Anyayug Contributor বেদান্ত নাথ

কমৰেড

 বেদান্ত নাথ চাৰি বছৰমানৰ বিৰতিত সমীৰণদাক হঠাতে লগ পাই গ’লোঁ পানবজাৰত৷ অকস্মাৎ এইদৰে সমীৰণদাক ক’ৰবাত লগ পাই যাব পাৰোঁ বুলি মই সপোনতো ভবা নাছিলোঁ৷ অবিন্যস্ত চুলি৷ আধা পকা আধা কেঁচা এমুখ নুখুৰুৱা দাড়ি৷ বিবৰ্ণ জিন্‌চ৷ এই কেইটা বছৰত মানুহটোৰ যথেষ্ট…

নীলিম কুমাৰৰ কবিতাৰ পৰা গজি উঠা কবিতা

 বেদান্ত নাথ   আ‌ঙ্গিক আৰু বিষয়-বস্তুৰ নতুনত্বৰে কবি উৰ্মি জুলী শইকীয়াই অসমীয়া কবিতাত নিজৰ এক পৰিচয়‌ গঢ়ি তোলা আমি দেখিবলৈ পাইছোঁ। উৰ্মি জুলীৰ কবিতাসমূহ সমসাময়িক কবিসকলতকৈ বিশেষকৈ মহিলা কবিসকলতকৈ কিছু পৃথক। কবি উৰ্মি জুলীৰ প্ৰায়বোৰ কবিতাত সামাজিক-ৰাজনৈতিক স্থিতাৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদৰ এক…

দেশদ্ৰোহী কবিৰ গল্প

 বেদান্ত নাথ ১ কবি দেশদ্ৰোহী! আগতে কবি তেনে নাছিল৷ আগতে কবিয়ে প্ৰতীক-চিত্ৰকল্পৰে দেশৰ মানচিত্ৰ আঁকিছিল৷ দীঘল ইতিহাসৰ উঠা-নমাৰ মাজেদি কবিৰ ধমনীত দেশপ্ৰেম প্ৰৱাহিত হৈছিল৷ নেলীৰ আন্ধাৰত  দুটুকুৰা হৈ শুই আছিল কবিৰ অতীত৷ তিৰাশীৰ জুইত পুৰি সোণ হোৱা কবিয়ে কলঙৰ‌ সোঁতকে…

নিবৃত্তি

 বেদান্ত নাথ   : অকলশৰীয়া ছোৱালী এজনীৰ ওচৰত মতা‌ মানুহ এজন অনবৰতে সোমাই থকাটো‌ ভাল নেদেখি৷ এইটো‌‌ এটা ৰেছিডেনশ্বিয়েল এৰিয়া৷ কাষৰ মানুহবোৰেও কথাটো‌ মন কৰিছে৷  ঘৰৰ মালিকৰ ধীৰ অথচ বজ্ৰ কঠিন কথাকেইটাই বিদিশাৰ কাণত‌ যেন‌ গৰম লোহাহে ঢালি দিলে৷ তীব্ৰ অপমান আৰু লাজত তাই‌ যেন সেই মুহূর্ততে…

মণিপুৰ ডায়েৰী

 বেদান্ত নাথ   ১ দীঘলীয়া এছোৱা সময়ৰ পাছত মণিপুৰলৈ উৰা মাৰিলোঁ৷ মণিপুৰৰ দুটামান কথাই মোক বৰকৈ আকর্ষণ কৰিছিল৷ শুধ বগা ধূতি-পাঞ্জাৱী পিন্ধা চন্দনৰ দীঘলকৈ ফোঁট লোৱা শান্ত-সৌম্য স্বভাৱৰ মণিপুৰী বৈষ্ণৱ  আৰু পৰিপাটিকৈ ৰিহা- মেখেলা পিন্ধা  ধুনীয়া মেইটেই মহিলাসকল৷  আনটো কথা আছিল বিধে বিধে সোৱাদ লগা মণিপুৰী…

ব্যস্ত নগৰৰ নিৰ্জন ঘৰটো

 বেদান্ত‌ নাথ‌    ঘৰটোৰ চাৰিওফালে ওখ ওৱাল৷ প্ৰকাণ্ড গেটখনত দিনতে এটা মস্ত‌ তলা৷ নিমাওমাও পৰিৱেশ‌৷ টাউনৰ ব্যস্ত পথটোৰ একালৰ অভিজাত ঘৰটো এতিয়া নিৰ্জন‌৷ নিঃসঙ্গ৷ এদিন মানুহৰে গিজগিজাই থকা  ঘৰটোৰ এতিয়াৰ নিৰ্জীৱ পৰিৱেশটোৱে ঘৰটোৰ ইতিহাস জনা যিকোনো ব্যক্তিকে ব্যথিত কৰিব৷ টাউনৰ…

বিন্দু বাইদেউলৈ মই সমীৰণ

 বেদান্ত নাথ   (১)   “পৃথিৱীৰ প্ৰেমে মোক দেউলীয়া কৰিলে” ওপৰলৈ মূৰ কৰি চকু দুটা বন্ধ‌ কৰি থোৱা ল’ৰাজনৰ চকুৰ পৰা বৈ অহা নীলা চকুৰ পানীত তলৰ ওঁঠৰ পৰা ডিঙিলৈকে ডুব গৈ আছে৷ চকুৰ পানীৰ পৰা দুখন ক’লা শীৰ্ণ হাত…

মণিপুৰ ডায়েৰী

বেদান্ত  নাথ  দীঘলীয়া এছোৱা সময়ৰ পাছত মণিপুৰলৈ উৰা মাৰিলোঁ । ২০১৭ চনৰ পৰা নিয়মীয়াকৈ মণিপুৰলৈ গৈছিলোঁ। মণিপুৰৰ দুটামান কথাই মোক বৰকৈ আকর্ষণ কৰিছিল । শুধ বগা ধূতি পাঞ্জাবী পিন্ধা চন্দনৰ দীঘলকৈ ফোঁট লোৱা মণিপুৰী বৈষ্ণৱসকলৰ শান্ত-সৌম্য স্বভাৱ আৰু পৰিপাটিকৈ ৰিহা…