙৰ দৰে এগাল শুং লৈ সিও সেইটো নামেই পালে৷ ফেলাহিত পগাই থকা…

জ্ঞানপীঠ পুৰস্কাৰৰ সেন্দূৰীয়া আলিয়েদি অসমীয়া কবিতা

ৰাজীৱ বৰা         শিৰোনামটো দেখি ভাব হ’ব পাৰে একোজন সাহিত্যিকৰ বাবে জ্ঞানপীঠৰ দৰে পুৰষ্কাৰ লাভ কৰাৰ বাটটো চাগৈ মসৃণ, আয়াসসাধ্য আৰু সেন্দূৰীয়া আমটোৰ দৰে কেৱল দৃষ্টিনন্দনেই নহয় তৃপ্তিদায়কো৷ পিছে সেয়া নহয়; ই কষ্টসাধ্য, সাধনালব্ধ আৰু বহু সময়ত এই…

পোহনীয়া চৰাইৰ শোক

ৰাজীৱ বৰা   পোহনীয়া চৰাইটোৱে তাইৰ আঙুলি খুঁটিয়াই ভাল পায় বাৰীৰ ঢাপৰ কোটাহী-জামু   জামুৰঙৰ জিভাখন উলিয়াই তাই সিঁয়াৰে সুহুৰিয়ায়   নোলাবি চৰাই নাহিবি সজাতে থাক বাহিৰত মানুহৰ সঁজাত নাই   আল্লাইনো গাৰ অংগবোৰ দিছে কেলৈ সেয়া বুজি নোপোৱা ছোৱালীজনীৰ…

ভোগালী

ৰাজীৱ বৰা আহুকাল খেদিবলৈ উদং গাৰে মেজি পুওৱা ভাল (এইষাৰ লৈ নিয়ম নমনা নতুনৰ আহুকাল) শুকান লকচা বনৰ দলিচা পাৰি কঁপি থাকিলোঁ পুহ-মাঘৰ গোটেই নিশা পুখুৰীপৰীয়া পথাৰত ভেলাঘৰত কেইবাটাও কঁপনি— হাঁহ চুৰিৰ দায় প্রথমটো চুৰটৰ তাপ আৰু ধোঁৱাৰ বিজ্‌বিজনি জীৱনৰ…