Category গল্প

আইতাৰ চশ্‌মা (শিশু অনুবাদ গল্প)

 মূল ৰচনা: ৰাস্কিন বণ্ডে অনুবাদ: স্ৰোতস্বিনী তামুলী অংকন: বৰ্ণিল মহন্ত আইতাকে দূৰৈৰ নৈখনৰ কল্‌ কল্ শব্দ শুনা পাইছিল, ভৰিৰ তলুৱাত পাইন গছৰ বেজীৰ দৰে পাতবোৰৰ উমান পাইছিল, তেওঁ তেওঁৰ নাতি ল’ৰা মণিৰ  উপস্থিতি অনুভৱ কৰিছিল। কিন্তু তেওঁ নদীখন অথবা গছবোৰক দেখা নাপাইছিল, আনকি মণিকো।…

এটা অৰ্ধগল্প আৰু এডাল অৰ্ধমৃত কলম

স্বপ্না নিহাৰ একতীয়াকৈ থকা মূৰটো আনপিনে ঘূৰাবলৈ বহু পৰ ধৰি যুঁজি আছিলোঁ। উশাহ নাপাই চট্‌ফটাইছিলোঁ। কাৰোবাক চিঞৰি মাতিম যেন! অথচ সেই  ভ্ৰমবিধৌত ক্ষণটোত বুজি উঠিছিলোঁ যে সেই সময়ত সেয়া কৰিবলৈ মই অপাৰগ!  একে সময়তে এইটোও  বুজিছিলোঁ  যে মূৰটো সামান্য লৰালেই স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিম। নহ’লে!…

প্ৰকৃতি

 দাদুল দেৱকৃষ্ণ অংকন: বৰ্ণিল মহন্ত বতৰটো বৰ মুকলি নহয়। আকাশত পাতল ডাৱৰৰ জাক এটা ইফালৰপৰা সিফালে অহা-যোৱা কৰি আছে। বৰষুণ আহিব চাগে’! বৰষুণ এজাক লাগে; পৃথিৱী শুকান হৈ পৰিছে। খেতি-বাতিৰ বাবে বৰষুণ এজাক বৰ দৰকাৰ হৈছিল। বাৰাণ্ডাৰ চকী এখনত বহি…

কথকতা

কৌস্তুভমণি শইকীয়া দত্ত সঁচাই মিছাই কথা কোৱাকথকী চৰাই এজাকমোৰ চৌপাশে কলৰৱ কৰি উৰি ফুৰে।সিহঁতে বাহ সাজোঁতেও হাজাৰ গল্প কৰেঅমুকৰ বাহটো দুষ্প্ৰাপ্য এক ঘাঁহেৰে সজাতমুকৰ বাহটো ধুমুহাই ভাঙিব নোৱৰাকাৰোবাৰ বাহটো ভেমেচাকাৰোবাৰটো হেনো ৰঙীন পলিথিন আৰু কাগজৰ কৃত্ৰিমতাসনা।(কথাৰ প্ৰকোপত নেদেখাকৈয়ে মই সিহঁতৰ…

পাঠাগাৰ

খৰস্ৰোতা মূল (নেপালী) : শিৱকুমাৰ ৰাই অনুবাদ: জয়ন্ত কৃষ্ণ শৰ্মা৷  সাহিত্য অকাদেমি, নতুন দিল্লী, ২০১৮  প্ৰসিদ্ধ নেপালী সাহিত্যিক শিৱকুমাৰ ৰাইৰ সাহিত্য অকাদেমি বঁটাৰে সন্মানিত গল্প সংকলন ‘খহৰে’-ৰ অসমীয়া অনুবাদ৷ সমাজৰ বিভিন্ন বৰ্গৰ মানুহৰ বাহ্যিক আৰু অভ্যন্তৰীণ জীৱনৰ অতি সাধাৰণ ঘটনা…

ৰ’জীৰ দু:খ সুখ (শিশুগল্প)

ভৰত ৰাজখোৱা অংকন: বৰ্ণিল মহন্ত ৰ’জীৰ মনটো বেয়া৷ অকণো ভাল লগা নাই৷ কথাষাৰ তাই সৰু ভাইটি, নীলা, মণি, বৰমাক  আৰু বৰদেউতাকক কেইবাবাৰো ক’বলৈ চেষ্টা কৰিছে৷ কিন্তু তেওঁলোকে তাইক অকণো বুজিবলৈ চেষ্টা কৰা নাই৷ বৰকৈ আমনি কৰি থকা বুলি তাইকহে ধমকি দিছে৷ আজি দুপৰীয়া তাই ভাতেই…

সাগৰ

সমীৰণ হাজৰিকা নদীখনত পানী বাঢ়িয়েই আছে৷ মেচিন নাওখনত মানুহবোৰে ইস্–আস্ কৰি আছে৷ তাতে এজন ল’ৰাই মানুহে বেছিকৈ ভয় খুৱাকৈ হোৱাই-নোহোৱাই কথা কিছুমান কৈ আছে৷ এইবাৰ শেষ, কোনো বাচি নাথাকোঁ, আমাৰ নাওখনো বুৰিব৷ মোৰ খং উঠিছে, তথাপি নিজকে নিয়ন্ত্ৰণ কৰি আছোঁ৷  ইমান নিগেটিভ মনৰ মানুহ থাকেনে? দেখিছেই নাওখনত…

দেউতা

মূল গল্পকাৰ: হুমায়ুন কবিৰ ঢালী  অনুবাদ: মিণ্টুল হাজৰিকা  দুপৰ ৰাতি মাই মোক টোপনিৰ পৰা জগালে— “অপু উঠ, অ’ পুতাই সোনকালে উঠ৷ তোৰ দেউতাৰ আহিছে৷” দেউতাক বহু দিন দেখা নাছিলোঁ, সেয়ে দেউতাৰ কথা শুনাৰ লগে লগে একেজাঁপে বিছনাত উঠি বহিলোঁ৷ চকু…

নিৰ্মালি নয়নতৰা গল্প ডিচেম্বৰ ২০২০

      কাগজৰ নাও     :প্ৰভঞ্জন মানে কি আচলতে? :মই….মই নাজানো। :প্ৰভাকৰ বুলি মাতিব পাৰিম চাগৈ? :প্ৰভাকৰ, দিবাকৰ যি বুলিয়েই ইচ্ছা কৰে মাতিব পাৰে।   সুসজ্জিত ড্ৰয়িং ৰুমটোত বহি থকা সাতাইছ বছৰীয়া ল’ৰাটোলৈ চাই চাই অঞ্জনাময়ীয়ে একেলেথাৰিয়ে কেইবাটাও…

ছপা ৰূপত অন্যযুগ পাবলৈ‍…

ছপা ৰূপত অন্যযুগ পাবলৈ‍… location_on অন্যযুগ’ ছপা ৰূপত পাব খোজে নেকি?পাব খোজোঁঅন্‌লাইন ৰূপতে ভাল পাইছোঁ person location_on location_on জিলাওদালগুৰিকাছাৰকামৰূপকামৰূপ মহানগৰকাৰ্বি আংলংকোকৰাঝাৰকৰিমগঞ্জগোলাঘাটগোৱালপাৰাচিৰাংচৰাইদেউডিব্ৰুগড়ডিমা হাছাওতিনিচুকীয়াদক্ষিণ শালমৰা-মানকাচাৰদৰংধুবুৰীধেমাজিনগাঁওনলবাৰীপশ্চিম কাৰ্বি আংলংবঙাইগাঁওবাক্সাবিশ্বনাথবৰপেটামাজুলীমৰিগাঁওযোৰহাটলখিমপুৰশিৱসাগৰশোণিতপুৰহাইলাকান্দিহোজাই mark_email_read phone_android fiber_pin local_post_office history_edu