Anyayug Contributor পঙ্কজ প্ৰতিম বৰদলৈ

সমকালনী শ্বায়েৰী— প্ৰেমৰ পৰা প্ৰতিবাদলৈ

 পঙ্কজ প্ৰতিম বৰদলৈ    শ্বায়েৰী হৈছে হিন্দী আৰু উৰ্দু সংস্কৃতিৰ হৃদস্পন্দন৷  মাত্ৰ কেইটামান শাৰীত বিয়পি পৰে কেঁচা আৱেগ, হৃদয়ৰ অটল তলিত আঘাত কৰি হয়তো ই পুৰণি ক্ষত শুকুৱায়, অথবা ই দি যায় সেই ঘাতে নতুন যাতনা৷ শ্বায়েৰীসমূহ কবিতা হৈও কবিতাৰ…

সুন্দৰবনৰ সংঘাত

পঙ্কজ প্ৰতিম বৰদলৈ প্ৰকৃতিৰ বিস্ময় আৰু মানৱৰ সেই প্ৰকৃতিৰ লগত সংঘাত আৰু সহযোগৰ কাহিনীয়েই হৈছে সভ্যতাৰো কাহিনী৷ বিশ্ববন্দিত লেখক গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ বিখ্যাত উপন্যাস ‘ৱান হাণ্ড্ৰেড য়েৰ্ছ অৱ ছলিচিউড’ত এখন জলাশয়পূৰ্ণ ঠাইক ‘মেকণ্ড’ নামৰ এখন চহৰলৈ পৰিগণিত কৰাৰ আৰু তাৰ…

অসমত বিজ্ঞাপনৰ ইতিহাস, প্ৰচাৰ আৰু প্ৰসাৰ

 পঙ্কজ প্ৰতিম বৰদলৈ   অসমৰ সমৃদ্ধ সাংস্কৃতিক আৰু অৰ্থনৈতিক ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে বিজ্ঞাপনৰ বিকাশ৷ সময়ৰ সৈতে বিজ্ঞাপনৰ মাধ্যম, প্ৰযুক্তি, আৰু সামাজিক পৰিৱৰ্তনৰ প্ৰভাৱত অসমত বিজ্ঞাপনৰ ধাৰাই বিভিন্ন ৰূপ লৈছে৷ ইয়াত প্ৰাক-ঔপনিৱেশিক যুগৰ পৰা আধুনিক ডিজিটেল যুগলৈকে বিজ্ঞাপনৰ প্ৰচাৰ…

অসামৰিক সেৱাৰ পৰীক্ষা আৰু মৌ ফান্দ

  পঙ্কজ প্ৰতিম বৰদলৈ     ব্ৰিটিছসকলে ভাৰতৰ বহুধা বিভক্ত প্ৰশাসন ব্যৱস্থাক আধুনিক কৰি সময়ৰ লগত খাপখুৱাবৰ বাবে এচাম অতি দক্ষ আমোলাৰ সৃষ্টি কৰিছিল৷ য়ুৰোপৰ সেই সময়ৰ আগবঢ়া দেশবোৰৰ প্ৰশাসন ব্যৱস্থাৰ আধাৰত এটা অসামৰিক প্ৰশাসন ব্যৱস্থা ভাৰতত আৰম্ভ কৰিছিল৷ প্ৰথমতে কেৱল…

কৃষ্ণ আৰু গোৱৰ্ধন পৰ্বত আৰু মোগলকালীন চিত্ৰকলা

  পঙ্কজ প্ৰতিম বৰদলৈ   মোগলকালীন সময়ৰ কলাকৃতিসমূহৰ ভিতৰত কৃষ্ণৰ দ্বাৰা গোৱৰ্ধন পৰ্বত আঙুলিত তুলি লোৱা চিত্ৰখন অন্যতম কলাকৃতি হিচাপে প্ৰসিদ্ধ ৷ সম্ৰাট আকবৰৰ সময়ত প্ৰসাৰ লাভ কৰা এই কলাশৈলীয়ে কেৱল দৃশ্যগত আৱেদনক অতিক্ৰম কৰাই নহয়, পৌৰাণিক কাহিনী, সাংস্কৃতিক বৈচিত্ৰ্য, আৰু…

বাঘ আৰু লোককথা

 পঙ্কজ প্ৰতিম বৰদলৈ   ভাৰতীয় লোককথাত বাঘে বিশিষ্ট  স্থান দখল কৰি আছে, বাঘ একেধাৰে ভয়, সম্ভ্ৰম, শ্ৰদ্ধা, ক্ষমতা তথা অনন্ত ৰহস‍্যৰো প্ৰতীক৷ বাঘৰ উপস্থিতি ভাৰতীয় পৌৰাণিক কাহিনী, ধৰ্ম আৰু স্থানীয় পৰিসৰৰ জ্ঞান আৰু পৰম্পৰাতো প্ৰসাৰিত হৈ আছে৷ ভাৰত উপমহাদেশত বাঘ…

মৃত্যুৰ বিৰুদ্ধে !

পঙ্কজ প্ৰতিম বৰদলৈ    কেইদিনমান আগতে ম’বাইলৰ ৰীলত এটা অলপ দাৰ্শনিক ধৰণৰ ভিডিঅ’ এটা দেখা পালো৷ ভিডিঅ’টোত কথকে প্ৰশ্ন কৰিছে যে আপোনাৰ মৃত‍্যুৰ এশ বছৰৰ পাছত আপোনাক কোনে মনত ৰাখিব? আমি কিমান জনে আমাৰ নিজৰ আজোককাৰ নাম জানো বা মনত…

জাতি(বাদ/ভেদ), জনজাতি আৰু সংৰক্ষণ

 পঙ্কজ প্ৰতিম বৰদলৈ   স্বাধীনতাৰ পূৰ্বতে আৰু ইয়াৰ পাছতো ‘স্বাধীনতা’ৰ বাদে এই দেশৰ অতি স্পৰ্শকাতৰ সৰ্বত্ৰে চৰ্চিত বিষয়টো হৈছে জাতি(বাদ/ভেদ) আৰু ইয়াৰ লগত সংযোজিত আনুষংগিক অতি প্ৰয়োজনীয় বিষয়- সংৰক্ষণ। স্বাধীনতা অৰ্জনৰ পৰৱৰ্তীকালৰ ভাৰতৰ ৰাজনীতিক সততেই প্ৰভাৱান্বিত কৰি ৰখা এই বিষয়টো…

বিহাৰ স্কুল অৱ এথেনছ্ !

 পঙ্কজ প্ৰতিম বৰদলৈ     ব্ৰিটিছ উপনিৱেশবাদৰ প্ৰসাৰৰ সমান্তৰালভাৱে ভাৰতবৰ্ষত বিভিন্ন বাণিজ্য আৰু বেহা-বেপাৰৰ কেন্দ্ৰ স্থাপন হৈছিল৷ কলিকতা, মাদ্ৰাজ, ব’ম্বে আদি মূল চহৰকেইখন মুখ্য ব্যৱসায়িক কেন্দ্ৰত পৰিগণিত হৈছিল৷ একেসময়তে আন বহু সৰু চহৰো বিভিন্ন বেহা-বেপাৰৰ কেন্দ্ৰ হৈ পৰিছিল৷ ব্যৱসায়ৰ এই…

গান্ধী আৰু স্বাস্থ্য

 পঙ্কজ প্ৰতিম বৰদলৈ   আধুনিক ভাৰতৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশত সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰা ব্যক্তিজনেই হৈছে মহাত্মা গান্ধী৷ যদিও গান্ধীজীৰ স্বাস্থ্য সচেতনতাৰ বিষয়ে যথেষ্ট লিখা-মেলা ইতিমধ্যে হৈছে, তৎসত্ত্বেও গান্ধীজীৰ ব্যক্তিত্বত থকা এইটো দিশৰ ব্যাপক অৱদানে তেওঁৰ বিষয়ে আগ্ৰহীজনক নিত্য নতুন চিন্তাৰ…