বছা বকুল
ৰমানন্দন বৰা এক সোঁত নথকা ভোল পানীত পদুম ফুলে নে বোকাত ফুলে? বৰ্হমপুত্ৰত পদুম নাই৷ ভোগদৈত নাই৷ বৰ্হমপুত্ৰই পাৰ ভাঙি আহি খান্দি থৈ যোৱা কুঁহবিলাকতো পদুম ফুলা কোনেও কাহানিও নাই দেখা৷ মুঠতে বছা গাঁৱত বিল, খাল, পুখুৰী, কুঁহ, খাল,…
ৰমানন্দন বৰা এক সোঁত নথকা ভোল পানীত পদুম ফুলে নে বোকাত ফুলে? বৰ্হমপুত্ৰত পদুম নাই৷ ভোগদৈত নাই৷ বৰ্হমপুত্ৰই পাৰ ভাঙি আহি খান্দি থৈ যোৱা কুঁহবিলাকতো পদুম ফুলা কোনেও কাহানিও নাই দেখা৷ মুঠতে বছা গাঁৱত বিল, খাল, পুখুৰী, কুঁহ, খাল,…
ড০ ভাৰত বৰুৱা বিজ্ঞান আৰু প্ৰযুক্তিৰ এককেন্দ্ৰাভিমুখতাৰ ফলস্বৰূপে অৱশেষত পৰৱৰ্তী দশকত সমগ্ৰ বিশ্বৰে বহল বজাৰত স্বয়ংচালিত বাহন বা যান উপলব্ধ হ’ব। অভিজ্ঞসকলৰ মতে যন্ত্ৰমানৱৰ দ্বাৰা পৰিচালিত যান বা বাহনে প্ৰথমে সীমৱদ্ধ এলেকাতে সামগ্ৰী বিতৰণ আৰম্ভ কৰিব। তাৰ পাছত লাহে লাহে চালক থকা স্বয়ংচালিত…
ৰুদ্ৰ সিংহ মটক “মেঘমালাৰ ভ্ৰমণ”ৰ(প্ৰথম প্ৰকাশ ডিচেম্বৰ,২০১৩) কবি জ্ঞান পূজাৰী। জ্ঞান পূজাৰী(জন্ম ১৯৪৮)ক নজনা অথবা তেওঁৰ কবিতা নপঢ়া কবি নাই বুলিয়ে ক‘ব লাগিব। মোৰ আজিও মনত পৰে দৰং মহাবিদ্যালয়ত পঢ়ি থকা যৌৱনোদ্দীপ্ত, প্ৰাণচঞ্চল দিনবোৰত আমি কিদৰে এই কবিজনৰ…
ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পিছৰ পৰা) (ষোল) ছ্যু-কা-ফাৰ দল ৱাইছালিৰ ফালে যোৱাটো নিশ্চিত হ’ল। দলটো উত্তৰ-পশ্চিমৰ ফালে পাহাৰৰ নামনিলৈকে আগবঢ়াবৰ বাবে নয়-ছান-ফাই মানুহ-দুনুহৰ ব্যৱস্থা কৰি দিলে। যুঁজাৰু মানুহ আৰু বয়-বস্তু কঢ়িওৱা মানুহ, ৰুগীয়া আৰু দুর্বল যাত্রীক সহায় কৰিব পৰা মানুহ। ছ্যু-কা-ফাৰ লগত ভালেকেইজন…
অংগনা চৌধুৰী একা-বেঁকা পথ, ঠাণ্ডা বতাহ, সেউজ বিৰিখ, বাটত ৰৈ লোৱা গৰম কফি আৰু ম’ম’ৰ সোৱাদ৷ দাৰ্জিলিংখনতকৈ বেছি প্ৰিয় মোৰ দাৰ্জিলিঙলৈ গৈ থকা বাটটোহে৷ মেট্ৰিক পৰীক্ষা দি উঠি মা–দেউতাৰ সৈতে প্ৰথমবাৰ দাৰ্জিলিঙলৈ অহাৰ কথা মোৰ মনত পৰি পৰি গৈ থাকিল৷ অত বছৰৰ মূৰত…
সঞ্জীত কুমাৰ বৰদলৈ অসমত নতুন চৰকাৰ গঠন হ’ল৷ দল একেই, কিন্তু মুখ্যমন্ত্ৰী নতুন হ’ল৷ ৩৩.২১% ভোট লাভ কৰি বিজেপিয়ে ৬০ খন আসন দখল কৰিবলৈ সক্ষম হ’ল৷ প্ৰধান বিৰোধী কংগ্ৰেছ দল ২৯ খন আসনতে সন্তুষ্ট থাকিবলগা হ’ল৷ বিজেপি দলে নিৰ্বাচনী সভাত বাৰে…
ড° পোনা মহন্ত হাইস্কুলীয়া দিনৰ এটা খতিয়ান: নাজিৰা হাইস্কুলত নাম লগোৱাৰ পাছৰে পৰা মোৰ সাধাৰণ জীৱনটোৰ ল’ৰালি কালৰ গতি সলনি হ’বলৈ ধৰে৷ লগৰীয়াহঁতৰ সৈতে অনাই-বনাই ঘূৰি ফুৰা আৰু সময়ে-অসময়ে খেলা নানা প্ৰকাৰৰ খেলবোৰ প্ৰায় অন্ত পৰিল৷ এইবোৰৰ বাবে সময় ক’ত? আগতে কৈ…
শিল্পীকা ৰাজগুৰু স্মৃতি বুলিব পৰাকৈ সময় ৰৈ নাথাকে যদিও উৰ্মি স্মৃতিৰ মাজতে জীয়াই থাকে। স্মৃতিবোৰ তাই বুকু ভৰাই উশাহত টানি লয়, আৱেগৰ হোঁচাত বুকুৰ বৰফবোৰ পানী হৈ সৰসৰকৈ চকুেৰ বৈ আহে। বৈ আহি আকৌ তাইৰ বুকুখনতে পৰে। উস্ ! বুকু বোলা…
ড° অজয় লাল দত্ত সম্পাদক ড০ মৃদুল শৰ্মা অসমৰ সংবাদ জগতত ‘অৰুণোদই’-ৰ দিনৰে পৰা নতুন নতুন সংবাদ পত্ৰ-আলোচনীয়ে সময়ে সময়ে ভুমুকি মাৰি আহিছে। কিছুমান ক্ষণস্থায়ী হৈছে, কিছুমানে কেইবছৰ মানৰ আয়ুসতো গুণগত মানেৰে নিজৰ নাম ৰাখি গৈছে, আৰু অতি কম সংখ্যকেহে শতিকাজোৰাকৈ দীৰ্ঘজীৱি হৈছে।…
ড° পোনা মহন্ত দিন যায় আহে ৰাতি, সময় গৈছে টুটি … হয়, সময় এইদৰে বাগৰি গৈ আছিল৷ দিনৰ পাছত ৰাতি, ৰাতিৰ পাছত দিন৷ আৰু ক্ৰমান্বয়ে টুটি আহিছিল মোৰ তেনেই সাধাৰণ জীৱন পৰিক্ৰমাৰ শৈশৱৰ আদি ছোৱা৷ কিন্তু সেই দিনত সময়ৰ মূল্যৰ…