আকৌ আহিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ
অৰুণ কুমাৰ দাস ২০২০ বৰ্ষটো টুৱেণ্টি-টুৱেণ্টি ক্ৰিকেটৰ বাবে গুৰুত্বপূৰ্ণ৷ কিয়নো এই বছৰটোত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি) টি-২০ বিশ্বকাপৰ আয়োজনৰ ব্যৱস্থা হ’ল৷ ইতিমধ্যে অষ্ট্ৰেলিয়াত সম্পন্ন হ’ল মহিলাৰ ২০-২০ অ’ভাৰৰ বিশ্বকাপ৷ আনহাতে অক্টোবৰ মাহত অষ্ট্ৰেলিয়াতেৌ পুৰুষৰ টি-২০ বিশ্বকাপ হোৱাৰ কথা৷ স্বাভাৱিকতেই…