Category ভ্ৰমণ

বৃন্দাবন যাত্ৰা

ধ্ৰুৱকুমাৰ তালুকদাৰ (এক)কিন্‌কিনীয়া এজাক বৰষুণত বাটটো তিতি উঠিছিল। আমি ইজনে সিজনৰ হাতত ধৰা-ধৰিকৈ আহি আছিলোঁ বৃন্দাবনলৈ… ৰাতিৰ চৰাইবোৰ গুচি যোৱাৰ পাছত বৃন্দাবনত ৰাতি পুৱাইছিল। আৰু নাওঁ এখনৰ পৰা কিছুমান ৰঙা-নীলা কপোৰ যমুনাৰ বুকুলৈ দলিয়াই দিছিল হেমন্তৰ মেঘবোৰে… ৰঙা কপোৰবোৰ আমি গাত পিন্ধি লৈছিলোঁ আৰু…

টিটিৰ ভ্ৰমণ

 নবনীতা ভট্টাচাৰ্য্য অংকন: বৰ্ণিল মহন্ত       অনাই-বনাই ঘুৰি ভালপোৱা এধানিমান হাঁহপোৱালি, নাম তাৰ টিটি। তাৰ এই অভ্যাসটো কেনেকৈ গঢ়ি উঠিল সি নিজেও নাজানে। এক নোহোৱা-নোপোজা কথা। সেইযে প্ৰথম দিনাখন মাকৰ পিছে পিছে পানীত চৰিবলৈ ওলাই গৈছিল, সিদিনাখনৰ পৰাই সি…

চ্যালুইনৰ পৰা লুইতলৈ

ড° চন্দ্ৰধৰ চমুৱা (দহ) বেলি ওলোৱাৰ সময় হৈছে। কাঠৰ বেৰত উৰণীয়া সিংহ প্রতীকেৰে ৰাজকীয় কোঠালিটো। ডাঙৰ খুঁটাবোৰৰ কাষে কাষে ওখ খুৰা লগা আসনবোৰ। সকলো সমান ওখ নহয়। প্রত্যেকখনতে বিভিন্ন ৰঙৰ গুণা কৰা কাপোৰ পৰা আছে। নিশাৰ ভাগতে গা-পা-ধুই, তেল-ফণি লৈ…

সিপাৰে যমুনাৰ …

আকাশ দীপ্ত ঠাকুৰ (৭)           …চৌপাশে যেন আৰম্ভ হ’ল কিছুমান অস্ফুট কোলাহল। নীলাঞ্জনাই তেতিয়াও সাৰ পোৱা নাছিল। আধা টোপনিৰ আৱেশত তাই কেৱল শুনিবলৈ পাইছিল সেই কোলাহলৰ কিছু অংশ। সোনকালে উঠিবলগীয়া অৱশ্যে তেনেকৈ কোনো কাৰণো নাছিল বাবেই চাগৈ টোপনিৰ আৱেশ আঁতৰি…

গিনীপিগ্

অপূৰ্ব কুমাৰ শইকীয়া মুম্বাই অন্তৰ্দেশীয় বিমান বন্দৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ পিছতহে তাৰ অনুভৱ হ‘ল – ‘মানুহ মহানগৰবিলাকলৈ নিজকে হেৰুৱাবলৈ আহে‘ বোলা কথাটো তাৰ মানে সঁচা ! বাহিৰত হাতে হাতে প্লে‘কাৰ্ড প্ৰদৰ্শন কৰি অগণন মানুহ, কোনোবাজন বিশুদ্ধ গাড়ীচালক, কোনোবাজন হয়তো যোগাযোগৰ অভাৱত অনাত্মীয় হৈ পৰা…

পৰ্যটন উদ্যোগ আৰু নাহৰআটি থানৰ সম্ভাৱনীয়তা

 সত্যেন্দ্ৰ বৰদলৈ নাহৰআটি থান মানুহ ভ্ৰমণবিলাসী। সেয়ে সুন্দৰ ঠাই, প্ৰাকৃতিক দৃশ্য, ধৰ্মানুষ্ঠান আদি দৰ্শন কৰি বা তেনে ঠাইত ভ্ৰমণ কৰি মানুহে বিমল আনন্দ লাভ কৰে। মানুহৰ বাবে এইটো এটা আদিম আৰু সহজাত প্ৰবৃত্তি। এই সহজাত প্ৰৱণতাৰ বাবেই আদিম কালৰে পৰা…

জোনধনে জোনালীতে তৰাৱতীক চায়

দীপামণি শইকীয়া শান্তি নিকেতনৰ কলা একাডেমি‍ৰ পৰা অসমলৈ ঘূৰি অহাৰ প্ৰায় পাঁচ বছৰ মানেই হৈছিল পৱন দুৱৰাৰ৷ দেশ-বিদেশৰ বিভিন্ন স্থানৰ পৰা কামৰ বাবে কত নিমন্ত্ৰণ আহিছিল, কিন্তু তেওঁক  যেন সেই লোভনীয় প্ৰস্তাৱবোৰে  স্পৰ্শই  কৰিব পৰা নাছিল৷ তেওঁ কেনভাছত ছবি আঁকিছিল,…

অসম মুলুকৰ এক আশাবাদী যাত্ৰা

সঞ্জীৱ সভাপণ্ডিত আমেৰিকাৰ ইলিনয় ৰাজ্যৰ এহাল অৱসৰপ্ৰাপ্ত দম্পতীৰ ঘৰত মই এবাৰ সাত দিন আছিলোঁ৷ এটা গাড়ীৰ টায়াৰ নির্মাণ কৰা ক’ম্পেনিৰ পৰা গিৰিয়েক ঘৈণীয়েক দুয়ো অৱসৰ লৈছিল৷ তেওঁলোকে মোক বহু ঠাইলৈ লৈ গৈছিল৷ কেতিয়াবা গ’ল্‌ফ ক’ৰ্টলৈ, কেতিয়াবা গীৰ্জালৈ, কেতিয়াবা বহু দূৰৰ…

বিনন্দীয়া অষ্ট্ৰিয়া

অংগনা চৌধুৰী  ৪ অক্টোবৰ ২০১৯–ত গধূলি আমি ভাৰতৰ পৰা অহা সৰ্বমুঠ ৪২ জনীয়া দলটোৱে ইটালিৰ ৰোমত এয়াৰ ইণ্ডিয়াৰ বিমানেৰে অৱতৰণ কৰিছিলোঁহি৷ তাৰ পৰা এছ.অ’.টি.চি. (SOTC-ৰ ট্যুৰ মেনেজাৰ পূজা সিঙৰ সাহায্যত ইটালিৰ মুখ্য স্থানসমূহ দৰ্শন কৰি তিনিৰাতি সেই দেশৰ বেলেগ বেলেগ…

চ্যেলুইনৰ পৰা লুইতলৈ‍

ড˚ চন্দ্ৰধৰ চমুৱা (সাত) চাকি-শলিতা। ডাম-লাক বা মজিয়াৰ মূৰৰ ফ’কামৰ খুঁটাৰ কাষত কৰা পূজানুষ্ঠান। ছ্যু কাইলৈ প্রবাসলৈ যাব, জীৱনৰ প্রথম প্ৰবাস-যাত্ৰা। গতিকে যাত্ৰাৰ শুভ কামনাৰে উপৰিপুৰুষ পুলিন-পুথাও, দাম আৰু ফীসকলক সন্মান জনাই জাননী দি যোৱাৰ এটি পৰম্পৰা।  মৃতসকলৰ উদ্দেশ্যে নৈবেদ্য উছৰ্গা কৰি…