শালিধানৰ সপোনত
জোনমণি দাস অকলে থাকিলে নৈখনে ৰিং মাৰি মাতে, বাটে বাটে বগৰীৰ জেং … আবতৰত বৰতি সলাই বুলনি ছেৱত মই কাক কাষলৈ মাতোঁ কাৰ বাবে ছিটিকা পাতোঁ ফুলৰ বিছনাত আলি নমনা এন্ধাৰে বুজালেও নুবুজে মোৰ মাটি-মাহী মনৰ কেঃচকলি কথা আহুধানে…
জোনমণি দাস অকলে থাকিলে নৈখনে ৰিং মাৰি মাতে, বাটে বাটে বগৰীৰ জেং … আবতৰত বৰতি সলাই বুলনি ছেৱত মই কাক কাষলৈ মাতোঁ কাৰ বাবে ছিটিকা পাতোঁ ফুলৰ বিছনাত আলি নমনা এন্ধাৰে বুজালেও নুবুজে মোৰ মাটি-মাহী মনৰ কেঃচকলি কথা আহুধানে…
জোনমণি দাস স্কুলত পঢ়ি থকাৰ সময়ত দেউতাই মোক সাধু কিতাপ কিছুমান আনি দিছিল। সেইবোৰ পঢ়ি পঢ়ি মই কিতাপৰ প্ৰেমত পৰিছিলোঁ।ৰসৰাজ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু‘খন মই দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই জোঁটাই জোঁটাই পঢ়ি শেষ কৰিছিলোঁ। এই কিতাপখনৰ লগত মোৰ ভালপোৱাৰ কাৰণটো…
জোনমণি দাস (যুগজ্যোতি দাসলৈ) মুগা বৰণীয়া শিলবোৰে এই কথা জানে অথচ আমিহে নাজানো এই অনন্ত যাত্ৰাৰো এদিন অন্ত পৰিব৷ চোৱাঁ কবি, যুগজ্যোতি দোৰোণ ফুলবোৰে আমাক চাই আছে ফুলবোৰৰ চকুত সেয়া কিহৰ ৰাগি! ওংকাৰ ধ্বনিক বাদ দিয়ো শুনিছোঁ…
জোনমণি দাস ১. নোকোৱাকৈ নোৱাৰি স্বমেহনত স্খলিত বীৰ্যৰ শেষ টোপালটোতো সেয়া ময়েই, শত শতাব্দীৰ মাজেদি পাৰ হৈ আহিছোঁ অনন্ত কোটি ব্ৰহ্মাণ্ড৷ চিৰকালৰ চেঁচাই কোনো অৱজ্ঞা নকৰাকৈ চেঁচা কৰি থৈছে মোৰ চেতনা৷ নোকোৱাকৈ নোৱাৰি, যি ভ্ৰম আৰু ভাবনাত মই তন্ময় সেই…
জোনমণি দাস ১. সন্ধ্যাৰ আকাশৰ পৰা সৰি পৰিল জাক হেৰুওৱা চৰাইটোৰ মাত, উৰুঙা বতাহত ওৰে ৰাতি কঁপি কঁপি জ্বলি থাকিল তুলসী তলৰ চকুটো। ২. নিয়ৰে নিজান কৰা এই ৰাতি মোৰ বুকুতে আছেহি বহি এটি বুলবুলি, ফুলবোৰে ফুচফুচাই…
জোনমণি দাস সৰি পৰা পাতখিলালৈ সৰু ল’ৰাটোৱে একেথৰে চাই আছে চেঁচা শিলটোত বহি সি কিবা ভাবি আছে মোৰ ভাবনাক বিমূৰ্ত কৰি কি ভাবিছে সি? সূত্ৰৰ অন্বেষণত সি নতুন দিনৰ নিউটন নেকি! ঢপলিয়াই আহিও ঢৌবোৰে তাক ধৰিব পৰা নাই…
জোনমণি দাস জঁটীয়া সাঁথৰ এটা সমুখত লৈ বহুপৰ বহি আছোঁ বৰ্তমানৰ বুকুত বাদামৰ বাজলি গুচাই ৰৈ আছে তেওঁ মোৰ উত্তৰহীন উত্তৰৰ অপেক্ষাত সাঁথৰ সোধাটো যিমান উজু আউল ভাঙি তপৰাই তাৰ উত্তৰ দিয়াটো তাতোকৈও টান সাঁথৰত মোৰ সন্দেহটো…
জোনমণি দাস মেঘে মেদুৰ আকাশ। মৈথুনত মুগ্ধ মাছ। জাঁজীৰ জলত তুমি কোন যামিনীৰ জোনাকী!কাষৰিত কলহ লৈ বোবা ওঁঠেৰে শুনাব খুজিছা কাক শূন্যগৰ্ভ কলহৰ কাব্য বিদায়ী বসন্তৰ বিনয়ী বতাহ মোৰ বুকু বিদাৰি বয়, মূৰত মথুৰা-পাগ মাৰি মই থৰ হৈ চাওঁ তোমাৰ…
জোনমণি দাস খিৰিকিখনত এহাল চকু তাতেই আছিল ওপঙি মোৰ নগ্ন প্ৰতিবিম্ব খিৰিকিৰ কাঁচত বতাহে ধূলিৰ ঢাকনি পেলাইছিল বৰষুণে আঙুলি বুলাই মচিছিল সেই আস্তৰণ ঘৰটো আছিল এন্ধাৰ চি.এফ.এল. বাল্ব জ্বলাই মোৰ পাটীৰ তিৰোতাজনীয়ে পোহৰাই ৰাখিছিল ঘৰৰ ভিতৰখন (পোহৰ মিছা, এন্ধাৰেই সত্য) সেই…
জোনমণি দাস এটা এটাকৈ তৰাবোৰে তোমাক এৰি থৈ যায়, শিলাখণ্ডত তেজ বঁতিয়ায় যেতিয়া ঘুমটি যায় ৰাতি- আনকি তেতিয়াও মই চকুৰ এন্ধাৰখিনিত চলন্ত সময়ে বৰণ সলোৱা দেখোঁ। কালি ৰাতিও সপোনত হকিঙে হকী খেলি থাকোঁতে নিউটন নাছিল। কিন্তু, মোৰ টোপনিৰ বীথিকাত আছিল…